ভাৰতীয় ব্যৱসায়ৰ বুনিয়াদ

FOUNDATION OF INDIAN BUSINESS


(ক) ১ নং থকা প্ৰশ্ন一

১। এটা প্ৰাথমিক খণ্ডৰ উদ্যোগৰ উদাহৰণ দিয়া। 

উত্তৰঃ


২। অৰ্থনীতিৰ কোনটো খণ্ডই অন্য উদ্যোগ  খণ্ডক সহায় কৰে।

উত্তৰঃ 


৩। সেৱাৰ মালিকীস্বত্বক হস্তান্তৰ কৰিব পাৰি / নোৱাৰি (শুদ্ধ উত্তৰটো বাছি উলিওৱা)

উত্তৰঃ


৪। নিৰ্মাণভিত্তিক খণ্ডৰ উদ্যোগে ________ চূড়ান্ত দ্ৰব্য সামগ্ৰীলৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থাকে। (খালী ঠাই পূৰ কৰা)

৫। নিৰ্মাণভিত্তিক খণ্ডৰ অতি ক্ষুদ্ৰ প্ৰতিষ্ঠানত বিনিয়োগ কৰা পুঁজিৰ পৰিমাণ কিমান? 

উত্তৰঃ 


৬। এন এচ আই চি (NSIC) কিমান চনত স্থাপন কৰা হয়।

উত্তৰঃ


৭। এম এচ এম ই ডি আইনে প্ৰতিষ্ঠানসমূহক ২/৩ টা শ্ৰেণীত বিভক্ত কৰিছে। (শুদ্ধ উত্তৰ বাছি উলিওৱা)

উত্তৰঃ


৮।উদৰীকৰণ নীতিয়ে _______ হাৰ বৃদ্ধিত সহায় কৰে। (উপাদন / বিকাশ) (খালী ঠাই পূৰ কৰা)


৯। গোলকীয়কৰণ তলৰ কোনটো বিষয়ৰ লগত জড়িত一

ক) প্ৰতিবন্ধকতাপূৰ্ণ বাণিজ্যৰ অনুশীলন।

খ) আমদানিৰ প্ৰতিৰোধ 

গ) মুক্ত বাণিজ্য

ঘ) ওপৰৰ এটাও নহয়।

(শুদ্ধ বিকল্পটো বাছি উলিওৱা)

১০। তলৰ কোনটো ক্ষেত্ৰত দক্ষতাৰ বিকাশে সহায় কৰে一

(ক) মূল্য সংযোজন 

(খ) উপাদন 

(গ) কাৰ্য।

(শুদ্ধ বিকল্পটো বাছি উলিওৱা)

১১। প্ৰযুক্তিয়ে কৰ্মচাৰীৰ ________ বৃদ্ধি কৰে। (দক্ষত / মজুৰি)

১২। প্ৰযুক্তি হৈছে ________ জ্ঞানৰ প্ৰয়োগ। (কাৰিকৰী / বৈজ্ঞানিক) (খালী ঠাই পূৰণ কৰা)।

১৩। ভাৰতত নিৰ্মাণ আঁচনিৰ কিমান চনত আৰম্ভ কৰা হয়।

উত্তৰঃ


১৪। ভাৰত নিৰ্মাণ আঁচনিৰ অধীনত ভাৰতবৰ্ষই কিমানবিধ সামগ্ৰীক অগ্ৰাধিকাৰী হিচাপে চিনাক্ত কৰিছে?

উত্তৰঃ 


১৫। বৈদেশিক বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ সমস্যা ভাৰতবৰ্ষৰ শ্ৰমিক আইন নহয়। (শুদ্ধ / অশুদ্ধ)

উত্তৰঃ


১৬। সামাজিক দায়বদ্ধতা পালন কৰিবলৈ চৰকাৰে ব্যৱসায়িক গোষ্ঠীসমূহক জোৰ দিব পাৰে। (শুদ্ধ / অশুদ্ধ)

উত্তৰঃ 


১৭। ব্যৱসায়িক নীতিশাস্ত্ৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সিদ্ধান্ত গ্ৰহণ কৰোতাসকলৰ বাবে অতি প্ৰয়োজনীয়। (শুদ্ধ / অশুদ্ধ)।

উত্তৰঃ


১৮। অধিকাৰ ধাৰণৰ ব্যৱসায় ________ অনুসতি সম্পাদিত হয়।

১৯। তলৰ কোনটো প্ৰতিষ্ঠানে অধিকাৰ ধাৰণৰ অধীনত কাম কৰি আছে一

(ক) টি টি এচ 

(খ) এইচ চি এল মেকডোনাল্ড।

(শুদ্ধ বিকল্পটো বাছি উলিওৱা)।


২০। ব্যৱসায়িক প্ৰক্ৰিয়াৰ বহিঃউৎসকৰণ প্ৰথম কোনখন দেশত আৰম্ভ হৈছিল।

উত্তৰঃ


(খ) ৫ নং থকা প্ৰশ্ন一

১। নিৰ্মাণভিত্তিক উদ্যোগৰ প্ৰকাৰসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ


২। পাঁচটা সেৱাৰ খণ্ডৰ বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ


৩। সেৱাৰ বিভিন্ন শ্ৰেণীসমূহ কি কি লিখা।

উত্তৰঃ


৪। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বৈশিষ্ট্য / প্ৰকৃতিবোৰ লিখা। 

উত্তৰঃ


৫। এম এচ ই ডি আইন ২০০৬ৰ অধীনত নিৰ্মাণ আৰু সেৱা প্ৰতিষ্ঠানত কৰা বিনিয়োগৰ সীমা উল্লেখ কৰা।

উত্তৰঃ


৬। গোলকীয়কৰণ আৰু উদাৰীকৰণ শব্দ দুটাৰ ধাৰণা লিখা।

উত্তৰঃ 


৭। গোলকীয়কৰণৰ উপাদানসমূহ কি কি? 

উত্তৰঃ


৮। উদাৰীকৰণৰ পাঁচটা উদ্দেশ্য লিখা।

উত্তৰঃ


৯। 'প্ৰযুক্তি' বুলিলে কি বুজা বহলাই লিখা।

উত্তৰঃ


১০। 'দক্ষতাৰ বিকাশ' কি? দক্ষতা বিকাশ আঁচনিৰ লক্ষ্যসমূহ কি কি?

উত্তৰঃ


১১। 'ভাৰত নিৰ্মাণ অধীনত চিনাক্ত কৰা পাঁচটা অগ্ৰাধিকাৰীযুক্ত খণ্ড উল্লেখ কৰা।

উত্তৰঃ


১২। 'ভাৰতত নিৰ্মাণ' আঁচনিৰ এটি চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ


১৩। ভাৰত নিৰ্মাণ আঁচনিৰ কৃতকাৰ্যতাৰ অৰ্থে পাঁচটা পৰামৰ্শ আগবঢ়োৱা। 

উত্তৰঃ


১৪। ব্যৱসায়ৰ সামাজিক দায়বদ্ধতাৰ ধাৰণা আৰু সূত্ৰ চমুকৈ লিখা।

উত্তৰঃ 


১৫। ব্যৱসায়ৰ নীতিশাস্ত্ৰ মানে কি? নীতিশাস্ত্ৰৰ উপাদানবোৰ কি কি?

উত্তৰঃ


১৬। অধিকাৰ ধাৰণৰ বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ


১৭। ব্যৱসায়ৰ বহিঃউৎসকৰণৰ আৱশ্যকতা কি?

উত্তৰঃ


১৮। ই বাণিজ্য কি? ই বাণিজ্যৰ সুবিধাসমূহ লিখা। 

উত্তৰঃ


(গ) ১০ নং থকা প্ৰশ্ন一 

১। নিৰ্মাণভিত্তিক খণ্ড বুলিলে কি বুজা? এই খণ্ডৰ বিভিন্ন প্ৰকাৰসমূহ আলচ কৰা।

উত্তৰঃ


২। ভাৰতীয় অৰ্থনীতিত নিৰ্মাণভিত্তিক খণ্ডই পালন কৰা ভূমিকাসমূহ উল্লেখ কৰা। এই খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰিব পৰা পাঁচটা পদক্ষেপ লিখা।

উত্তৰঃ


৩। সেৱাৰবৈশিষ্ট্যসমূহ বৰ্ণনা কৰা।

উত্তৰঃ


৪। সেৱা খণ্ডৰ অৰ্থ লিখা। সেৱা আৰু দ্ৰব্যৰ পাৰ্থক্যসমূহ উল্লেখ কৰা।

উত্তৰঃ


৫। এম এচ এম ই ডি আইন ২০০৬ৰ অধীনত ক্ষুদ্ৰ উদ্যোগ বুলিলে কি বুজা? ক্ষুদ্ৰ উদ্যোগৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

উত্তৰঃ 


৬। ভাৰতবৰ্ষত ক্ষুদ্ৰ উদ্যোগ খণ্ডই সন্মুখীন হোৱা সমস্যাসমূহ আলোচনা কৰা। লগতে উক্ত সমস্যা সমাধানৰ অৰ্থে কেইটামান পৰামৰ্শ আগবঢ়োৱা। 

উত্তৰঃ


৭। গোলকীয়কৰণৰ প্ৰয়োজনীয়তাসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


৮। গোলকীয়কৰণৰ পাঁচটা সুবিধা আৰু পাঁচটা সীমাবদ্ধতা আলচ কৰা।

উত্তৰঃ


৯। উদাৰীকৰণ কি? উদাৰীকৰণৰ বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ


১০। উদাৰীকৰণৰ অধীনত ভাৰতীয় উদ্যোগখণ্ডৰ কৃতকাৰ্যতাৰ এটি টোকা প্ৰস্তুত কৰা।

উত্তৰঃ


১১। 'প্ৰযুক্তি' শব্দটোৰ অৰ্থ লিখা। প্ৰযুক্তিৰ উপাদানসমূহ চমুকৈ বৰ্ণনা কৰা। 

উত্তৰঃ 


১২।প্ৰযুক্তিৰ নতুনত্বকৰণৰ ধনাত্মক প্ৰভাবসমূহ চমূকৈ আচল কৰা।

উত্তৰঃ


১৩। দক্ষতাৰ বিকাশ কি? দক্ষতাৰ বিকাশ আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ চমুকৈ লিখা।

উত্তৰঃ


১৪। ভাৰত নিৰ্মাণ আঁচনিৰ চমু পৰিচয় এটি দাঙি ধৰা। এই সংক্ৰান্তত ভাৰতত নিৰ্মাণ আঁচনিৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা।

উত্তৰঃ 


১৫। 'ভাৰত নিৰ্মাণ' আঁচনিৰ বাবে ভাৰত চৰকাৰে হাতত লোৱা আঁচনিগত পদক্ষেপসমূহ উল্লেখ কৰা।

উত্তৰঃ


১৬। 'ভাৰত নিৰ্মাণ' আঁচনিৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দেখা দিয়া প্ৰতিবদ্ধতাসমূহ বৰ্ণনা কৰা।

উত্তৰঃ 


১৭। ব্যৱসায়িক প্ৰতিষ্ঠান এটাই বিভিন্ন পক্ষৰ প্ৰতি সম্পাদন কৰা সামাজিক দায়বদ্ধতাসমূহ সংক্ষেপে আলোচনা কৰা।

উত্তৰঃ


১৮। ব্যৱসায়িক নীতিশাস্ত্ৰৰ অৰ্থ লিখা। ব্যৱসায়িক নীতিৰ ওপৰত প্ৰভাৱ পেলোৱা উপাদানসমূহ লিখা।

উত্তৰঃ 


১৯। অধিকাৰ ধাৰণ কি? অধিকাৰ ধাৰণৰ উপকাৰিতা আৰু সীমাবদ্ধতাসমূহ উল্লেখ কৰা।

উত্তৰঃ


২০। ব্যৱসায়ৰ বহিঃউৎস বুলিলে কি বুজা? বহিঃউৎসৰ প্ৰয়োজনীয়তাবোৰ কি কি?

উত্তৰঃ


২১। ই-বাণিজ্যৰ ধাৰণা লিখা। ই-বাণিজ্য়ৰ পৰিধি বৰ্ণনা কৰা।

উত্তৰঃ


২২। ই-বাণিজ্য সুবিধা আৰু অসুবিধাসমূহ আলচ কৰা।

উত্তৰঃ 


২৩। পৰম্পৰাগত বাণিজ্য আৰু ই-বাণিজ্যৰ মাজত থকা পাৰ্থক্যবোৰ লিখা। 

উত্তৰঃ



 Type  Nayan Moni Deka