ভাৰতত মানৱ মূলধন গঠন 

অনুশীলনী

1. দেশ এখনত মানৱ মূলধনৰ মূল উৎস দুটা কি কি? 
উত্তৰঃ

2. দেশ এখনৰ শৈক্ষিক সাফল্য নির্দেশকসমূহ কি কি? 
উত্তৰঃ

3. ভাৰতবৰ্ষত শিক্ষা আহৰণৰ ক্ষেত্ৰত আঞ্চলিক বৈষম্য কিয় দেখা যায়? 
উত্তৰঃ

4. মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজৰ পাৰ্থক্যসমূহ দেখুওৱা।
উত্তৰঃ 

5. মানৱ মূলধনৰ তুলনাত মানৱ উন্নয়নৰ ধাৰণা ব্যাপক বুলি কিয় ধৰা হয়? 
উত্তৰঃ

6. মানৱ মূলধন গঠনত কোনবোেৰ উপাদানে অৰিহণা যােগায়? 
উত্তৰঃ

7. শিক্ষা আৰু স্বাস্থ্য খণ্ডক নিয়ন্ত্রণ কৰা দুটাকৈ চৰকাৰী প্ৰতিষ্ঠানৰ নাম উল্লেখ কৰা। 
উত্তৰঃ

8. এটা জাতিৰ উন্নয়নৰ বাবে শিক্ষা কেনেকৈ এক গুৰুত্বপূৰ্ণ সমল তাক ব্যাখ্যা কৰা। 
উত্তৰঃ

9. তলত উল্লেখ কৰাবােৰক মানৱ মূলধন গঠনৰ উৎস হিচাপে আলােচনা কৰা। 

(i) স্বাস্থ্য আন্তঃগাঁথনি
উত্তৰঃ 

(ii) প্রব্রজনত কৰা ব্যয়। 
উত্তৰঃ

10. মানৱ সম্পদৰ কাৰ্যকৰী ব্যৱহাৰৰ বাবে শিক্ষা আৰু স্বাস্থ্য বিষয়ত কৰা ব্যয়ৰ তথ্য আহৰণ কৰাৰ প্রয়ােজনীয় প্রতিপন্ন কৰা। 
উত্তৰঃ

11. মানৱ মূলধনত কৰা বিনিয়ােগে বৃদ্ধিত কিদৰে অৰিহণা যােগায়?
উত্তৰঃ 

12. ‘গড় পর্যায়ৰ শিক্ষাৰ স্তৰৰ বৃদ্ধিৰ ফলত বিশ্বজুৰি অসমতাৰ নিম্নগামী গতিধাৰা দেখা যায়। —মন্তব্য আগবঢ়োৱা। 
উত্তৰঃ

13. এটা জাতিৰ অর্থনৈতিক উন্নয়নত শিক্ষাৰ ভূমিকা আলােচনা কৰা। 
উত্তৰঃ

14. শিক্ষাত কৰা বিনিয়ােগে কেনেদৰে অর্থনৈতিক বৃদ্ধি তৰান্বিত কৰে আলােচনা কৰা। 
উত্তৰঃ

15. এজন ব্যক্তিৰ বাবে বৃত্তিত প্রশিক্ষণৰ আৱশ্যকতা কি আলােচনা কৰা। 
উত্তৰঃ

16. মানৱ মূলধন আৰু অর্থনৈতিক বৃদ্ধিৰ মাজৰ সম্পর্ক আলােচনা কৰা। 
উত্তৰঃ

17. ভাৰতত স্ত্রী শিক্ষা প্রসাৰৰ আৱশ্যকতা ব্যাখ্যা কৰা। 
উত্তৰঃ

18. শিক্ষা আৰু স্বাস্থ্য বিষয়ত বিভিন্ন প্রকাৰৰ চৰকাৰী হস্তক্ষেপৰ প্ৰয়ােজনীয়তাৰ সপক্ষে যুক্তি আগবঢ়োৱা। 
উত্তৰঃ

19. ভাৰতত মানৱ মূলধন গঠনৰ প্রধান সমস্যাবােৰ কি কি? 
উত্তৰঃ

20. তােমাৰ মতে, শিক্ষা আৰু স্বাস্থ্য প্রতিষ্ঠানসমূহত মাচুলৰ গাঁথনি চৰকাৰে নিয়ন্ত্রণ কৰাটো অত্যাৱশ্যকীয় ন ? যদি হয়, কিয়?
উত্তৰঃ




Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)










Question Type By- Himanku Bora



Post ID : DABP003988