নিয়োগঃ বৃদ্ধি, অনানুষ্ঠানিকীকৰণ আৰু অন্যান্য বিষয়

অনুশীলনী

1. শ্ৰমিক কাক বোলে?
উত্তৰঃ

2. শ্ৰমিক-জনসংখ্যা অনুপাতৰ সংজ্ঞা দিয়া।
উত্তৰঃ

3. ভিক্ষাৰী, চোৰ, চোৰাং কাৰবাৰী, জুৱাৰী- এইসকল শ্রমিক হয়নে? কাৰণ দেখুওৱা। 
উত্তৰঃ

4. তলত উল্লেখ কৰাসকলৰ কোনজন সংগতিবিহীন? 

(i) এজন চেলুন স্বত্বাধিকাৰী (ii) এজন মুচী (iii) মাদাৰ ডায়েৰীৰ হিচাপ ৰক্ষক (iv) টিউচন কৰা শিক্ষক (v) পৰিবহণৰ চালক (vi) নির্মাণ কাৰ্যৰ শ্রমিক 
উত্তৰঃ

5. নতুনকৈ সৃষ্টি হােৱা কামবােৰ প্রধানতঃ খণ্ডত দেখা যায় (সেৱা/প্রস্তুতকৰণ উদ্যোগ)। 
উত্তৰঃ

6. 4 জন ভাৰাতীয় শ্রমিক থকা প্রতিষ্ঠানক— (আনুষ্ঠানিক/অনানুষ্ঠানিক) খণ্ডৰ প্রতিষ্ঠান বােলে। 
উত্তৰঃ

7. ৰাজ স্কুললৈ যায়। যেতিয়া তেওঁ স্কুললৈ নাযায়, তেতিয়া পথাৰত কাম কৰে। তেওঁক শ্রমিক বুলিব পাৰিনে? যুক্তি দিয়া। 
উত্তৰঃ

8. নগৰৰ মহিলাৰ তুলনাত গাঁৱৰ অধিক মহিলাই শ্ৰম কৰে। কিয়? 
উত্তৰঃ

9. মীনা এগৰাকী গৃহিণী। দৈনন্দিন ঘৰুৱা অথচ প্রয়ােজনীয় ঘৰুৱা কামবােৰ কৰাৰ উপৰিও তেওঁ স্বামীয়ে চলােৱা নিজস্ব কাপােৰৰ দোকানত কাম কৰে। তেওঁক শ্রমিক বুলিব পাৰিনে? যুক্তি দর্শোৱা। 
উত্তৰঃ

10. সংগতিবিহীন লােকজন বিচাৰি উলিওৱা (i) আনৰ মালিকানাধীন ৰিক্সা চলােৱা ৰিক্সাচালক (ii) ৰাজমিস্ত্রী (iii) কাৰিকৰৰ দোকানৰ শ্ৰমিক (iv) জোতা পলিচ কৰা ল'ৰা 
উত্তৰঃ

11. তলৰ তালিকাখনত 1972-73 চনত ভাৰতৰ শ্ৰম বাহিনীৰ বিভাজন দেখুওৱা হৈছে। তালিকাখন বিশ্লেষণ কৰা আৰু শ্রম বাহিনীৰ বিভাজনৰ প্ৰকৃতিৰ কাৰণ লিখা। মন কৰিবা যে এই তথ্যসমূহ 30 বছৰৰ পূৰ্বৰ ভাৰতৰ।

থকা ঠাই

শ্ৰমবাহিনী (নিযুত হিচাপত)

পুৰুষ

মহিলা

মুঠ

গাঁও

নগৰ

 

125

32

69

7

195

39


উত্তৰঃ

12. তলৰ তালিকাত 1999-2000 চনৰ ভাৰতবৰ্ষৰ জনসংখ্যা-শ্ৰমিকৰ অনুপাত দেখুওৱা হৈছে। এতিয়া ভাৰতৰ শ্ৰমিক বাহিনীৰ সংখ্যা (নগৰৰ আৰু সৰ্বমুঠ) গণনা কৰি উলিয়াব পাৰিবানে?

অঞ্চল

জনসংখ্যা

শ্ৰমিক-জনসংখ্যা অনুপাত

নিৰূপিত শ্ৰমিকৰ সংখ্যা(কোটি)

গাঁও

নগৰ

সৰ্বমুঠ

71.88

28.52

100.40

41.9

33.7

39.5

71.88x41.9=30.12

100

?

?

উত্তৰঃ

13. নিয়মিত বেতনভোগী শ্ৰমিকৰ সংখ্যা গাঁৱতকৈ নগৰত কিয় বেছি?
উত্তৰঃ

14. নিয়মিত বেতনাভোগী শ্ৰমিকৰ মাজত মহিলাৰ সংখ্যা কিয় কম?
উত্তৰঃ

15. ভাৰতত শ্ৰমবাহিনীৰ খণ্ড ভিত্তিক বিভাজনৰ শেহতীয়া গতিধাৰা বিশ্লেষণ কৰা
উত্তৰঃ

16. 1970 দশকৰ লগত তুলনা কৰিলে দেখা দেখা যাব যে বিভিন্ন উদ্যোগত শ্ৰম বাহিনীৰ বিভাজনৰ বিশেষ পৰিৱৰ্তন হোৱা নাই। মন্তব্য দিয়া।
উত্তৰঃ

17. বিগত 50 বছৰত ভাৰতত মুঠ উৎপাদন বৃদ্ধিৰ অনুপাৈতত নিয়োগ সৃষ্টিও বৃদ্ধি পাইছেনে? আলোচনা কৰা।
উত্তৰঃ

18. আনুষ্ঠানিক খণ্ডত অনানুষ্ঠানিক খণ্ডতকৈ কিয় অধিক নিয়োগ সৃষ্টিৰ প্ৰয়োজন?
উত্তৰঃ

19. ভিক্টৰে দিনত মাথোন 2 ঘণ্টাহে কাম পাবলৈ সক্ষম হৈছে। বাকী সময়ত তেওঁ কামৰ অনুসন্ধানত থকাহে দেখা যায়। তেওঁক নিবনুৱা বুলিব পাৰিনে? কিয়? ভিক্টৰৰ দৰে মানুহে কি ধৰণৰ কাম কৰে?
উত্তৰঃ

20. তুমি এখন গাঁত বাস কৰা। তোমাক যদি গাঁওখনৰ উন্নয়নৰ বাবে গাঁও পঞ্চায়তক পৰামৰ্শ দিবলৈ কোৱা হয়, তেন্তে তুমি গাঁওখনৰ উন্নতিৰ বাবে, কৰ্মসংস্থানৰো সৃষ্টি কৰিব পৰা কেনে ধৰণৰ কামৰ পৰামৰ্শ দিৱা?
উত্তৰঃ

21. নৈমিত্তিক মজুৰি শ্ৰমিক কাক বোলা হয়?
উত্তৰঃ

22. এজন শ্ৰমিকে কাম কৰা খণ্ডটো যে অনানুষ্ঠানিক সেইটা কিদৰে জানিবা?
উত্তৰঃ


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)













Question Type By- Himanku Bora.




Post ID : DABP003993