পৰিৱেশ আৰু বহনক্ষম উন্নয়ন

অনুশীলনী

1. পৰিৱেশ মানে কি?
উত্তৰঃ

2. সম্পদৰ পুনৰ সৃষ্টিৰ হাৰতকৈ উদঘাটৰ হাৰ অধিক হ'লে কি হ'ব?
উত্তৰঃ

3. তলত দিয়াবোৰক নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ শ্ৰেণী বিভাজন কৰা।

(i) গছ  (ii) মাছ  (iii) পেট্ৰ'লিয়াম  (iv) কয়লা  (v) লোৰ আকৰ  (vi)পানী
উত্তৰঃ

4. খালী ঠাই পূৰণ কৰাঃ

বৰ্তমান বিশ্বই সন্মুখীন হোৱা দুটা পৰিৱেশ সম্পৰ্কীয় প্ৰধান সমস্যা হ'ল __________ আৰু __________।
উত্তৰঃ

5. তলৰ বিষয় কেইটাই ভাৰতবৰ্ষত পৰিৱেশ সম্পৰ্কীয় সমস্যাত কেনেদৰে অৰিহণা যোগাইছে?

(i) বৰ্ধিত জনসংখ্যা
উত্তৰঃ

(ii) বায়ু প্ৰদূষণ
উত্তৰঃ

(iii) জল প্ৰদূষণ
উত্তৰঃ

(iv) পয়োভৰপূৰ্ণ ভোগমান (Affluent Consumption Standard)
উত্তৰঃ

(v) নিৰক্ষৰতা
উত্তৰঃ

(vi) উদ্যোগীকৰণ
উত্তৰঃ

(vii) নগৰীকৰণ
উত্তৰঃ

(viii) বনাঞ্চল সংকোচন
উত্তৰঃ


(ix) চোৰাং চিকাৰ
উত্তৰঃ

(x) গোলকীয় উষ্ণতা

চৰকাৰৰ বাবে ইহঁতে কেনে সমস্যাৰ অৱতাৰণা কৰিছে?


6. পৰিৱেশৰ কাৰ্যাৱলী কি?
উত্তৰঃ

7. ভাৰতবৰ্ষত ভূমিৰ অৱনমনৰ ছয়টা কাৰক চিনাক্ত কৰা।
উত্তৰঃ

8. নেতিবাচক পাৰিৱেশিক প্ৰভাৱৰ সুযোগব্যয় কেনেকৈ অধিক হয় তাক ব্যাখ্যা কৰা।
উত্তৰঃ

9. ভাৰতবৰ্ষত বহনক্ষম উন্নয়নৰ বাবে প্ৰয়োজনীয় পদক্ষেপ সমূহৰ এটি ৰূপৰেখা অংকন কৰা।
উত্তৰঃ

10. ভাৰতবৰ্ষত প্ৰচুৰ প্ৰকৃতিক সম্পদ আছে। উক্তিটো তথ্য সহকাৰে প্ৰতিপন্ন কৰা।
উত্তৰঃ

11. পৰিৱেশ সংকট এটা অতি সাম্প্ৰতিক পৰিঘটনা নে? যদি হয়, কিয়?
উত্তৰঃ

12. দুটা উদাহৰণ দিয়াঃ

(a) পাৰিৱেশিক সম্পদৰ অত্যধিক ব্যৱহাৰ।
উত্তৰঃ

(b) পাৰিৱেশিক সম্পদৰ অপব্যৱহাৰ।
উত্তৰঃ

13. ভাৰতবৰ্ষৰ যিকোনো চাৰিটা জৰুৰী পৰিৱেশ সম্পৰ্কীয় উদ্বেগৰ কাৰণ উল্লেখ কৰা। পাৰিৱেশিক ক্ষতি সংশোধনৰ সুযোগ ব্যয় আছে। ব্যাখ্যা কৰা।
উত্তৰঃ

14. পাৰিৱেশিক সম্পদৰ যোগান-চাহিদাৰ বিপৰীতমুখী সম্পৰ্ক ব্যাখ্যা কৰা
উত্তৰঃ

15. সাম্পতিক কালৰ পৰিৱেশ সংকট বৰ্ণনা কৰা।
উত্তৰঃ

16. ভাৰতবৰ্ষত উন্নয়নৰ যিকোনো দুটা গভীৰ পৰিৱেশ প্ৰতিকূল পৰিণতি ব্যাখ্যা কৰা। ভাৰতবৰ্ষৰ পৰিৱেশ সমস্যাৰ দুটা পৃথক বিৰোধী ৰূপ আছে- এই সমস্যাসমূহ এহাতে দৰিদ্ৰ প্ৰণোদিত আৰু আনহাতে জীৱন নিৰ্বাহৰ মানৰ সমৃদ্ধিৰ ফলশ্ৰুতি। এইটো সত্যনে?
উত্তৰঃ

17. বহনহক্ষম উন্নয়ন কি?
উত্তৰঃ

18. তোমাৰ স্থানীয় অঞ্চলৰক প্ৰতি দৃষ্টি ৰাখি বহনক্ষম উন্নয়নৰ যিকোনো চাৰিটা কৌশল বৰ্ণনা কৰা।
উত্তৰঃ    

19. বহনক্ষম উন্নয়নৰ সংজ্ঞাত আন্তঃ প্ৰজ-ন্মত সমতাৰ প্ৰসঙ্গিকতা ব্যাখ্যা কৰা।
উত্তৰঃ


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)













Question Type By- Himanku Bora



Post ID : DABP003891