নৱম অধ্যায়
অনুশীলনী
ৰশ্মি পোহৰ বিজ্ঞান আৰু আলোক যন্ত্ৰ
(RAY OPTICS AND OPTICAL INSTRUMENTS)
৯.১. 36 cm ভাঁজ ব্যাসাৰ্দ্ধৰ অৱতল দাপোন এখনৰ পৰা 27 cm দূৰত্বত 2.5 cm. উচ্চতাৰ মমবাতি এডাল থিয়কৈ ৰখা হৈছে। দাপোণৰ পৰা কি দূৰত্বত পৰ্দ্দা এখন থ'লে মমবাতিডালৰ এটা স্পষ্ট প্রতিবিম্ব পোৱা যাব? গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ বর্ণনা কৰা। মমবাতিডালৰ দাপোণৰ ওচৰ চপাই আনিলে পৰ্দ্দাখন কোনফালে স্থানান্তৰ কৰিব লাগিব?
উত্তৰঃ দিয়া আছে,
দাপোন খনৰ পৰা 54 cm
দূৰত্বত প্ৰতিবিম্ব গঠন হ’ব।
প্ৰতিবিম্বটো বাস্তৱ,
কাৰণ 1 হৈছে ধনাত্মক আৰু ইয়াৰ আকাৰ 5
cm
৯.2. 15 cm. ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 12 cm.
দূৰত্ব 4.5 cm উচ্চতাৰ
বেজী এটা থিয়কৈ ধৰা হৈছে। বেজীটোৰ প্ৰতিবিম্বৰ অৱস্থান আৰু ইয়াৰ পৰিবৰ্দ্ধন নিৰ্ণয়
কৰা।
উত্তৰঃ দিয়া আছে,
প্ৰতিবিন্দুটো
দাপোনখনৰ পিছফালে 6.7 cm দূৰত্বত গঠিত হ’ব।
৯.৩. জলাধাৰ এটা 12.5 cm. উচ্চতালৈ পানীৰে ভৰাই লোৱা
হৈছে। জলধাৰটোৰ তলিত বেজী এটা পৰি আছে। মাইক্ৰ’স্কপ এটাৰে বেজীটো নিৰীক্ষণ
কৰাত তাৰ আপাতত গভীৰতা 9.4cm. পোৱা গ’ল। পানীৰ প্ৰতিসৰাংক নিৰ্ণয়
কৰা। পানীৰ পৰিবৰ্তে যদি একে উচ্চতালৈ আধাৰটোত 1.63 প্ৰতিসৰাংকৰ স্বচ্ছ তৰল এটা
ভৰাই লোৱা হয় তেন্তে বেজীটো স্পষ্টকৈ দেখিবলৈ মাইক্ৰ’ পটো কিমান দূৰত্ব স্থানান্তৰিক
কৰিব লাগিব ?
উত্তৰঃ
৯.৪. চিত্ৰ ক্ৰমে বায়ু আৰু পানী
বায়ু সন্ধিতলত টনা অভিলম্বৰ সৈতে কোণ কৰাকৈ পোহৰৰ ৰশ্মি এটা আপতিত হৈছে। ৰশ্মিটো
যদি পানী-কাঁচ মাধ্যমত 9.34 (c)
কোণত আপতিত হয় তেন্তে কাঁচ মাধ্যমৰ প্ৰতিসৰণ কোণ
কিমান হ’ব নিৰ্ণয় কৰা।
উত্তৰঃ স্নেলৰ প্ৰতিসৰণৰ সূত্ৰ মতে,
1.51
(c)
৯.৫. প্ৰতিসৰাংকৰ কাঁচেৰে এখন
দ্বি-উত্তল লেন্স প্ৰস্তুত কৰিব লাগে। লেন্সখনৰ দুয়ো পৃষ্ঠৰ ভাঁজ ব্যাসাৰ্দ্ধ
সমান। যদি লেন্সখনৰ ফ’ কাছ দৈৰ্ঘ্য 20 cm হ’ ব লাগে তেন্তে তাৰ ভাঁজ
ব্যাসাৰ্দ্ধ কিমান লাগিব ?
উত্তৰঃ
৯.৬. 3.0 cm উচ্চতাৰ লক্ষ্যবস্তু এটা 21 cm ফ’ কাছ দৈৰ্ঘ্যৰ অৱতল লেন্স একনৰ
সন্মূখত ৰখা হৈছে। লেন্সৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 14 cm। লেন্সখনে গঠন কৰা
প্ৰতিবিম্বটো কেনেকুৱা হ’ ব ?
উত্তৰঃ ইয়াত,
৯.৭. (a) মানমন্দিৰ এটাত থকা এটা বিশাল
প্ৰতিসৰণ টেলস্ক’ পৰ অভিলক্ষ্যৰ ফ’ কাছ দৈৰ্ঘ্য হ’ ল 15 m। টেলিস্ক’ পটোত যদি 1.0 cm ফ’কাছ দৈৰ্ঘ্যৰ অভিনেত্ৰ ব্যৱহাৰ
কৰা হয় তেন্তে যন্ত্ৰটোৰ কৌণিক পৰিবৰ্দ্ধন কিমান হ’ব?
(b) এটা টেলিস্ক’ পটোৰ যদি চন্দ্ৰটো নিৰীক্ষণ কৰা হয় তেন্তে
অভিলক্ষ্যই গঠন কৰা চন্দ্ৰৰ প্ৰতিবিম্বটো ব্যাস কিমান হ’ ব? চন্দ্ৰৰ ব্যাস হ’ল আৰু চন্দ্ৰৰ কক্ষপথৰ
ব্যাসাৰ্দ্ধ
উত্তৰঃ (a) দিয়া আছে,
অতি চমু প্ৰশ্নোত্তৰ
১। গোলাকাৰ দাপোণৰ মেৰু কি?
উত্তৰঃ গোলাকাৰ দাপোণৰ মধ্যবিন্দুক তাৰ কেন্দ্ৰ তাৰ মেৰু বোলে।
২। গোলাকাৰ দাপোণৰ মুখ্য অক্ষ কি?
৩। স্নেলৰ প্ৰতিসৰণৰ সূত্ৰটো কি?
উত্তৰঃ আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত সহায় এটা ধ্রুৱক।
৪। বায়ুমণ্ডত হোৱা প্ৰতিসৰণৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ মৰীচিকা।
৫। সৰল অণুবীক্ষণ যন্ত্ৰৰ বিৱৰ্ধন স্পষ্ট দৃষ্টিৰ নূন্যতম দূৰত্ব (D) ৰ সহায়ত প্রকাশ কৰা।উত্তবঃ
উত্তৰঃ বেঙুনীয়া।
৭। পোহৰৰ বিচ্ছুৰণ কি?৮। আলোক নলীয়ে কেনেকৈ কাম কৰে?
উত্তৰঃ আভ্যন্তৰীণ পূর্ণ প্রতিফলন।
৯। গোলাকাৰ দাপোণৰ ক্ষেত্ৰত ফ'কাছ দৈর্ঘ্য আৰু ভাঁজব্যাসার্ধৰ মাজত সম্পর্ক প্রতিষ্ঠা কৰা।উত্তৰঃ
১০। গোলাকাৰ দাপোণৰ ভাঁজকেন্দ্ৰ কি?
উত্তৰঃ দাপোণৰ যিটো গোলাকাৰ অংশ তাৰ কেন্দ্ৰক ভাঁজকেন্দ্ৰ বোলে।
১১। এখন লেন্সৰ ক্ষমতা +2DI
লেন্সখনৰ ফ'কাছদৈর্ঘ্য কিমান?
উত্তৰঃ
১
উত্তৰঃ
চমু প্রশ্নোত্তৰ
১। উত্তল দাপোণৰ
ক্ষেত্ৰত, উলিওৱা।
উত্তৰঃ AB ৰশ্মিক উত্তল
দাপোণখনৰ পিছফালে D লৈ বঢ়াই দিয়া হ'ল। BE প্রতিফলিত ৰশ্মি।
২। উত্তল দাপোণৰ প্ৰতিবিম্ব সৃষ্টিৰ এটা ৰশ্মি চিত্ৰ অংকন কৰা।
উত্তৰঃ
৪।
৫। পোহৰৰ বিচ্ছুৰণ
পৰিঘটনা ব্যাখ্যা কৰা।
উত্তৰঃ
যৌগিক পোহৰৰ বিভিন্ন উপাংশৰ একে মাধ্যমৰ বাবে প্ৰতিসৰাণাংক বেলেগ বেলেগ। সেয়েহে
যৌগিক পোহৰ কোনো মাধ্যমৰ মাজেৰে পাৰ হৈ যাওঁতে প্ৰতিসৰণাংক অনুযায়ী ভাগ হৈ যায়। এই
প্রক্রিয়াটোবে বিচ্ছুৰণ।
৬। ৰামধেনু কেনেকৈ
সৃষ্টি হয়?
উত্তৰঃ বায়ুমণ্ডলত থকা পানীৰ টোপালে এখন প্রিজমৰ দৰে
কাম কৰে। পোহৰৰ ৰশ্মি পানীৰ টোপালত পৰিলে ইয়াৰ এটা অংশ প্রতিফলিত হয় আৰু আনটো অংশ
প্রতিসৰিত হয় পানীৰ টোপালৰ মাজেৰে যাওঁতে বেলেগ বেলেগ ৰঙৰ ৰশ্মিলৈ বিচ্ছুৰিত হয়।
সেয়েহে বেলেগ বেলেগ ৰঙৰ ৰশ্মি একেলগে এটা পটি হিচাপে দেখা যায়। এয়াই ৰামধেনু।
৭। যদি এজন মানুহে 100 cm ওচৰৰ বস্তু ভালকৈ দেখা নাপায়, তেন্তে মানুহজনৰ চকুৰ দোষ কি? ইয়াক কেনেকৈ আঁতৰাব পাৰি ?
উত্তৰঃ হাইপাৰমেট্ৰ’ পিয়া
মানুহজনে উত্তল লেন্স ব্যৱহাৰ কৰিব লাগিব।
৮।
৯। মৰীচিকা সৃষ্টিৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰ: মৰুভূমিত ৰ'ড পৰিলে ভূ-পৃষ্ঠৰ ওপৰৰ মাটিভাগ
গৰম হয়, গতিকে ভূ-পৃষ্ঠৰ গাত লাগি থকা বায়ুমণ্ডলৰ স্তৰ পাতল
আৰু ওপৰৰ স্তৰ ঘন হয়। ফলত ওপৰৰ স্তৰৰপৰা অহা পোহৰৰ ৰশ্মিৰ প্ৰতিসৰণ কোণ ক্রমে
ক্রমে বাঢ়ি গৈ ভূ-পৃষ্ঠৰ ওচৰৰ স্তৰৰপৰা আভ্যন্তৰীণ পূর্ণ প্রতিফলন হৈ উভতি আহে।
ফলস্বৰূপে বস্তুৰ ওলোটা প্রতিবিম্ব গঠন হয়। এয়াই মৰীচিকা।
১০। গোলাকাৰ দাপোণৰ ভাঁজকেন্দ্ৰ কি?
উত্তৰঃ দাপোণৰ যিটো গোলাকাৰ অংশ তাৰ কেন্দ্ৰক ভাঁজকেন্দ্ৰ বোলে।
দীঘল প্ৰশ্নোত্তৰ
১।
উত্তৰঃ
২। লেন্সমেকাৰৰ সমীকৰণ-
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
![]()
উত্তৰঃ
উত্তৰঃ
উত্তৰঃ
১। সমউত্তল লেন্স ( = 1.5) এখনৰ ফ'কাছ দৈর্ঘ্য 20 cm। ইয়াৰ সমতল অংশ ৰূপালী। উত্তল লেন্সৰ অক্ষত 60 cm দূৰত্বত লক্ষ্যবস্তু ৰাখিলে
প্রতিবিম্বৰ দূৰত্ব কি হ'ব?
৬। প্রিজম গঠিত পদাৰ্থৰ প্ৰতিসৰাংকৰ তলত দিয়া প্ৰকাশ ৰাশিটো নিৰ্ণয় কৰা, য'ত ব্যবহৃত সংকেতাসমূহে সচৰাচৰ
অৰ্থ বহন কৰিছে।
এটা প্রিজমৰ ৰূপত থকা এটুকুৰা কাঁচৰ প্ৰতিসৰাংক অজ্ঞাত। এটা আপতিত ৰশ্মিৰ
বাবে নিম্নতম বিচ্যুতি কোণ জুখি পোৱা গৈছে 40°। প্রিজম গঠিত পদাৰ্থৰ প্ৰতিসৰাংক গণনা কর্য যদিহে প্রিজম কোণ 60° হয়।
উত্তৰঃ
Type : Madhushmita Hazarika