দুৰ্গেশ্বৰ শৰ্মা

 সূচীপত্ৰ

১। চমু পৰিচয়

২। জন্ম

৩। শিক্ষা

৪। কৰ্ম জীৱন

৫। ব্যক্তিগত জীৱন

৬। মৃত্যু

৭। গ্ৰন্থ সমূহ

৮। সন্মান

৯। তথ্য সংগহ



🔹 জন্মঃ-
দুৰ্গেশ্বৰ শৰ্মা জন্ম হৈছিল ১৮৮২ চনত যোৰহাটৰ পটীয়াগাঁৱত। তেখেতৰ পিতৃ নাম কমলেশ্বৰ শৰ্মা। 

⭐ কৰ্মজীৱন
দুৰ্গেশ্বৰ শৰ্মাই ১৯৩১ চনত তেখেত মঙলদৈ মহকুমাধিপতিৰূপে নিৰ্বাচিত হৈছিল। ১৯২৮ চনত তেখেত চাব জৰ্জ আৰু এডিছনেল ডিষ্ট্ৰিক্ট জৰ্জৰ পদ তেখেতে সম্পূৰ্ণ কৰিছিল। তেখেতে ১৯১১ চনত ই.এ.চি. ৰূপে কামত যোগদান কৰি পৰৱৰ্তী সময়ত বিভিন্ন উচ্চ পদবিলৈ পদোন্নতি লাভ কৰি অৱসৰ লয়।  

◼ শিক্ষা কবিতা আৰু নাটক
দুৰ্গেশ্বৰ শৰ্মাৰে চৰকাৰী হাইস্কুলৰ পৰা ১৮৯৯ চনত বি.এ আৰু ১৯০৬ চনত আইনৰ পৰীক্ষা পাছ কৰি যোৰহাটতে ওকালতি আৰম্ভ কৰে। তেখেতৰ নাটক কেইখন হৈছে অমিত্ৰাক্ষৰ ছন্দত লিখা 'পাৰ্থ পৰাজয়' (১৯০৯) চে'ক্সপিয়েৰৰ 'এজ ইউ লাইক' ইট'ৰ ভাঙনি 'চান্দ্ৰাৱলী' ১৯১০ চনত 'পদ্মাৱতী', 'বালিবধ' আদি।  তেখেতৰ কবিতাপুথিৰসমূহৰ নাম হৈছে 'অঞ্জলি' (১৯১০) আৰু 'নিবেদন' (১৯১৫)
✱ মৃত্যুঃ- দুৰ্গেশ্বৰ শৰ্মাই ১৯৬১ চনত তেখেতৰ মৃত্যু হয়।


Nayan Jyoti Bordoloi 
Class 9 Assamese কিতাপৰ তুলি লোৱা হৈছে।