উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণঃ এক পৰ্যালোচনা

অনুশীলনী

1. ভাৰতবৰ্ষত কিয় সংস্কাৰ আৰম্ভ কৰা হৈছিল?
উত্তৰঃ

2. কিমান দেশ বিশ্ব বাণিজ্য সংগঠনৰ সদস্য?
উত্তৰঃ

3. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অতি গুৰুত্বপূৰ্ণ কাৰ্য কি?
উত্তৰঃ

4. ভাৰতীয় ৰিজাৰ্ভ বেংকে কেনেকৈ বাণিজ্যিক বেংকসমূহক নিয়ন্ত্ৰণ কৰি আছিল?
উত্তৰঃ

5. টকাৰ অৱমূল্যায়ন বুলিলে কি বুজা?
উত্তৰঃ

6. পাৰ্থক্য নিৰ্ণয় কৰা-

(ক) কৌশল সম্বন্ধিয় আৰু লঘু বিক্ৰী (Strategic and Minority sale)
উত্তৰঃ

(ক) দ্বিপাক্ষিক আৰু বহুপক্ষীয় বাণিজ্য।
উত্তৰঃ

(গ) শুল্প আৰু অনা-শুল্ক প্ৰতিবন্ধকসমূহ।
উত্তৰঃ

7. শুল্ক কিয় আৰোপ কৰা হয়?
উত্তৰঃ

8. পৰিমাণগত প্রতিবন্ধকৰ অর্থ কি?
উত্তৰঃ 

9. ৰাজহুৱা খণ্ডৰ অধীনৰ যিবােৰ উদ্যোগে লাভ অর্জন কৰি আছে সেইবােৰক ব্যক্তিগতকৰণ কৰিব। লাগে। এই মত সমর্থন কৰানে? কিয়? 
উত্তৰঃ

10. বহিঃউৎস গ্রহণ (Outsourcing) ভাৰতবৰ্ষৰ বাবে ভাল বুলি ভাবানে? উন্নত দেশসমূহে ইয়াৰ বিৰােধিতা কৰিছে কিয়? 
উত্তৰঃ

11. ভাৰতবৰ্ষত বহিঃউৎস গ্রহণৰ উদ্দেশ্য পূৰণৰ বাবে কিছুমান লাগতিয়াল সুবিধা আছে। এই সুবিধাসমূহ কি কি? 
উত্তৰঃ

12. তােমালােকে ভাবানে যে চৰকাৰৰ নৱৰত্ন কৌশল ভাৰতৰ ৰাজহুৱা খণ্ডৰ অধীনত থকা উদ্যোগৰ উন্নয়নত সহায়ক হৈছে? কেনেকৈ? 
উত্তৰঃ

13. কি কি প্রধান কাৰণৰ বাবে সেৱাখণ্ডৰ উচ্চ বৃদ্ধি ঘটিছে?
উত্তৰঃ 

14. সংস্কাৰ প্ৰক্ৰিয়াৰ দ্বাৰা কৃষিখণ্ডই প্রতিকূল প্রভাৱৰ সন্মুখীন হ'ব লগা হৈছে। কিয়? 
উত্তৰঃ

15. সংস্কাৰৰ সময়ছােৱাত উদ্যোগখণ্ডৰ কার্যক্ষমতা কিয় দুর্বল হৈছে? 
উত্তৰঃ

16. সামাজিক ন্যায় আৰু কল্যাণৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ অর্থনৈতিক সংস্কাৰ সম্পর্কে আলােচনা কৰা।
উত্তৰঃ

Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Question Type By- Himanku Bora





Post ID : DABP003986