গ্ৰাম্য অন্নয়ন
অনুশীলনী
1. গ্ৰাম্য উন্নয়ন মানে কি বুজা? গ্ৰাম্য উন্নয়নৰ প্ৰধান বিষয়সমূহ দেখুওৱা।
উত্তৰঃ
2. গ্ৰাম্য উন্নয়নত ঋণৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ
3. দুখীয়াসকলৰ ঋণৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত ক্ষুদ্ৰ ঋণ (micro-credit)ৰ ভূমিকা ব্যাখ্যা কৰা।
উত্তৰঃ
4. গ্ৰাম্য বজাৰসমূহৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা পদক্ষেসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ
5. বহনক্ষম জীৱিকাৰ বাবে কৃষিত ভিন্ন মুখীকৰণ কিয় অত্যাৱশ্য়কীয়?
উত্তৰঃ
6. ভাৰতবৰ্ষত গ্ৰাম্য উন্নয়ন প্ৰক্ৰিয়াত গ্ৰামীণ বেংক ব্যৱস্থাৰ ভূমিকাৰ সমালোচনাত্মক মূল্যায়ন কৰা।
উত্তৰঃ
7. কৃষি বিপণন মানে কি বুজা?
উত্তৰঃ
8. কৃষি বিপণন ব্যৱস্থাক বাধাগ্রস্ত কৰা কিছুমান প্রতিবন্ধক উল্লেখ কৰা।
উত্তৰঃ
9. কৃষি বিপণনৰ বাবে থকা বিকল্প সংবাহকসমূহ কি কি? কেইটামান উদাহৰণ দিয়া।
উত্তৰঃ
10. ‘স্বর্ণ বিপ্লৱৰ ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰঃ
11. কৃষি বিপণনৰ উন্নতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা চাৰিটা ব্যৱস্থা ব্যাখ্যা কৰা।
উত্তৰঃ
12. গ্রাম্য ভিন্নমুখীকৰণক অগ্রগামী কৰাৰ ক্ষেত্ৰত অনা কৃষি পাম নিয়ােগৰ ভূমিকা ব্যাখ্যা কৰা।
উত্তৰঃ
13. ভিন্নমুখীকৰণৰ উৎস হিচাপে পশু পালন, মীন পালন আৰু উদ্যান কৃষিৰ গুৰুত্ব ফঁহিয়াই দেখুওৱা।
উত্তৰঃ
14. বহনক্ষম উন্নয়ন আৰু খাদ্য সুৰক্ষাত উপনীত হােৱাত তথ্য প্রযুক্তিয়ে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে’– মতামত দিয়া।
উত্তৰঃ
15. জৈৱিক কৃষি পদ্ধতি কি? বহনক্ষম উন্নয়নক ই কেনেদৰে অগ্রগতি প্রদান কৰে?
উত্তৰঃ
16. জৈৱিক কৃষি পদ্ধতিৰ সুফল আৰু সীমাবদ্ধতাবােৰ চিনাক্ত কৰা।
উত্তৰঃ
17. জৈৱিক কৃষিৰ প্ৰাৰম্ভিক বছৰসমূহত কৃষকে সন্মুখীন হােৱা কিছুমান সমস্যা সূচীভুক্ত কৰা।
উত্তৰঃ
(For Paid User 300 for 1 Year)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Question Type By- Himanku Bora
Post ID : DABP003990