দ্বিতীয় অধ্যায়

ভাৰতীয় অৰ্থব্যৱস্থা

অনুশীলনী

1. পৰিকল্পনাৰ সংজ্ঞা দিয়া। 

উত্তৰঃ দেশ এখনৰ সম্পদসমূহ কিদৰে ব্য়ৱহাৰ কৰা উচিত তাক পৰিকল্পনাই ব্য়াখ্য়া কৰে। এটা নিৰ্দিষ্ট সময়ত উপনীত হ'বলগীয়া ইয়াৰ কিছুমান সাধাৰণ লক্ষ্য আৰু বিশেষ উদ্দেশ্য আছে। ভাৰতবৰ্ষৰ পৰিকল্পনাৰ কাৰ্যকাল পাঁচ বছৰ আৰু ইয়াক পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয়।

2. ভাৰতবৰ্ষই কিয় পৰিকল্পনা হাতত লৈছিল?

উত্তৰঃ

3. পৰিকল্পনাৰ কিয় লক্ষ্য থকা উচিত?

উত্তৰঃ পৰিকল্পনা প্ৰস্তুতকৰ্তাসকলে লক্ষ্যসমূহৰ মাজত ভাৰসাম্য ৰক্ষা কৰা উচিত। ভাৰতবৰ্ষত বিভিন্ন পৰিকল্পনাত বিভিন্ন লক্ষ্যৰ ওপৰত জোৰ দিয়া যায়। দৰাচলতে বিভিন্ন লক্ষ্যসমূহ পৰস্পৰ-বিৰোধী হ'ব পাৰে। উদাহৰণস্বৰূপে, যদিহে প্ৰযুক্তিবিদ্যাই শ্ৰমৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে, তেনেহ'লে আধুনিক প্ৰযুক্তিবিদ্যা প্ৰচলনৰ লক্ষ্য আৰু নিয়োগৰ বৃদ্ধিৰ লক্ষ্যৰ মাজত বিৰোধৰ সৃষ্টি হ'ব পাৰে। গতিকে দেশৰ সম্পদ সমূহৰ বিকাশ, প্ৰগতি ইত্যাদি এটা নিৰ্দিষ্ট সময়ত গঢ়ি তুলিবৰ বাবে পৰিকল্পনাসমূহৰ লক্ষ্য থকা উচিত।

4. ‘বিস্ময়কৰ বীজ’ (Miracle seeds) কি?

উত্তৰঃ

5. বিক্রীযােগ্য উদ্বৃত্ত (Marketable Surplus) কি?

উত্তৰঃ কৃষি উৎপাদনৰ যিটো অংশ কৃষকসকলে বজাৰত বিক্ৰী কৰে সেই অংশটোক বজাৰ বিক্ৰীত উদ্বৃত্ত বা বিক্ৰীযোগ্য উদ্বৃত্ত বুলি কোৱা হয়।

6. কৃষিখণ্ডত প্ৰৱৰ্তন কৰা ভূমি সংস্কাৰ ব্যৱস্থাৱলীৰ প্রয়ােজনীয়তা আৰু ধৰণ ব্যাখ্যা কৰা।

উত্তৰঃ

7. সেউজ বিপ্লৱ কি? ইয়াক কিয় প্রৱৰ্তন কৰা হৈছিল আৰু ই কিদৰে কৃষকসকলক লাভান্বিত কৰিছিল? চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ সেউজ বিপ্লৱে, বিশেষকৈ ধান, ঘেহুৰ উচ্চ উৎপাদনক্ষম বীজ ব্যৱহাৰৰ ফলত কৃষি উৎপাদনৰ যথেষ্ট বৃদ্ধি ঘটোৱাকে বুজায়।

        

8. পৰিকল্পনাৰ উদ্দেশ্য হিচাপে ‘সমতাৰ সৈতে বৃদ্ধি’ সম্পর্কে ব্যাখ্যা কৰা। 

উত্তৰঃ

9. নিয়ােগ সৃষ্টিৰ পৰিপ্ৰেক্ষিতত পৰিকল্পনাৰ উদ্দেশ্য হিচাপে আধুনিকীকৰণে বিৰুদ্ধতাৰ সৃষ্টি কৰেনে? ব্যাখ্যা কৰা। 

উত্তৰঃ

10. ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল দেশৰ বাবে পৰিকল্পনাৰ এটা উদ্দেশ্য হিচাপে আত্মনিৰ্ভৰশীলতাক অনুসৰণ কৰাটো কিয় প্রয়ােজনীয় হৈছিল?

উত্তৰঃ 

11. অর্থব্যৱস্থাৰ খণ্ডমূলক গঠন কি? এটা অর্থব্যৱস্থাৰ মুঠ ঘৰুৱা উৎপাদনলৈ সেৱাখণ্ডই সর্বাধিক বৰঙণি যােগােৱাটো প্রয়ােজনীয়নে? মন্তব্য আগবঢ়োৱা। 

উত্তৰঃ

12. পৰিকল্পনাৰ সময়ত ঔদ্যোগিক উন্নয়নৰ বাবে ৰাজহুৱা খণ্ডক কিয় অগ্রণী ভূমিকা দিয়া হৈছিল?

উত্তৰঃ 

13. নাটনিৰ সময়ত ব্যৱহাৰ কৰিব পৰা ভাণ্ডাৰ প্ৰস্তুত কৰাৰ বাবে যথেষ্ট পৰিমাণৰ খাদ্য-শস্য সংগ্রহ কৰিবলৈ সেউজ বিপ্লৱে চৰকাৰক সমর্থন কৰিছে বােলা উক্তিটো ব্যাখ্যা কৰা। 

উত্তৰঃ

14. ৰাজসাহায্যই কৃষকসকলক নতুন প্রযুক্তিবিদ্যা ব্যৱহাৰৰ বাবে প্রােৎসাহিত কৰে যদিও চৰকাৰী বিত্ত ব্যৱস্থাত ই এক বৃহৎ বােজা। এই সত্যৰ পৰিপ্ৰেক্ষিতত ৰাজসাহায্যৰ উপকাৰিতা সম্পর্কে আলােচনা কৰা। 

উত্তৰঃ

15. সেউজ বিপ্লৱ প্ৰৱৰ্তিত হােৱা সত্ত্বেও 1990 চনলৈ আমাৰ মুঠ জনসংখ্যাৰ 65 শতাংশ কিয় কৃষিখণ্ডত নিয়ােজিত হৈ আছিল? 

উত্তৰঃ

16. উদ্যোগৰ বাবে ৰাজহুৱা খণ্ড অপৰিহাৰ্য যদিও ৰাজহ্বা খণ্ডৰ বহু প্রতিষ্ঠানে বৃহৎ পৰিমাণৰ লােকচান ভৰে আৰু ইহঁত অর্থব্যৱস্থাৰ সম্পদৰ নির্গমন। এই সত্যৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা খণ্ডৰ উদ্যোগ। প্রতিষ্ঠানৰ উপকাৰিতা আলােচনা কৰা। 

উত্তৰঃ

17. আমদানি বিকল্পকৰণে দেশীয় উদ্যোগসমূহক কিদৰে ৰক্ষণাবেক্ষণ দিব পাৰে আলােচনা কৰা। 

উত্তৰঃ

18. 1956 চনৰ ঔদ্যোগিক নীতি প্রস্তাৱৰ অধীনত ব্যক্তিগত খণ্ড কিয় আৰু কেনেদৰে নিয়ন্ত্রণ কৰা হৈছিল? 

উত্তৰঃ

19. সূচীৰ পৰা বাওঁপক্ষ আৰু সেপক্ষ পৰস্পৰক মিলােৱাঃ

1. প্ৰধান মন্ত্ৰী

2. মুঠ দেশীয় উৎপাদন

3. কোটা (Quota)

4. ভূমি সংস্কাৰ ব্যৱস্থাৱলী

5. উচ্চ উৎপাদনক্ষম বীজ (HYV)

6. ৰাজসাহায্য

A. অধিক অনুপাতত উৎপাদন কৰিব পৰা বীজ

B. আমদানি কৰিব পৰা সমগ্ৰীৰ পৰিমাণ

C. পৰিকল্পনা আয়োগৰ অধ্যক্ষ

D. এটা অৰ্থব্যৱস্থা এটা নিৰ্দিষ্ট বছৰত উৎপাদিত সকলো অন্তিম ব্যৱহাযোগ্য সামগ্ৰী আৰু সেৱাৰ মুদ্ৰা মূল্য।

F. উৎপাদন কাৰ্যৰ বাবে চৰকাৰে দিয়া মুদ্ৰা সাহাজ্য

উত্তৰঃ



Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)

















Question Type By- Himanku Bora





Post ID DABP003983