গোট ১ (খ)

পৰিচালনা চিন্তনৰ ক্ৰমবিকাশ Evolution of Management Thought

অনুশীলনী 

ক) ১ নং থকা প্ৰশ্নাৱলী

১। কলৰ কোনজন চিন্তাবিদে ''সময়েই অৰ্থ'' বুলি কৈছিল?

(ক) এম পি মোলেট                (খ) ইলটন মেয়ো

(গ) এফ ডব্লিউ টেইলৰ          (ঘ) হেনৰী ফেয়ল 

উত্তৰঃ (গ) এফ ডব্লিউ টেইলৰ।

২। 'কাৰ্যদক্ষতা' (efficiency), ফলপ্ৰসূতা (effectiveness) শব্দ দুটাৰ উদ্ভাৱক কোন?

উত্তৰঃ পি. এফ. ড্ৰাকাৰ।

৩। তলৰ কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা পৰিচালনাৰ নীতি গঠিত 一

(ক) পৰীক্ষাগাৰত পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে (খ) পৰিৱৰ্তন আৰু                                                                                      নবীনত্বৰ দ্বাৰা 

(গ) কৰ্মচাৰীৰ অভিজ্ঞতাৰ দ্বাৰা                      (ঘ) কৰ্মস্থলীত                                                                                             পৰিচালকৰ                                                                                          অভিজ্ঞতাৰ জয়িতে 

উত্তৰঃ (ঘ) কৰ্মস্থলীত পৰিচালকৰ অভিজ্ঞতাৰ জয়িতে।

৪। তলৰ কোনটো নীতিয়ে  ''এজন মুৰব্বী এখন আঁচনি''ক সমৰ্থন কৰে 一

(ক) নিৰ্দেশনাৰ ঐক্যতাৰ নীতি     (খ) দায়বদ্ধতাৰ নীতি

(গ) আদেশৰ নীতি                        (ঘ) কৰ্তৃত্বৰ নীতি 

উত্তৰঃ (খ) দায়বদ্ধতাৰ নীতি।

৫। তলৰ কোনখন স্থানত হথৰ্ণ পৰীক্ষা সম্পাদান কৰা হয়一

(ক) ওৱেষ্টাৰ্ণ ইলেকট্ৰিক       (খ) জেনেৰেল ইলেকট্ৰি কোঃ

(গ) ফৰ্ড মটৰ কোঃ               (ঘ) জেনেৰেল মটৰ কোঃ 

উত্তৰঃ (খ) জেনেৰেল ইলেকট্ৰি কোঃ।

৬। টেইলৰে উদ্যোগত 一 গৰাকী ফৰমেন থকাৰ সমৰ্থন কৰে।

উত্তৰঃ ৮।

৭। তলৰ কোনটো এফ ডব্লিউ টেইলৰৰ বৰঙণি নহয়一 

(ক) সহযোগিতা আৰু ব্যক্তিকতাবাদ   (খ) কাৰ্যকৰণীয়া

(গ) বিবাদ নহয়, ঐক্যতা                      (ঘ) কাৰ্যকৰণীয় কাৰ্য নায়ক।

(অ) (ক) আৰু (খ)                                (ই) (গ) আৰু (ঘ) 

(আ) (খ) আৰু (গ)                                (ঈ) (ক) আৰু (খ) 

উত্তৰঃ (ই) (গ) আৰু (ঘ)।

৮। 一 আৰু 一 হ'ল পৰিচালনাৰ আধুনিক স্কুলৰ প্ৰৱৰ্তক।

উত্তৰঃ চেষ্টাৰ্দ বাৰ্ণাৰ্ড আৰু পিটাৰ ড্ৰাকাৰ।

৯। Organisation and Environment গ্ৰন্থখনৰ লিখাক কোন

উত্তৰঃ লৰেন্স আৰু জয় লাৰস্ক।

(ক) এম পি মোলেট              (খ) ইলটন মেয়ো

(গ) এফ ডব্লিউ টেইলৰ         (ঘ) হেৰনী ফেয়ল 

উত্তৰঃ (গ) এফ ডব্লিউ টেইলৰ।

১০। তলৰ কোন গাৰকী পৰিচালনাৰ চিন্তাবিদক উদ্দেশ্যৰ দ্বাৰা পৰিচালনাৰ পিতৃ বুলি কোৱা হয়? 

(ক) লৰেন্স           (খ) পি. এফ. ড্ৰাকাৰ

(গ) টেইলৰ          (ঘ) ফেয়ল 

উত্তৰঃ (খ) পি. এফ. ড্ৰাকাৰ।

১১। পৰিচালনাত নতুন আৰ্হি নিৰ্মাণকৰণৰ ধাৰণা কোনে সুত্ৰপাত কৰে?

(ক) লনেন্স                          (খ) পি. এফ. ড্ৰাকাৰ 

উত্তৰঃ মিছেইল হামাৰ আৰু জেমচ চেম্পীয়ে।

১২। ব্যৱসায়িক প্ৰতিষ্ঠানৰ ''পঞ্চ শক্তিৰ বিশ্লেষণ'' ধাৰণাটোৰ উদ্ভাৱক কোন?

উত্তৰঃ মিছেইল পোৰ্টাৰ।

১৩। ইন দ্যা ফিফট ডিচিপ্লিন নামৰ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ পিটাৰ চেঞ্জ一 ১৯৯০।

১৪। ''Fortune at the bottom of the pyramid'' ধাৰণাৰ প্ৰবক্তা চি. কে. প্ৰাদৰ জন্ম ক'ত কিমান চনত হৈছিল? 

উত্তৰঃ ১৯৪১ চনৰ ৮ আগষ্ট, কোইমবেটৰ, তামিলানাডু।

১৫। 'লাৰণিং অৰগেনাইজেচন' শব্দটোৰ মুদ্ৰক কোন?

উত্তৰঃ পিটাৰ চেঞ্জ।

১৬। পৰিচালনাৰ জেনেৰেল চিষ্টেম থিয়ৰীটোৰ উদ্ভাৱকজন কোন?

উত্তৰঃ ভন বাৰ্টালেণ্ডফি 一 Von Bertalanffy ।

১৭। কোনে কৈছিল, ''যদি তোমাৰ প্ৰতিন্দ্বিতাপূৰ্ণ সুভবিধা নাই, প্ৰতিন্দ্বতা নকৰিবা।''

উত্তৰঃ যুক্তিৰাষ্টৰ মাল্টিনেচনেল জেনেৰেল ইলেকট্ৰনিকৰ চিইঅ' জেকওৱেচে)

১৮। কাৰ্যক্ষম পৰিচালনা পূৰ্বনিৰ্ধাৰিত আৰু অনমনীয়। (শুদ্ধ নে অশুদ্ধ)।

উত্তৰঃ অশুদ্ধ। 

১৯। মেৰী পাৰ্কাৰ ফোলেটে কৰ্মস্থলীত সৰ্বাতমক মানসিক বিল্পৱ (Total mental revolution) ৰ পোষকতা কৰিছিল। (শুদ্ধ নে অশুদ্ধ) 

উত্তৰঃ অশুদ্ধ一 শুদ্ধটো হ'ল এফ ডব্লিউ টেইলৰ।

২০। তলৰ কোনবিধ দক্ষতা পৰিচলনা এগৰাকীৰ নাথাকিলেও হয় 一

(ক) কাৰ্যকৰণীয় দক্ষতা     (খ) কাৰিকৰীক দক্ষতা 

(গ) মানৱীয় দক্ষতা            (ঘ) ধাৰণাকেন্দ্ৰীক দক্ষতা

উত্তৰঃ (ক) কাৰ্যকৰণীয় দক্ষতা।

খ) ২ নং থকা প্ৰশ্নাৱলী

১। হেনৰী ফেয়লৰ পৰিচালনাৰ সাধাৰণ নীতি দুটা লিখা।

উত্তৰঃ


২। টেইলৰৰ বৈজ্ঞানিক পৰিচালনা আৰু ফেয়লৰ দুটা নীতি মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ


৩। সংখ্যাবাচক বা পৰিচালনা বিজ্ঞান তত্ত্বৰ দুটা স্বীকাৰ্য লিখা।

উত্তৰঃ 


৪। পদ্ধতি তত্ত্বৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ


৫। আকস্মিক তত্ত্বৰ অধীনত (ক) বিভেদন আৰু (খ) একীকৰণ বুলিলে কি বুজা লিখা।

উত্তৰঃ


৬। উদ্দেশ্য দ্বাৰা পৰিচালনাৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।

উত্তৰঃ


৭। উদ্দেশ্য দ্বাৰা পৰিচালনাৰ দুটা প্ৰধান লক্ষ্য লিখা।

উত্তৰঃ


৮। পোৰ্টাৰৰ পঞ্চ শক্তি বিশ্লেষণৰ কাৰককেইটা লিখা।

উত্তৰঃ


৯। পোৰ্টাৰৰ ত্ৰি বৰ্গীয় কৌশল কেইটা কি কি?

উত্তৰঃ


১০। মূল্য শৃংখল বিশ্লেষণ কি?

উত্তৰঃ


১১। পোৰ্টাৰৰ মূল্য শৃংখল আঁচনিভুক্ত আৰ্হিৰ প্ৰথমিক দুট কাৰ্য উল্লেখ কৰা।

উত্তৰঃ


১২। পিৰামিডৰ তলৰ ভাগ্য বুলিলে কি বুজা?

উত্তৰঃ


গ) ৫ নং থকা প্ৰশ্নাৱলী

১। পৰিচালনা চিন্তনৰ ক্ৰমবিকাশ সংক্ৰান্তীয় বিভিন্ন তত্ত্বৰ এটি শ্ৰেণীবিভাজন অংকন কৰা।

উত্তৰঃ


২। পৰিচালনাৰ সংস্থাপন তত্ত্বৰ স্বীকাৰ্যসমূহ কি কি?

উত্তৰঃ


৩। বৈজ্ঞানিক পৰিচালনা নীতিকেইটা কি কি লিখা।

উত্তৰঃ


৪। আধুনিক ব্যৱসায়ত টেইলৰৰ নীতিৰ প্ৰসংগিকতা ক'ত লিখা।

উত্তৰঃ


৫। হথৰ্ন অধ্যয়ন সম্পৰ্কত এটি টোকা যুণ্ডত কৰা।

উত্তৰঃ


৬। আচৰণ ঘটিত তত্ত্বৰ সামাজিক বৰঙণিসমূহ চুটিকৈ উল্লেখ কৰা।

উত্তৰঃ


৭। প্ৰক্ৰিয়া/পদ্ধতিৰ বৈশিষ্ট্য পাঁচটা লিখা।

উত্তৰঃ


৮। আকস্মিক তত্ত্বৰ সীমাবদ্ধতাসমূহ কি কি?

উত্তৰঃ


৯। উদ্দেশ্যৰ দ্ধাৰা পৰিচালনাৰ অৰ্থ আৰু সংজ্ঞা লিখা।

উত্তৰঃ


১০। উদ্দেশ্যৰ দ্বাৰা পৰিচালনাৰ ৫টা সীমাবদ্ধতা উলে্খ কৰা।

উত্তৰঃ


১১। নতুন আৰ্হি নিৰ্মাণকৰণৰ উপাদানকেইটা উল্লেখ কৰা।

উত্তৰঃ


১২। মিছাইল পোৰ্টাৰৰ পঞ্চ শক্তি বিশ্লেষণৰ ৫টা শক্তি কি লিখা।

উত্তৰঃ


১৩। ত্ৰিবৰ্গীয় কৌশল কি? এই কৌশলৰ প্ৰয়োগ সন্দৰ্ভত কি জানা লিখা।

উত্তৰঃ


১৪। মূল্য শৃংখল বিশ্ৰেষণ কি? মূল্য শংখল দৈহিক গঠন সন্দৰ্ভত কি জানা লিখা।

উত্তৰঃ


১৫। চেঞ্জৰ অবিচ্ছিন্ন শিক্ষণত ওপৰত এটি টোকা যুণ্ডত কৰা।

উত্তৰঃ


১৬। পিৰামিডৰ তলত ভাগ্যৰ ধাৰণা আৰু ইয়াৰ প্ৰসংগিকতা উল্লেখ কৰা।

উত্তৰঃ


ঘ)  ১০ নং থকা প্ৰশ্নাৱলী

১।  পৰিচালনা চিন্তনৰ ক্ৰমবিকাশৰ মানৱ সম্পৰ্কীয় তত্ত্বটো বৰ্ণনা কৰা।

উত্তৰঃ


২। বৈজ্ঞানিক পৰিচালনাৰ অৰ্থ দিয়া। এই সন্দৰ্ভত হেনৰী ফেয়লৰ চৈধ্যটা নীতি উল্লেখ কৰা।

উত্তৰঃ


৩। ফেয়লে উল্লেখ কৰা পৰিচালনাৰ উপাদানসমূহ উল্লেখ কৰা। টেইলৰৰ বৈজ্ঞানিক পৰিচালনা আৰু হেৰনী ফেয়লৰ পৰিচালনাৰ নীতি মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা।

উত্তৰঃ


৪। পৰিচালনা চিন্তনৰ ক্ৰমবিকাশৰ আচৰণঘটিত বিজ্ঞান তত্ত্বটো আলোচনা কৰা।

উত্তৰঃ


৫। মানৱ সম্পৰ্ক তত্ত্ব আৰু আচৰণ ভিত্তিক তত্ত্বটোৰ মাজত থকা মৌলিক প্ৰভেদসমূহ সংক্ষেপে উল্লেখ কৰা। 

উত্তৰঃ


৬। পৰিচালনা চিন্তনৰ ক্ৰমবিকাশৰ আকস্মিক বা পাৰিপাৰ্শ্বিক তত্ত্বটো চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


৭। লৰেন্স আৰু লাৰস্কৰ আকাস্মিক তত্ত্বটো চমুকৈ আলোচনা কৰা।

উত্তৰঃ


৮। উদ্দেশ্যৰ দ্বাৰা পৰিচালনাৰ সুবিধা আৰু সীমাবদ্ধতাসমূহ বৰ্ণনা কৰা।

উত্তৰঃ


৯। উদ্দেশ্য় দ্বাৰা পৰিচালনাৰ প্ৰক্ৰিয়া বা পদক্ষেসমূহ লিখা।

উত্তৰঃ


১০। মিছাইল পোৰ্টাৰৰ পাঁচটা শক্তিৰ বিশ্লেষণ সন্দৰ্ভত নিজৰ মতামত বিতংভাৱে লিখা।

উত্তৰঃ


১১। চেঞ্চৰ শিক্ষণ সংগঠন কি? শিক্ষণ সংগঠনৰ পাঁচটা বিষয় সম্পৰ্কে চমুকৈ আলচ কৰা।

উত্তৰঃ


১২। উপযুক্ত চিত্ৰৰ সায়ত পিৰামিডৰ তলৰ ভাগ্য তত্ত্বটো বৰ্ণনা কৰা।

উত্তৰঃ




 Type : Priyam Jyoti Patar