আন্তঃগাঁথনি

অনুশীলনী

1. আন্তঃগাথনি কি ব্যাখ্যা কৰা।
উত্তৰঃ

2. আন্তঃগাঁথনিক বিভক্ত কৰা ভাগ দুটা ব্যাখ্যা কৰা। ইহঁতৰ দুটা কেনেধৰণে পৰস্পৰ নিৰ্ভৰশীল?
উত্তৰঃ

3. আন্তঃগাঁথনিক সুবিধাই উৎপাদন বৃদ্ধিত কেনেকৈ অৰিহণা যোগায়?
উত্তৰঃ

4. "আন্তঃগাঁথনিয়ে এখন দেশৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগায়"। মন্তব্যটিত তুমি একমতনে? ব্যাখ্যা কৰা।
উত্তৰঃ

5. ভাৰতবৰ্ষৰ গ্ৰাম্য আন্তঃগাঁথনিৰ অৱস্থা কেনেকুৱা?
উত্তৰঃ

6. শক্তিৰ গুৰুত্ব কি? বাণিজ্যিক আৰু অ-বাণিজ্যিক শক্তি উৎসৰ মাজত পাৰ্থক্য দেখুওৱা।
উত্তৰঃ

7. শক্তি উৎপাদনৰ প্ৰাথমিক উৎস তিনিটা কি কি?
উত্তৰঃ

8. শক্তিৰ প্ৰেৰণ আৰু বিতৰণৰ ক্ষেত্ৰত হোৱা লোকচান বুলিলে তুমি কি বুজা? এই লোকচানৰ পৰিমাণ কেনেকৈ হ্ৰাস কৰিব পাৰি?
উত্তৰঃ

9. শক্তিৰ বিভিন্ন ধৰণৰ অ-বাণিজ্যিক উৎবোৰ কি কি?
উত্তৰঃ

10. নবীকৰণ যোগ্য শক্তি উৎসৰ ব্যৱহাৰেৰে শক্তিৰ সংকট দূৰ কৰিব পৰা যায়। কথাষাৰ যুক্তিৰে প্ৰতিকন্ন কৰা।
উত্তৰঃ

11. যোৱা কেইটামান বছৰত কিদৰে শক্তি ব্যৱহাৰৰ ধৰণৰ পৰিৱৰ্তন হৈ আহিছে?
উত্তৰঃ

12. শক্তিৰ ব্যৱহাৰৰ হাৰ আৰু অৰ্থনৈতিক বৃদ্ধিৰ হাৰ কি দৰে সম্পৰ্কিত?
উত্তৰঃ

13. ভাৰতবৰ্ষৰ শক্তিখণ্ডই কি কি সমস্যাত ভুগি আছে?
উত্তৰঃ

14. ভাৰতবৰ্ষৰ শক্তি সংকট দূৰ কৰাৰ বাবে সম্প্ৰতি গ্ৰহণ কৰা সংস্কাৰসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ

15. আমাৰ দেশৰ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ

16. গোলকীয় বেমাৰৰ বোজা (Global Burden of Disease) বুলিলে কি বুজা?
উত্তৰঃ

17. আমাৰ দেশৰ স্বাস্থ্য যতন ব্যৱস্থাৰ প্ৰধান দুৰ্বলতাসমূহ আলোচনা কৰা।
উত্তৰঃ

18. আমাৰ দেশত মহিলাৰ স্বাস্থ্য এক গভীৰ চিন্তাৰ বিষয়। কিয়?
উত্তৰঃ

19. জনস্বাস্থ্যৰ অৰ্থ বুজাই লিখা। ৰোগ নিয়ন্ত্ৰণৰ বাবে শেহতীয়ভাৱে চৰকাৰে হাতত লেৱা জনস্বাস্থ্যৰ প্ৰধান ব্যৱস্থাৱলীৰ ওপৰত আলোচনা কৰা। 
উত্তৰঃ

20. ভাৰতীয় চিকিৎসা শাস্ত্ৰৰ ছয়টা পদ্ধতি কি কি?
উত্তৰঃ

21. স্বাস্থ্য যতনৰ আঁচনিসমূহৰ ফলপ্ৰসূতা আমি কিদৰে বৃদ্ধি কৰিব পাৰোঁ।
উত্তৰঃ


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)














Question Type By- Himanku Bora


Post ID : DABP003890