ভাৰতবৰ্ষ আৰু ইয়াৰ প্ৰতিবেশী দেশসমূহৰ উন্নয়নৰ তুলনামূলক অভিজ্ঞতা

অনুশীলনী

1. আঞ্চলিক আৰু অৰ্থনৈতিক জোঁটৰ কেইটামান উদাহৰণ দাঙি ধৰা।
উত্তৰঃ

2. দেশসমূহে নিজৰ ঘৰুৱা অৰ্থনীতি লটনকিয়াল কৰিবৰ বাবে গ্ৰহণ বিভিন্ন উপায়সমূহ কি কি?
উত্তৰঃ

3. ভাৰত আৰু পাকিস্তাননে অৰ্থনৈতিক উন্নয়নৰ নিজ নিজ পথ অনুসৰণ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা উন্নয়নৰ সদৃশ কৌশলসমূহ কি কি?
উত্তৰঃ

4. 1958 চনত চীনত গ্ৰহণ কৰা Great Leap Forward অভিযান ব্যাখ্যা কৰা।
উত্তৰঃ

5. চীনৰ দ্রুত উদ্যোগীকৰণৰ গুৰি 1978 চনৰ সংস্কাৰ ব্যৱস্থাত বিচাৰি পােৱা যায়। ইয়াৰ লগত তুমি একমনে ? বহলাই আলােচনা কৰা।
উত্তৰঃ

6. অর্থনৈতিক উন্নয়নৰ বাবে পাকিস্তানে গ্ৰহণ কৰা উন্নয়নৰ পথ সম্পর্কে আলােচনা কৰা। 
উত্তৰঃ

7. চীনত গ্ৰহণ কৰা “এটি সন্তানৰ নীতি” ৰ তাৎপর্য কি? 
উত্তৰঃ

8. ভাৰত, পাকিস্তান আৰু চীনৰ প্ৰধান জনসাংখ্যিক নির্দেশকসমূহ উল্লেখ কৰা। 
উত্তৰঃ

9. 2009 চনত ভাৰতবর্ষ আৰু চীনৰ ঘৰুৱা উৎপাদনলৈ বিভিন্ন খণ্ডসমূহে আগবঢ়োৱা বৰঙণিৰ তুলনা কৰা। ইয়াৰ পৰা কি জানিব পাৰিলা?
উত্তৰঃ

10. মানব উন্নয়নৰ বিভিন্ন নির্দেশকসমূহ উল্লেখ কৰা। 
উত্তৰঃ

11. ব্যক্তি-স্বাতন্ত্ৰৰ নির্দেশকৰ সংজ্ঞা দিয়া ? ইয়াৰ কেইটামান উদাহৰণ দিয়া। 
উত্তৰঃ

12. চীনৰ দ্রুত অর্থনৈতিক উন্নয়ন সাধনৰ কাৰকসমূহৰ মূল্যায়ন আগবঢ়োৱা। 
উত্তৰঃ

13. তলৰ বৈশিষ্ট্যসমূহ ভাৰত, পাকিস্তান আৰু চীন অনুসৰি তিনিভাগত সজোৱা

• এটি সন্তানৰ নীতি 

• নিম্ন প্রজনন হাৰ 

• অধিক মাত্রাৰ নগৰীকৰণ। 

• মিশ্র অর্থব্যৱস্থা। 

•  অতি উচ্চ প্রজনন হাৰ 

• বৃহৎ জনসংখ্যা। 

•  জনবসতিৰ অধিক ঘনত্ব 

• নির্মাণখণ্ড-জনিত বৃদ্ধি। 

• সেৱাখণ্ড-জনিত বৃদ্ধি 
উত্তৰঃ

14. পাকিস্তানৰ মন্থৰ অর্থনৈতিক বৃদ্ধি আৰু দৰিদ্ৰতাৰ পুনৰ উত্থানৰ কাৰণ দর্শোৱা।
উত্তৰঃ 

15. মানৱ উন্নয়নৰ ঘাই নির্দেশকসমূহৰ পৰিপ্ৰেক্ষিতত ভাৰত, পাকিস্তান আৰু চীনৰ উন্নয়নৰ তুলনামূলক আলােচনা আগবঢ়োৱা।
উত্তৰঃ

16. যােৱা দুটা দশকৰ ভাৰত আৰু চীনৰ বৃদ্ধিৰ হাৰৰ গতিধাৰাৰ ওপৰত মতামত আগবঢ়োৱা। 
উত্তৰঃ

17. খালী ঠাই পূৰ কৰা 

1. .................. ৰ প্রথম পাঁচ বছৰীয়া পৰিকল্পনা আৰম্ভ হৈছিল 1956 চনত। (পাকিস্তান/চীন)
উত্তৰঃ 

2. ................... ত প্রসূতি মৃত্যুৰ হাৰ অধিক। (পাকিস্তান/চীন) 
উত্তৰঃ

3. .................... ত দৰিদ্ৰসীমাৰ তলৰ লােকৰ অনুপাত বেছি। (পাকিস্তান/ভাৰত) 
উত্তৰঃ

4. .................... ত 1978 চনত অর্থনৈতিক সংস্কাৰ হাতত লােৱা হৈছিল। (পাকিস্তান/চীন)
উত্তৰঃ



Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)














Question Type By- Himanku Bora



Post ID : DABP003801