ব্যৱসায় প্ৰতিষ্ঠানৰ ৰূপ/গাঁথনি 

FORM OF BUSINESS ORGANISATION


অনুশীলনী

১। একচেটীয়া ব্য়ৱসায় কিমানজন ব্য়ক্তিৰ দ্বাৰা গঠন কৰা হয়।

উত্তৰঃ


২। একচেটীয়া ব্যৱসায়ীৰ দায়বদ্ধতা ________। (খালী ঠাই পূৰণ কৰা)

৩। যিকোনো ধৰণৰ আইনগত নীতি নিয়ম পালন নকৰাকৈ একচেটীয়া ব্যৱসায় এটাৰ পৰিসমাপ্তি ঘটিব পাৰে। (শুদ্ধ নে অশুদ্ধ)

৪। যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়ৰ কৰ্তাজন কোন?

উত্তৰঃ 


৫। নাবালক এজন যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়ৰ সদস্য হ'ব নোৱাৰে। (সঁচা নে মিছা)


৬। যৌথ হিন্দু পৰিয়ালৰ ব্য়ৱসায়ৰ সদস্যপদ লাভৰ তলত কোনটো উপায় একেবাৰে প্ৰাসংগিক一 

(ক) জন্মৰ দ্বাৰা (খ) আইনৰ দ্বাৰা (গ) ৰাষ্ট্ৰীয়তাৰ দ্বাৰা। (শুদ্ধ বিকল্পটো বাছি উলিওৱা)


৭। যৌথ হিন্দু পৰিয়ালত পূৰ্বপুৰুষৰ সম্পত্তিতকৈ আৰ্জিত সম্পত্তি পৃথক। (শুদ্ধ নে অশুদ্ধ)


৮। অংশীদাৰী ব্যৱসায়ত অংশীদাৰৰ দায়বদ্ধতা _________। (খালী ঠাই পূৰণ কৰা)


৯। অংশীদাৰী ব্যৱসায়ৰ পঞ্জীয়ন স্বেচ্ছাকৃত। (হয় নে নহয়)


১০। ৰাজহুৱা কোম্পানী এটাত সৰ্বনিন্ন ৭/২ সদস্যৰে আৰম্ভ কৰিব পাৰি। (শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা) 


১১। এজনীয়া ব্য়ক্তিৰ কোম্পানী কিমান চনত আৰম্ভ হৈছিল?

উত্তৰঃ


১২। কোম্পানীৰ অংশধাৰকৰ দেনা অসীমাবদ্ধ। (শুদ্ধ নে অশুদ্ধ) 


১৩। সৰ্বনিন্ন কিমানজন সদস্যৰে সমবায় সমিতি গঠন কৰা হয়।

উত্তৰঃ


১৪। সমবায় সমিতিৰ পৰিচালনা গণতান্ত্ৰিক/চৰকাৰী। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)


১৫। সমবায় সমিতিৰ সদস্যৰ _______ ভোট দানৰ অধিকাৰ থাকে। (খালী ঠাই পূৰণ কৰা)


১৬। সীমিত অংশীদাৰী ব্যৱসায় ভাৰতত নিষিদ্ধ। (শুদ্ধ নে অশুদ্ধ)


১৭। সুপ্ত অংশীদাৰৰ দায়বদ্ধতা ___________। (সীমিত/অসীমিত)


১৮। বৰ্তমানৰ অৰ্থনৈতিক পৰিৱেশৰ মুক্ত প্ৰৱেশ প্ৰস্থানৰ নীতি উপযুক্ত নহয়। (শুদ্ধ নে অশুদ্ধ) 


১৯। আৰ্থিক বিকাশৰ হাৰ বৃদ্ধিৰ অৰ্থে চৰকাৰে প্ৰৱৰ্তক/উপদেষ্টা/পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব লাগে।


২০। ৰাজহুৱা নিগম _________ আইনৰ অধীনত গঠন কৰা হয়। 


২১। চৰকাৰী কোম্পানীত চৰকাৰে গ্ৰহণ কৰা অংশৰ শতাংশ কিমান?

উত্তৰঃ


২২। বহুজাতিক কোম্পানীৰ পৰিচালনা _________ প্ৰকৃতিৰ।


২৩। বহুজাতিক কোম্পানীৰ পুঞ্জীভুক্ত কাৰ্যালয় ক'ত অৱস্থিত?

উত্তৰঃ


২৪। বহুজাতিক নিগমৰ প্ৰৱেশৰ ফলত আলহী ৰাষ্ট্ৰখনৰ ________ বৃদ্ধি পায়।


২৫। ভাৰতবৰ্ষত উদাৰীকৰণৰ নীতিয়ে আন্তৰ্জাতিক বাণিজ্যত অনুপ্ৰেৰণা যোগায়। (সঁচা নে মিছা) 



৫ নং থকা প্ৰশ্নাৱলী 

১। একচেটীয়া ব্যৱসায়ৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা?

উত্তৰঃ


২। একচেটীয়া ব্যৱসায়ৰ পাঁচটা সীমাবদ্ধতা লিখা।

উত্তৰঃ


৩। অংশীদাৰী প্ৰতিষ্ঠানৰ পঞ্জীয়ন পদ্ধতিৰ বিষয়ে চমুকৈ লেখা।

উত্তৰঃ


৪। অংশীদাৰী ব্যৱসায়ৰ এটা পঞ্জীয়ন নকৰিলে সন্মুখীন হোৱা অসুবিধাবোৰ কি কি?

উত্তৰঃ


৫। অংশীদাৰী চুক্তি পত্ৰ কি? ইয়াৰ পাঁচটা বিষয়বস্তু লিখা। 

উত্তৰঃ


৬। জইণ্ট ষ্টক কোম্পানীৰ পাঁচটা বৈশিষ্ট্য লিখা।

উত্তৰঃ


৭। ব্যক্তিগত আৰু ৰাজহুৱা কোম্পানীৰ মাজৰ পাৰ্থক্য লিখা।

উত্তৰঃ


৮। সমবায় সমিতিৰ বুলিলে কি বুজা?

উত্তৰঃ


৯। সমবায় সমিতিৰ বৈশিষ্ট্যবোৰ লিখা। 

উত্তৰঃ


১০।সমবায় সমিতিৰ পাঁচটা সীমাবদ্ধতা উল্লেখ কৰা।

উত্তৰঃ


১১। সীমিত অংশীদাৰী প্ৰতিষ্ঠানৰ ধাৰণা দিয়া।

উত্তৰঃ


১২। সীমিত অংশীদাৰীৰ বৈসিষ্ট্যবোৰ কি কি?

উত্তৰঃ


১৩। চৰকাৰ এখন ব্যৱসায় প্ৰতিষ্ঠান এখনৰ ওচৰত কেনেদৰে দায়বদ্ধ তাৰ পাঁচটা উদ্দেশ্য দিশ উল্লেখ কৰা।

উত্তৰঃ


১৪। ৰাজহুৱা প্ৰতিষ্ঠানৰ পাঁচটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ 


১৫। ৰাজহুৱা প্ৰতিষ্ঠানৰ যুক্তিযুক্ততাৰ ওপৰত চমুকৈ লিখা। 

উত্তৰঃ 


১৬। যৌথ খণ্ডৰ ধাৰনা লিখা। 

উত্তৰঃ


১৭। আন্তঃৰাষ্ট্ৰীয় ব্য়ৱসায় মানে কি? এই ব্যৱসায়ৰ পাঁচটা বৈশিষ্ট্য় লিখা। 

উত্তৰঃ 


১৮। বহুজাতিক কোম্পানীৰ কাম কৰাৰ পদ্ধতিসমূহ বৰ্ণনা কৰা।

উত্তৰঃ



১০ নং থকা প্ৰশ্নৱালী 一

১। সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত একচেটীয়া ব্যৱসায় আটাইতকৈ জনপ্ৰিয় হোৱাৰ কাৰণসমূহ উল্লেখ কৰা।

উত্তৰঃ


২। একচেটীয়া ব্যৱসায়ৰ সুবিধা আৰু সীমাবদ্ধতাসমূহ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ


৩। যৌথ হিন্দু পৰিবাৰিক ব্যৱসায়ৰ বৈশিষ্ট্যবোৰ লিখা।

উত্তৰঃ


৪। অংশীদাৰী ব্যৱসায়ৰ বিভিন্ন প্ৰকাৰৰ অংশীদাৰসমূহৰ ওপৰত এটি চমু আলোচনা দাঙি ধৰা।

উত্তৰঃ


৫। যৌথ কোম্পানীৰ সংজ্ঞা দিয়া। কোম্পানী ব্যৱসায়ৰ অন্তৰ্নিহিত বৈশিষ্ঠ্যসমূহ কি কি?  

উত্তৰঃ


৬। নিগমবদ্ধকৰণৰ ভিত্তিত যৌথ কোম্পানীৰ শ্ৰেণীসমূহ চমুকৈ দাঙি ধৰা।

উত্তৰঃ


৭। ৰাজহুৱা আৰু গণ্ডীবদ্ধ কোম্পানীৰ মাজত থকা ১০ টা পাৰ্থক্য লিখা।

উত্তৰঃ


৮। সমবায় সমিতিৰ সংজ্ঞা লিখা? সমবায়ৰ প্ৰধান বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা।

উত্তৰঃ 


৯। তলত দিয়া সমবায় সমিতিৰ ওপৰত চমুকৈ লিখা। 

ক) গৃহ নিৰ্মাণ সমাবায় সমিতি।

খ) গ্ৰাম্য ঋণদান সমবায় সমিতি। 

গ) কৃষি সমবায় সমিতি।


১০ সমবায় সমিতিৰ সীমাবদ্ধতাসমূহ উল্লেখ কৰা। লগতে সমবায় আৰু যৌথ কোম্পানীৰ মাজত থকা পাৰ্থক্যসমূহ লিখা।

উত্তৰঃ


১১। চৰকাৰ আৰু ব্যৱসায়ৰ মাজৰ সম্পৰ্কৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


১২। ৰাজহুৱা প্ৰতিষ্ঠানৰ সূত্ৰ দিয়া। ৰাজহুৱা প্ৰতিষ্ঠানৰ যুক্তিযুক্ততাৰ হেতুসমূহ বিশ্লেষকৰা।

উত্তৰঃ


১৩। ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰিচালনাৰ বিভিন্ন প্ৰকাৰসমূহ বিতংভাৱে আলোচনা কৰা।

উত্তৰঃ


১৪। আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় বুলিলে কি বুজা। উক্ত ব্যৱসায়ৰ বৈশিষ্ট্যসমূহ আলচ কৰা।

উত্তৰঃ


১৫। বহুজাতিক নিগম কি? এনে নিগমৰ কাৰ্য সম্পাদনৰ পদ্ধিতিসমূহ বৰ্ণনা কৰা।

উত্তৰঃ 


১৬। বহুজাতিক নিগমৰ সুবিধা আৰু অসুবিধাসমূহ লিখা।

উত্তৰঃ



Type: Nayan Moni Deka