গোট ২ (গ)

পৰিৱেশ বিশ্লেষণ আৰু ৰোগ নিৰ্ণয় ENVIRONMENT ANALYSIS AND DIAGNOSIS

অনুশীলনী 

(ক) আভ্যন্তৰীণ পৰিৱেশৰ পৰাও ব্যৱসায়ৰ নিয়ন্ত্ৰণত থাকে/নাথাকে। (শুদ্ধ উত্তৰটো কি?)

উত্তৰঃ


(খ) চৰকাৰী নীতি হৈছে ব্যৱসায়ৰ一 পৰিৱেশ। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ বাহ্যিক।

(গ) ব্যৱসায়িক পৰিৱেশৰ হ'ল প্ৰতিষ্ঠান এখনৰ অস্তিত্ব বজাই ৰখাৰ一। খালী ঠাই পূৰণ কৰা.

উত্তৰঃ বাতাবৰণ।

(ঘ) ব্যৱসায় আভ্যন্তৰীণ পৰিৱেশ বুলিলে কি বুজা?

উত্তৰঃ


(ঙ) পেষ্ট PEST বিশ্লেষণৰ উপাদান ৪ টা লিখা।

উত্তৰঃ


(চ) ব্যৱসায় প্ৰতিষ্ঠান এখনে পৰিৱেশৰ পৰাও ব্যৱসায় সম্প্ৰসাৰণৰ সুবিধ লাভ কৰে। (সচাঁ নে মিছা)।

উত্তৰঃ সচাঁ।

(ছ) পৰিৱেশ বিশ্লেষণৰ কৌশল এটা উল্লেখ কৰা।

উত্তৰঃ SWOT ।

(জ) ব্যৱসায় সম্ভাব্য বাহ্যিৰ সুযোগ এটা লিখা।

উত্তৰঃ নতুন প্ৰযুক্তি উত্থান।

(ঝ) প্ৰতিষ্ঠান এখন শুদ্ধতা আৰু অৱস্থানৰ  উচ্চতা জুখিব পৰা এটা কৌশল লিখা।

উত্তৰঃ এল ই পোষ্ট চি।

(ঞ) ব্যৱসায়ৰ সম্ভাব্য আভ্যন্তৰীণ শক্তি এটা উল্লেখ কৰা।

উত্তৰঃ বিত্তীয় সম্পদ।

    ২ নং থকা প্ৰশ্নালৱলী

(ক) ব্যৱসায়িক পৰিৱেশৰ ধাৰণা দিয়া।

উত্তৰঃ


(খ)  ব্যৱসায়ৰ আভ্যন্তৰীণ আৰু বাহিক্য পৰিবেশ বুলিলে কি বুজা?

উত্তৰঃ


(গ) ব্যৱসায়ৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱেশৰ দুটাকৈ উপাদান উল্লেখ কৰা।

উত্তৰঃ


(ঘ) ব্যৱসায়িক পৰিৱেশৰ গুৰুত্ব ২ টা কাৰণ লিখা।

উত্তৰঃ


(ঙ) গৱেষণা আৰু বিকাশে ব্যৱসায়ৰ পৰিৱেশত কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰঃ


(চ) ব্যৱসায়  পৰিৱেশৰ উপাদান দুটা কি কি?

উত্তৰঃ


(ছ) ব্যৱসায়ৰ  পৰিৱেশৰ দুটা আভ্যন্তৰীণ উপাদান লিখা।

উত্তৰঃ


(জ) ব্যৱসায়ৰ পৰিৱেশৰ দুটা বাহ্যিক উপাদান উল্লেখ কৰা।

উত্তৰঃ


(ঝ) SWOT বিশ্লেষণ কি?

উত্তৰঃ


(ঞ) ব্যৱসায়ৰ সম্ভাব্য দুটা ব্যহ্যিক শংকা লিখা।

উত্তৰঃ


৫ নং থকা প্ৰশ্নাৱলী

১। ''ব্যৱসায়ৰ পৰিৱেস হ'ল ব্যৱসায়ৰ পৰিৱেশ হ'ল ব্যৱসায়ৰ আভ্যন্তৰীণ আৰু বাহ্যিক কাৰকৰ দ্ধাৰা স্পষ্ট সৰ্বাত্মক বাতাবৰণ''一 কথাষাৰৰ তাৎপৰ্য তোমাৰ ভাষাত লিখা।

উত্তৰঃ


২। ব্যৱসায়িক পৰিৱেশ অধ্যয়নৰ প্ৰয়োজনীয়তা ৫ টা লিখা।

উত্তৰঃ


৩। ব্যৱসায় আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱেশৰ অৰ্থ আৰু ধাৰণা দিয়া।

উত্তৰঃ


৪। ব্যৱসায়িক পৰিৱেশৰ ৫টা আভ্যনন্তৰীণ উপাদান চমুকৈ উল্লেখ কৰা।

উত্তৰঃ


৫। ব্যৱসায় পৰিৱেশৰ ৫ টা কাৰ্য পৰিৱেশিক উপানান চমুকৈ লিখা।

উত্তৰঃ


৬। ব্যৱায়ত তলৰ দুটা উপানানৰ প্ৰভাৱ লিখা ঃ

(ক) প্ৰযুক্তি উপাদান                       (খ) অৰ্থনৈতিক উপাদান।

উত্তৰঃ


৭। ব্যৱসায়ৰ পৰিৱেশ বিশ্লেষণৰ কৌশলৰ ওপৰত এটি টোকা যুণ্ডত কৰা।

উত্তৰঃ


৮। TOWS বিশ্লেষণ কৌশল গঠন পদ্ধতি বৰ্ণনা কৰা।

উত্তৰঃ


৯। পেষ্ট বিশ্লেষণৰ বিষয়ে চমুকৈ কি জানা লিখা।

উত্তৰঃ


১০ নং থকা প্ৰশ্নাৱলী

১। ব্যৱসায়িক পৰিৱেশৰ ধাৰণা দিয়া। ব্যৱসায়িক পৰিৱেশৰ গুৰুত্বৰ কাৰণসমূহ বহলাই আচল কৰা।

উত্তৰঃ


২। ব্যৱসায়ৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱেশৰ কাৰকসমূহ (উপাদান) বৰ্ণনা কৰা।

উত্তৰঃ 


৩। ব্যৱসায়ৰ পৰিৱেশ বিশ্লেষণৰ কৌশল হিচাপে SWOT বিশ্লেষণৰ সবিশেষ উপাদান বিলাক বৰ্ণনা কৰা।

উত্তৰঃ


৪। SWOT বিশ্লেষণৰ সম্ভাব্য আভ্যন্তৰীণ শক্তি লগতে আভ্যন্তৰীণ দুৰ্বলতা সমূহ লিখা।

উত্তৰঃ


৫। ব্যৱসায়ৰ পৰিৱেশ বিশ্লেষণৰ কৌশল হিচাপে সম্ভাব্য বাহ্যিক সুযোগ আৰু বাহ্যিক শংকা সমূহৰ বিষয়ে চমুকৈ উল্লেখ কৰা।

উত্তৰঃ


৬। TOWS বিশ্লেষণ কি? TOWS বিশ্লেষণ কৌশলৰ গঠন পদ্ধতি চমুকৈ বৰ্ণনা কৰা। 

উত্তৰঃ


৭। পেষ্ট (PEST) বিশ্লেষণ কি? পেষ্ট বিশ্লষণৰ উদাপান কেইটা সংক্ষেপে বৰ্ণনা কৰা।

উত্তৰঃ



Type : Priyam Jyoti Patar