অধ্যায় ২
চুলতানী আমোল 
(Decline of the Sultanate)

প্ৰশ্নাৱলী 

*অতি চমু পৰিচয়

১। তুৰ্কীসকল আদিতে ক'ৰ মানুহ আছিল ? (The Turks originally belonged to which place ?)
Answer:

২। কোন ঠাইক কেন্দ্ৰ কৰি প্ৰথমে তুৰ্কী সাম্ৰাজ্য গঢ়ি উঠিছিল ? (In which place the Turkish Empire first established ?)
Answer:

৩। গজনীৰ তুৰ্কী সাম্ৰাজ্য প্ৰতিষ্ঠাতা কোন আছিল ? (Who became the sultan of Ghazni ?) 
Answer:

৪। চবুক্তগীনৰ পাছত কোন গজনীৰ চুলতান আছিল ? Who became the sultan of Ghazni after Sabuktgin ?)
Answer:

৫। চুলতান মামুদে সৰ্বমুঠ কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল ? (How many times Mehmud invaded India ?)
Answer:

৬। জয়পাল কোন ৰাজ্যৰ ৰজা আছিল ? (Jaypal was the king of which Kingdom ?)
Answer:

৭। আনন্দপালৰ ৰাজ্যৰ নাম কি আছিল ? (What was the name of Anandapal's kingdom ?)
Answer:

৮। মামুদৰ ষষ্ঠদশবাৰ ভাৰত আক্ৰমণত ভাৰতৰ কোন ঠাইত আক্ৰমণ চলাইছিল ? (In his sixteenth invasion, Sultan Mehmud invade which place of India ?)
Answer:

৯। তৰাইনৰ দ্বিতীয় যুদ্ধ কোন চনত সংঘটিত হৈছিল ? (In which year the second battle of Tarain fought ?)
Answer:

১০। মহম্মদ ঘোৰীৰ কেতিয়া মৃত্যু হৈছিল ? (In which year Mohd. Ghori dieds ?)
Answer:

১১। ভাৰতত তুৰ্কী-মুছলমান সাম্ৰাজ্যৰ ভেটি কোনে প্ৰতিষ্ঠা কৰিছিল ? (Who established Turkish-Muslim rule in India ?)
Answer:

১২। ভাৰতত প্ৰথমজন তুৰ্কী-মুছলমান শাসনকৰ্তা কোন আছিল ? (Who was the first Turko-Muslim ruler of India ?)
Answer:

১৩। দিল্লী চুলতানী আমােলৰ প্রতিষ্ঠাতা কোন ? (Who was the founder of Delhi Sultanate ?) 
Answer:

১৪। কুতুবুদ্দিন আইবাকৰ পাছত কোন সিংহাসনত উঠিছিল ? (Who succeeded Qutab-ud-din-Aibak ?) 
Answer:

১৫। তাজউদ্দিন আলদাজ ক’ৰ শাসনকর্তা আছিল ? (Where did Tazuddin Yaldoz rule ?) 
Answer:

১৬। ঘােৰীৰ মৃত্যুৰ পাছত কুবাচাই নিজকে ক’ৰ স্বাধীন শাসনকর্তা বুলি ঘােষণা কৰিছিল ? (After the death of Mohd Ghori Qubasa declared himself as the ruler of which place ?) 
Answer:

১৭। খুটা পঢ়ি চুলতান হােৱা ভাৰতৰ প্রথমজন তুকী - মুছলমান চুলতানৰ a fa ? (Who was the first Indian Turko-Muslim ruler to read Khutba ?) 
Answer:

১৮। ভাৰতত কোনে প্রথমবাৰৰ বাবে মুদ্রাত কেৱল আৰৱী আখৰ ব্যৱহাৰ কৰিছিল ? (Who first introduced Arabic scrip in Indian coins ?) 
Answer:

১৯। আৰবৰ খলিফাই কাক ভাৰতৰ স্বাধীন চুলতান বুলি স্বীকৃতি দিছিল ? (To whom the Khalifa recognised as the Sultan of India ?) 
Answer:

২০। ৰুকনউদ্দিনৰ মাকৰ নাম কি আছিল ? (Who was the mother of Rukan-uddin ?) 
Answer:

২১। দিল্লীৰ সিংহাসনত আৰােহন কৰা একমাত্র মহিলাগৰাকীৰ নাম কি আছিল ? (Who was the one and only woman Sultan of Delhi ?) 
Answer:

২২। বলবনৰ সৰুতে নাম কি আছিল ? (What was the origin name of Balban ?) 
Answer:

২৩। কোনে দিল্লীৰ ৰাজসভাত পাৰস্যৰ ৰাজসভাৰ নীতিসমূহ বলবৎ কৰিছিল ? (Who introduced Persian in Delhi court ?) 
Answer:

২৪। নৌৰজ কি ? (What is "Nauraj" ?) 
Answer:

২৫। তুথ্রিল খাঁ ক’ৰ শাসনকর্তা আছিল । (Tughril Khan ruled in which state ?) 
Answer:

২৬। দাস বংশৰ শেষ চুলতান কোন আছিল ? (Who was the last sultan of slave dynasty ?)
Answer:

২৭। জালালুদ্দিন খিলজিৰ আচল নাম কি আছিল ? (What was the original name of Jalal-uddin Khilji ?) 
Answer:

২৮। কোন “হাজাৰ দিনাৰী” নামেৰে জনাজাত ? (Who was known "Hazar Dinari" ?) 
Answer:

২৯। আলাউদ্দিন খিজিৰ দাক্ষিণাত্য বিজয়ৰ প্ৰধান সেনাপতি কোন আছিল ? (Who was the chief commandant of Alaudin's south Indian campaign ?) 
Answer:

৩০। আলাউদ্দিন খিলজিৰ দিনত বজাৰ অধীক্ষকজনক কি নামেৰে জনা (During the time of Alaudin Khilji , the superin tendent of Market was known by which name ?) 
Answer:

৩১। কোন তুকী - মুছলমান চুলতানে প্রথমে নিগাজী সৈন্য ৰখাৰ ব্যৱস্থা ? (Who first introduced standing army ?) 
Answer:

৩২। টোঘলক বংশৰ প্রতিষ্ঠাতা কোন আছিল ? (Who was the founder of Tughluq dynasty ?) 
Answer:

৩৩। টোঘলক বংশৰ ৰাজত্বকালত ভাৰত ভ্রমণলৈ অহা আফ্রিকাৰ পৰিব্রাজকজনৰ নাম কি আছিল ? (Name the African travellar who travelled India during Tughluq period ?) 
Answer:

৩৪। কোনে মালিক গাজী উপাধি গ্রহণ কৰিছিল ? (Who adopted the title "Malik Gazi" ?) 
Answer:

৩৫। টোঘলক শব্দটোৱে কি বুজাইছে ? (What is the meaning of Tughluq ?) 
Answer:

৩৬। টোঘলকনামা গ্রন্থৰ ৰচক কোনে ? (Who was the author of Tughluqnama ?) 
Answer:

৩৭। ফুটাহ-ই-ফিৰােজছাহী গ্রন্থৰ ৰচক কোন ? (Who was the author of Futuah-i-Firozeshahi ?) 
Answer:

৩৮। মহম্মদ বিন টোঘলকৰ আদিতে নাম কি আছিল ? (What was the origin name of Muhmad- bin-Tughluq ?)
Answer:

৩৯। গিয়াছুদ্দিন টোঘলকৰ কোন ঠাইত মৃত্যু হৈছিল ? (Ghiyasuddin Tughluq died in which place ?) 
Answer:

৪০। গিয়াছুদ্দিন টোঘলকৰ ৰাজমিস্ত্রীজনৰ নাম কি আছিল ? (Who was the mason of Ghiyasuddin Tughluq ?) 
Answer:

৪১। মহম্মদ-বিন-টোঘলকে ৰাজধানী ক'লৈ স্থানান্তৰিত কৰিছিল ? (To which place Mohd-bin Tughluq transferd his capital ?) 
Answer:

৪২। দৌলতাবাদৰ পুৰণি নাম কি আছিল ? (What was the origin name of Daulatabad ?) 
Answer:

৪৩। কেতিয়া বিজয়নগৰ ৰাজ্যৰ উত্থান হৈছিল । (When did Vijaynagar rose to power ?) 
Answer:

৪৪। কাৰ ৰাজত্বকালত বাহমণি ৰাজ্য প্রতিষ্ঠা হৈছিল ? (During whose period , the Bahmoni kingdom established ?) 
Answer:

৪৫। কোন চুলতানে খােৰচান বিজয়ৰ পৰিকল্পনা কৰিছিল ? (Who made preparation for Khorasan expedition ?) 
Answer:

৪৬। মহম্মদ-বিন - টোঘলকৰ সময়ত চীনৰ সম্রাট কোন আছিল ? ( Who was the emperor of China during the period of Mohdbin-Tughluq ?) 
Answer:

৪৭। মহম্মদ-বিন-টোঘলকে কাক চীনদেশলৈ পঠাইছিল ? (Whom did Mohd-bin-Tughluq send to China ?) 
Answer:

৪৮। কোন চুলতানে তামৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল ? (Who introduced coper coins ?) 
Answer:

৪৯। খাৰাজ কি ? (What is Kharaj ?) 
Answer:

৫০। জিজিয়া কৰ কাৰ পৰা সংগ্ৰহ কৰা হৈছিল ? (From whom Jijiya was collected ?) 
Answer:

৫১। দিৱান-ই-খায়াৰতৰ কাম কি আছিল ? (What was the function of Diwan-i-Khayarat ?) 
Answer:


চমু প্রশ্নঃ 

১। আলপ্তগীনৰ পৰৱতী চুলতান দুজন কোন ? (Name two successors of Alaptgin ?)
Answer:

২। চুলতান মামুদৰ ভাৰত আক্ৰমণ দুটা উদ্দেশ্য লিখা । (Write two aim at Sultan Mehmud's Invasion of India ?)
Answer:

৩। তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? (Between whom the second battle of Tarain was fought ?)
Answer:

৪। তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ? (In which year 1st and 2nd battle of Tarain were fought ?)      
Answer:

৫। কোনে, কেতিয়া দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল ? (Who established slave dynasty and when ?)
Answer:

৬। দাস বংশৰ আদিতে দাস বিচাপে থকা দুজন চুলতানৰ নাম লিখা । (Name two slave Sultans who were originally slaves ?)
Answer:

৭। ইলত্যুৎমিছৰ আগত আৰু ইলত্যুৎমিছ পাছত কোনে দিল্লীৰ সিংহাসনত আৰোহন কৰিছিল ? (Who were the predessesor and successor of Iltutmish ?)
Answer:

৮। চেঙ্গাজখাঁই কেতিয়া আৰু কাৰ ৰাজত্বকালত ভাৰত অভিযান চলাইছিল ? (When and during whose period did Changijikhan invade India ?)
Answer:

৯। চেঙ্গিজখাঁৰ আচল নাম কি আৰু তেওঁ ক'ৰ মানুহ আছিল ? (What was the origin name of Changijkhan and he belonged to which place ?)
Answer:

১০। ইলত্যুৎমিছে সামৰিক বাহিনীৰ লোকৰ প্ৰতি আগবঢ়োৱা দুটা সুবিধা কি আছিল ? (Write two benefits offered by Iltutmish to military persons ?)
Answer:

১১। চেহেলগনি সকল কেই প্ৰকাৰৰ আছিল আৰু কি কি ? (What were the different types of Chehelgani ?)
Answer:

১২। শান্তি-শৃংখলা স্থাপনৰ বাবে চুলতান বলবনে লােৱা দুটা ব্যৱস্থাৰ বিষয়ে লিখা । (Write two measures adopted by Balban for the establishment of peace and order.) 
Answer:

১৩। খিলজি বংশৰ প্ৰথম আৰু শেষৰজন চুলতান কোন আছিল ? (Who were the first and last sultan of Khilji dynasty ?)
Answer:

১৪। আলাউদ্দিন খিলজিৰ দুটা উচ্চাকাংখা উল্লেখ কৰা । 
(Write two ambitions of Ala-ud-din Khilji ?) 
Answer:

১৫। আলাউদ্দিন খিজিৰ দিনত গুজৰাট ৰাজ্যৰ ৰজা কোন আছিল ? তেওঁৰ ৰাণীৰ নাম কি আছিল ? (Who was the king of Gujrat during Alaudin's time ? What was the name of his queen ?) 
Answer:

১৬। আলাউদ্দিন খিজিৰ দাক্ষিণাত্য নীতিৰ দুটা বৈশিষ্ট উল্লেখ কৰা । (Write two characteristics of Alaudin's southern policy.) 
Answer:

১৭। আলাউদ্দিন খিলজিৰ ৰাজহ ব্যৱস্থাৰ দুটা প্রধান লক্ষ্য কি আছিল ? (Write two aim of Alaudin's revenue system.) 
Answer:

১৮। আলাউদ্দিন খিলজিয়ে বজাৰ সমূহৰ দায়িত্বভাৰ কাক দিছিল ? তেওঁ ক’ত চৰকাৰৰ দ্বাৰা নিয়ন্ত্রিত বজাৰ স্থাপন কৰিছিল ? (Who was the superintendant of Market during Alaudin's time ? Where did he establish control market ?) 
Answer:

১৯। মহম্মদ-বিন-টোঘলকে দোৱাব অঞ্চলত কৰ বৃদ্ধি কৰাৰ দুটা কাৰণ লিখা। (Write two causes of increase of taxes at Doab by Mohd. bin Tughluq .) 
Answer:

২০। কৰ বৃদ্ধিৰ শেষত দোৱাব অঞ্চলৰ খেতিয়কলৈ মহম্মদ-বিন-টোঘলকে লােৱা দুটা পদক্ষেপ কি আছিল ? (Write two measures adopted by Mohd - bin - Tughluq for the people of Doab after his taxation policy.) 
Answer:

২১। মহম্মদ-বিন-টোঘলকৰ দিনত দিৱান-ই-কোহলিয়ে লােৱা আঁচনিখন । সফল নােহােৱাৰ দুটা কাৰণ লিখা । (Write two causes of failure of the programme adopted by Diwan-i-Kohli.) 
Answer:

২২। মহম্মদ-বিন-টোঘলকৰ ৰাজধানী স্থানান্তৰৰ দুটা কাৰণ দশোৱা । (Write two causes of transfer of capital by Mohd-bin-Tughluq.) 
Answer:

২৩। মহম্মদ-বিন-টোগলকে তামৰ মুদ্রা প্রচলন কৰাৰ দুটা কাৰণ লিখা । (Write two causes for introduction of coper coins by Mohd-bin-Tughluq.)
Answer:

২৪। মহম্মদ-বিন-টোগলকৰ দিনত উত্তান হোৱা দাক্ষিণাত্যৰ দুখন ৰাজ্যৰ নাম লিখি । (Name two kingdom of sought India which were emerged during the time of Mohd-bin-Tughluq.)
Answer:

২৫। মহম্মদ-বিন-টোগলকৰ দুটা বেয়া দিশ উল্লেখ কৰা । (Write two negative side of Mohd-bin-Tughluq.)
Answer:

২৬। ফিৰোজ টোগলকে নিৰ্মাণ কৰা দুটা নলৱাৰ নাম লিখা । (Write the name of two canels constructed by Firoze Tughluq.)
Answer:

২৭। দিৱান-ই-খায়তৰৰ দুটা প্ৰধান কাম কি আছিল লিখা । (Write two function of Diwan-i-Khairat.) 
Answer:

২৮। ফিৰোজ টোগলকৰ পৃষ্ঠপোষকতা লাভ কৰা দুজন বিখ্যাত ঐতিহাসিকৰ নাম লিখা । (Name two historioans who received patronage of Firoze Tughluq.)
Answer:

চমুচোকা লিখাঃ

১। তৰাইনৰ দ্বিতীয় যুদ্ধ। (Second Battle of Tarain)
Answer:

২। কুতুবুদিন আইবাক। (Qutub-udin-Aibok)
Answer:

৩। ছেঙ্গিজ খাঁৰ ভাৰতৰ আক্ৰমণ। (Invasion of Changijkhan)
Answer:

৪। বলবনৰ ৰাজতন্ত্ৰৰ নতুন বাখ্যা। (Balsban's new concept of Kingdom)
Answer:

৫। চেহেলগনি। (Chehelgani)
Answer:

৬। আলাউদ্দিন খিল্জিৰ দাক্ষিণাত্য নীতি । (Southern policy of Alaudin Khiligi)
Answer:

৭। মহম্মদ-বিন-টোগলকৰ ৰাজধানী স্থানান্তৰ। (Tranfer of capital by Mohd-bin-Tughluq.)
Answer:

৮। ফিৰোজ টোগলকৰ জনকল্যাণমূলক কৰ্যাৱলী । (Welfare programme of Firze Tughluq.)
Answer:

৯। ফিৰোজ টোগলকৰ ৰাজহ ব্যৱস্থা । (Revenue system of firoze Tughluq.)
Answer:

ৰচনাধৰ্মী প্ৰশ্নঃ

১। দিল্লীত চুলতানী আমোলৰ প্ৰতিষ্ঠাৰ ওপৰত বহলাই বাখ্যা কৰা। (Briefly discuss about the foundation of Delhi sultanate.)
Answer:

২। দিল্লী তুৰ্কী-মুছলমান সাম্ৰাজ্যৰ ভেটি সুদৃঢ়কৰণৰ বাবে বলবনে লোৱা ব্যৱস্থাৰসমূহ বৰ্ণনা কৰা । (Describe the measures adopted by Balban for the consolidation of Turko-Muslim empire in India.) 
Answer:

৩। আলাউদ্দিন খিলজিৰ বিজয় অভিযান সমূহৰ বৰ্ণনা কৰা । (Describe the conquests of Alaudin Khilji.) 
Answer:

৪। খিলজি প্রশাসনৰ ওপৰত বর্ণনা কৰা । (Briefly discuss Khilji administration.) 
Answer:

৫। খিজিসকলৰ অর্থনৈতিক সংস্কাৰৰ ওপৰত এটি টোকা লিখা । (Write a note on economic reforms of the Khilji's.)

Type: Hirak Jyoti Bora.
Morigaon, Assam.



Post ID : DABP003833