দৰিদ্ৰতা

অনুশীলনী

1) দৰিদ্ৰতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ

2) 'কামৰ বাবে খাদ্য' কাৰ্যসূচীয়ে কি বুজায়?
উত্তৰঃ

3) গাঁও আৰু নগৰ অঞ্চল প্ৰত্যেকৰে স্ব-নিয়োগৰ সুবিধাৰ এটাকৈ উদাহৰণ দিয়া।
উত্তৰঃ

4) আয় উপাৰ্জনকাৰী পৰিসম্পদৰ সৃষ্টিয়ে কেনেদৰে দৰিদ্ৰতাৰ সমস্যা সমাধান কৰিব পাৰে?
উত্তৰঃ

5) দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা ত্ৰি-মিত্ৰিক (three diamensional) ব্যৱস্থা সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ

6) বয়োজেষ্ঠ লোক, দৰিদ্ৰ আৰু নিঠৰুৱা মহিলাসকলৰ সহায়ৰ বাবে চৰকাৰে কি কি আঁচনি গ্ৰহণ কৰিছে?
উত্তৰঃ

7) নিয়োগহীনতা আৰু দৰিদ্ৰতাৰ মাজত কিবা সম্পৰ্ক আছে বুলি তুমি ভাবানে? ব্যাখ্যা কৰা।
উত্তৰঃ

8) আপেক্ষিক দৰিদ্ৰতা আৰু পৰম দৰিদ্ৰতাৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ

9) ধৰি লোৱা হ'ল তুমি এটা দুখীয়া পৰিয়ালৰ সদস্য আৰু তুমা চৰকাৰী সাহায্যৰে এখন সৰু দোকান আৰম্ভ কৰিবলৈ ইচ্ছা কৰিছা। এই ক্ষেত্ৰত সাহায্যৰ বাবে তুমি কোনখন আঁচনিৰ অধীনত আবেদন কৰিবা আৰু কিয় কৰিবা?
উত্তৰঃ

10) গ্ৰাম্য দৰিদ্ৰতা আৰু নগৰীয়া দৰিদ্ৰতাৰ মাজৰ পাৰ্থক্য বুজাই দিয়া। গাঁৱৰ পৰা নগৰ অঞ্চললৈ দৰিদ্ৰতাই স্থান সলনি কৰিছে বুলি কোৱা কথাষাৰ সঁচানে? দৰিদ্ৰতাৰ অনুপাতৰ গতিধাৰাৰ ভিত্তিত তোমাৰ উত্তৰ প্ৰতিপন্ন কৰা।
উত্তৰঃ

11) ভাৰতবৰ্ষৰ কিছুমান ৰাজ্যৰ দাৰিদ্ৰ্যৰ সীমা ৰেখাৰ তলত থকা জনসংখ্যাৰ তথ্যৰ সহায়ত আপেক্ষিক দৰিদ্ৰতাৰ ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰঃ

12) ধৰি লোৱা হ'ল, তুমি এখন গাঁৱৰ বাসিন্দা। ইয়াৰ দৰিদ্ৰতাৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে কেইটামান ব্যৱস্থাৰ পৰামৰ্শ দিয়া।
উত্তৰঃ


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)












Question Type By- Himanku Bora





Post ID : DABP003987