দ্বাদশ অধ্যায়

  পৰমাণু
  

অনুশীলনী


১২.১. তলৰ প্ৰতিটো উক্তিৰ শেষত দিয়া ইংগিতৰ আলমৰ শুদ্ধ উত্তৰটো বাচি উলিওৱা:

(a) ৰাডাৰফ'ৰ্ডৰ আৰ্হিত পৰমাণুৰ আকাৰ যিমান থমছনৰ আৰ্হিত ----- (তাতকৈ ভাঙৰ / তাৰ সমান / তাতকৈ বহু সৰু)।

উত্তৰঃ ৰাডাৰফ'ৰ্ডৰ আর্হিত পৰমাণুৰ আকাৰ যিমান থমছনৰ আৰ্হিত তাৰ সমান

(b) ভূমিস্তৰত ---- আর্হিত ইলেকট্রনবোৰ সুস্থিৰ সাম্য অৱস্থাত থাকে, আনহাতে ---- আর্হিত ইলেকট্রনবোৰে সদায় এটা লব্ধ বল অনুভব কৰে। (থমছনৰ / ৰাডাৰফ'ৰ্ডৰ)

উত্তৰঃ ভূমিস্তৰত থমছনৰ আর্হিত ইলেকট্রনবোৰ সুস্থিৰ সাম্য অৱস্থাত থাকে, আনহাতে ৰাডাৰফৰ্ডৰ আৰ্হিত ইলেকট্রনবোৰে সদায় এটা লব্ধ বল অনুভব কৰে

(c) ---- আৰ্হি অনুসাৰে ধ্রুপদী পৰমাণু এটা ধ্বংস হোৱাটো অশ্যম্ভাৱী। (থমছনৰ/ ৰাডাৰফৰ্ডৰ)

উত্তৰঃ থমছনৰ আৰ্হি অনুসাৰে ধ্রুপদী পৰমাণু এটা ধ্বংস হোৱাটো অশ্যম্ভাৱী।

(d) ---- আৰ্হি অনুযায়ী পৰমাণুৰ ভৰ প্ৰায় সুষমভাবে বিস্তৃত; আনহাতে ---- আৰ্হি অনুযায়ী ই অতিশয় অসুষমভাবে বিস্তৃত। (থমছনৰ / ৰাডাৰফ'ৰ্ডৰ)

উত্তৰঃ ৰাডাৰফ 'ৰ্ডৰ আৰ্হি অনুযায়ী পৰমাণুৰ ভৰ প্ৰায় সুষমভাবে বিস্তৃত; আনহাতে ৰাডাৰফ'ৰ্ডৰ আর্হি অনুযায়ী ই অতিশয় অসুষমভাৱে বিস্তৃত।

(e) ---- আৰ্হিমতে পৰমাণুৰ প্ৰায়খিনি ভৰ ধনাত্মক আধানযুক্ত অংশটোত থাকে (ৰাডাৰফৰ্ডৰ/উভয় আৰ্হি

উত্তৰঃ উভয় আৰ্হি আৰ্হিমতে পৰমাণুৰ প্ৰায়খিনি ভৰ ধনাত্মক আধানযুক্ত অংশটোত থাকে

১২.২. হাইড্র'জেন বর্ণালীৰ পাশ্চেন শ্ৰেণীত নিম্নতম কি তৰংগদৈর্ঘ্য পোৱা যায়?

উত্তৰঃ হাইড্ৰ'জেন বৰ্ণালীৰ পাশ্চেন শ্ৰেণীত চুটি তৰংগদৈর্ঘ্য পোৱা যায়,

১২.৩. এটা পৰমাণুৰ দুটা শক্তিস্তৰৰ মাজত শক্তিৰ পাৰ্থক্য 2.3 eVউচ্চ স্তৰটোৰ পৰা নিম্ন স্তৰটোলৈ পৰমাণুটোৰ সংক্ৰমণ ঘটিলে যি বিকিৰণ নির্গত হ'ব তাৰ কম্পনাংক কিমান

 উত্তৰঃ'ৰৰ স্বীকাৰ্য্য মতে,

 

 

অতি চমু প্রশ্নোত্তৰ

১। পৰমাণুৰ গঠন সম্পর্কে থমছনৰ তত্বটো লিখা।

উত্তৰঃ এই তত্বমতে ধনাত্মক গোলক এটাত ঋণাত্মকভাৱে আহিত ইলেকট্রনবোৰ সজোৱা থাকে। গোলকটোৰ ধনাত্মক আধান ইলেকট্রনবোৰৰ মুঠ ঋণাত্মক আধানৰ সমান। ফলত পৰমাণুটো আধানহীন হয়।

২। থমছনৰ আৰ্হিৰ সীমাবদ্ধতা এটা লিখা।

উত্তৰঃ হাইড্ৰ'জেনৰ এডাল ৰেখা যে অসংখ্য ক্ষুদ্ৰ ৰেখাৰ সমষ্টি সেই তত্ব ব্যাখ্যা কৰিব নোৱাৰে।

৩। পৰমাণুত ধনাত্মক আধান থকাৰ ধাৰণাটো ৰাডাৰ ফ'র্ডে কিদৰে ভাবিছিল?

উত্তৰঃ  

৪। সংঘর্ষ প্রাচল কি?



৫। সংঘর্ষ প্ৰাচলৰ মান কম হ'লে বিকর্ষণ বল বেছি/কম আৰু -কণাৰ বিক্ষেপন বেছি/কম হয়। বাক্যটো শুদ্ধকৈ লিখা।

উত্তৰঃ ইয়াৰ মান কম হ'লে বিকর্ষণ বল বেছি আৰু  কণাৰ বিক্ষেপন বেছি হয়।

৬। ওচৰ চপা নিম্নতম দূৰত্ব মানে কি?

ত্তৰঃ পৰমাণুৰ কেন্দ্ৰৰ পৰা যি নিম্নতম দূৰত্বত গতিশক্তি স্থিতিশক্তিলৈ পৰিৱৰ্তিত হয় তাক ওচৰ-চাপৰ নিম্নতম দূৰত্ব বোলে।

৭। ৰাডাৰ ফ'ৰ্ডৰ পৰমাণুৰ গঠনৰ এটা সীমাবদ্ধতা লিখা।

উত্তৰঃ ৰাডাৰ ফ'ৰ্ডৰ আৰ্হি মতে ইলেকট্রনবোৰে নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকোঁতে ইহঁতৰ শক্তিৰ অপচয় হয়। এটা সময়ত ইহঁতৰ শক্তি কমি গৈ নিউক্লিয়াছত জাহ যাব। আৰু এই পৰিঘটনা সম্ভৱ নহয়।

৮। হাইড্ৰ'জেন পৰমাণুৰ ঘূৰ্ণীয়মান ইলেকট্ৰনৰ কৌণিক বেগৰ কোৱাণ্টাম তত্বটো লিখা।

৯। স্থায়ী কক্ষপথৰ ধাৰণাটো কি?

ত্তৰঃ যি কক্ষপথত ঘূৰিলে ইলেকট্ৰনৰ শক্তিৰ অপচয় নহয় তাক নির্দিষ্ট স্থায়ী কক্ষপথ বোলে।

চমু প্ৰশ্নোত্তৰ

১। থমছনৰ পৰমাণুৰ তত্বটো চমুকৈ লিখা।

উত্তৰঃ থমছনৰ মতে ধনাত্মকভাবে আহিত গোলক এটাৰ আকৃতিৰ পৰমাণুৰ ভিতৰত ঋণাত্মক ইলেকট্রনবোৰ সুষমভাৱে সজোৱা থাকে। ইলেকট্রনবোৰ এনেদৰে সজোৱা থাকে যাতে ইহঁতৰ মাজৰ বিকর্ষণ বল, ইলেকট্রন আৰু ধনাত্মক আধানৰ আকৰ্ষণ বলৰ দ্বাৰা প্রশমিত হয়।

২। ৰাডাৰ ফ'ৰ্ডৰ পৰমাণুৰ আৰ্হিবোৰ লিখা।

উত্তৰঃ পৰমাণু গঠন সম্পৰ্কে ৰাডাৰ ফ'ৰ্ডৰ মতামত-

(i)  পৰমাণুৰ ভিতৰভাগত যথেষ্ট খালী ঠাই থাকে।

(ii) পৰমাণুৰ কেন্দ্ৰত ধন আধান থাকে। পৰমাণুৰ প্রায় আটাইখিনি ভৰেই কেন্দ্ৰত থুপ

খাই থাকে

৩। ঘূণীয়মান ইলেকট্রনৰ বিকিৰণৰ তত্ব ৰাডাৰ ফ'ৰ্ডৰ তত্বই কিয় ব্যাখ্যা কৰিব নোৱাৰে?

উত্তৰ: বাডাৰ ফ'ৰ্ডৰ মতে ইলেকট্রন এটাই নিউক্ৰিয়াছৰ চাৰিওফালে ঘুৰি থাকে। এনেদৰে ঘুৰি থাকোঁতে ইলেকট্রন এটাৰ শক্তি ক্ষয় হয় আৰু পথৰ ব্যাসার্দ্ধ কমি গৈ এটা সময়ত নিউক্লিয়াছত জাহ যাব। ফলত পৰমাণুটো ধ্বংস হ'ব।

৪। (i) কৌণিক ভৰবেগৰ কোৱাল্টম তত্ব।

(ii) বিদ্যুত চুম্বকীয় তৰংগৰ বিকিৰণৰ ব'বৰ তত্ববোৰ লিখা।

৫। অবিচ্ছিন্ন X ৰশ্মিৰ বৰ্ণালীৰ মূলতত্ব লিখা।

উত্তৰঃ ইলেকট্রন এটাই লক্ষ্যত আঘাত কৰিলে পৰমাণুৰ ভিতৰত প্ৰৱেশ কৰে। পৰমাণুৰ  ভিতৰত ইলেকট্রনটোক কক্ষীয় ইলেকট্রনবোৰে বিকৰ্ষণ আৰু নিউক্লিয়াছটোৱে আকর্ষণ কৰে। ফলত ইলেকট্রনটো গতি কৰোঁতে ইয়াৰ শক্তি ক্ষয় হয় আৰু এই নির্গত শক্তি X ৰশ্মি হিচাপে নির্গত হয়। ইয়াক অবিচ্ছিন্ন X ৰশ্মি বোলে।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ

১। হাইড্ৰ'জেন পৰমাণুৰ ইলেকট্রনৰ কৌণিক ভৰবেগৰ কোৱান্টাম তত্বটো লিখা। হাইড্র জেনৰ কক্ষৰ ব্যাসার্দ্ধৰ প্রকাশ ৰাশি লিখা।

উত্তৰঃ বৰত তত্ত্বত ইলেকট্রনৰ কক্ষপথ স্থায়ী হ'ব যদিহে,

এইটোৱে কক্ষপথত কৌণিক ভৰবেগৰ তত্ব।

উত্তৰঃ ৰাৰ্ডাৰ ফ'র্ডে উৎসৰ পৰা নিৰ্গত  ৰশ্মি কিছুমান সোণৰ পাতল পাত এখনৰ মাজেৰে যাবলৈ দি শ্মিবোৰৰ গতিপথ লক্ষ্য কৰিছিল। পৰীক্ষাৰ ফলাফলবোৰ তলত দিয়া ধৰণৰ-

(i) বেছিভাগ  কণাই পাতখনৰ মাজেৰে পাৰ হৈ যায়। অর্থাৎ পৰমাণুৰ ভিতৰৰ সৰহভাগেই ঠাই খালী।

(ii) কিছুমান কণা 90° বা তাতকৈ কম কোণত বিক্ষিপ্ত হয়।

কণাবোৰৰ আধান ধনাত্মক। এইবোৰ বিক্ষেপন কৰিবলৈ পাতখনত ধন আধান থাকিব লাগিব।

(iii) 8000 টাৰ ভিতৰত। টা কণা বিপৰীত দিশত উভতি আহে।

এই ক্ষেত্রত পাতখনত থকা ধন আধানৰ লগত  কণাৰ মুখামুখি সংঘর্ষ হয়। গতিকে পাতখনৰ ধন আধানৰ মান বহুত বেছি।

 ৩। হাইড্ৰ'জেন পৰমাণুৰ ইলেকট্রনৰ কক্ষৰ শক্তিৰ প্ৰকাশ ৰাশি লিখা।

উত্তৰঃ চমু প্রশ্নোত্তৰৰ ১০ নং প্ৰশ্নৰ উত্তৰ চোৱা।

গাণিতিক সমস্যা


১।


 

২। ভূমি স্তৰত থকা ইলেকট্ৰন এটা n=4 স্তৰলৈ উত্তেজিত হয়। ইলেকট্ৰনটোৱে শোষণ কৰা ফটনৰ তৰংগ দৈৰ্ঘ্য আৰু কম্পনাংক গণনা কৰা।

গতিকে স্থানান্তৰবোৰ

 


৪। বামাৰ শ্ৰেণীৰ প্ৰথম ৰেখাৰ তৰংগ দৈৰ্ঘ্য 7500A। একে বৰ্ণালীৰ লিমান শ্ৰেণীৰ তৰংগদৈৰ্ঘ্য কিমান হ?

 

উত্তৰঃ হাইড্ৰজেনৰ শক্তি,

৭। প্ৰথম কক্ষত থকা ইলেকট্ৰন এটাৰ কৌণিক বেগ গণনা কৰা। আৰু ইয়াৰ পৰা কৌণিক ভৰবেগৰ মান উলিওৱা। এই মান কোৱান্টিকৃত কৌণিক ভৰবেগৰ সৈতে তুলনা কৰা।

৮। প্ৰথম কক্ষত থকা ইলেকট্ৰনৰ বেগ গণনা কৰা আৰু ডি ব্ৰয়ৰ তৰংগ দৈৰ্ঘ্যৰ মান উলিওৱা।

 

             



Type :  Madhushmita Hazarika 



Post ID : DABP003805