পৰিচালনাৰ কাৰ্যকৰণীয় বিভাগসমূহ

FUNCTIONAL AREAS OF MANAGEMENT 


অনুশীলনী 

১ নং থকা প্ৰশ্নাৱলী一

(অ) শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

(ক) বজাৰকৰণে তলৰ কোনটো উপযোগিতা সৃষ্টি কৰে一

১। স্থান উপযোগিতা ২। বিত্তীয় উপযোগিতা ৩। ভোগ উপযোগিতা।

(খ) বজাৰকৰণৰ দ্ৰব্যৰ ধাদণা তলৰ কোনটো বিষয়ৰ লগত সম্পৰ্কীত一

১। উৎপাদন ২। পৰিসৰ ৩। উৎপাদনৰ মান।

গ) বিতৰণৰ মাধ্যম তলৰ কাৰ লগত সম্পৰ্কীত一

১। দ্ৰব্য গ্ৰবাহৰ বাট্টা ২। দ্ৰব্যৰ যোগদান ৩। দ্ৰব্যৰ ক্ৰেতা।

(আ) খালী ঠাই পূৰণ কৰা一 

(ক) লাভ হ'ল প্ৰতিষ্ঠান এখনৰ _________ জোখ-মাখ। 

(খ) মালিকীস্বত্বাধীন পুঁজি _________ ভিত্তিত লাভ কৰিব পৰা যায়।

(গ) অংশধাৰকসকলে ব্যৱসায়ত বিনিয়োগ কৰাৰ পুৰস্কাৰ হৈছে ___।

(ঘ) ঋণজনতি পুঁজিৰ বাবদ ________ হাৰত সুত প্ৰদান কৰা হয়।

(ঙ) _______ অংশধাৰকৰ কোম্পানীত ভোতদানৰ অধিকাৰ থাকে।

(চ) _______আমানত কোম্পানীৰ সা-সম্পত্তিৰ বিপৰীতে জামিন প্ৰাপ্ত হৈ নাথাকে।

(ছ) চলিত দেনাতকৈ চলিত সম্পত্তিৰ আধিক্যই হৈছে ______ মূলধান। 

(ই) শুদ্ধ / অশুদ্ধ লিখা一

(ক) ১৯৯১ চনত ছেবী (SEBI) আইনখন বলবৎ কৰা হয়। 

উত্তৰঃ

(খ) অ-তালিকাভুক্ত কোম্পানীত এটাই প্ৰতিভূতি পত্ৰ ৰাজহুৱাভাৱে বিলি কৰিব নোৱাৰে।

উত্তৰঃ 

(গ) ৰাজহুৱা বিলিৰ অৱলেখন বাধ্যতামূলক।

উত্তৰঃ 

(ঘ) ষ্টক বিনিময় কেন্দ্ৰৰ কাৰ্যকলাপ ছেবীয়ে (SEBI) নিয়ন্ত্ৰণ নকৰে।

উত্তৰঃ 

(ঙ) মানৱ সম্পদ পৰিচালনা ধাৰাবাহিক প্ৰক্ৰীয়া নহয়। 

উত্তৰঃ

(চ) কৰ্মৰত ব্যাক্তিৰ লগত মানৱ সম্পদ পৰিচালনা জড়িত

উত্তৰঃ 

(ছ) উপযুতক্ত কৰ্মচাৰীৰ নিযুক্তিৰ লগত মানৱ সম্পদ পৰিচালনাৰ কোনো সম্পৰ্ক নাই।

উত্তৰঃ 

(জ) উদ্যোগীক সম্পৰ্কৰ গান্ধী তত্ত্বটো অহিংস নীতিৰ ওপৰত নিৰ্ভৰশীল।

উত্তৰঃ

(ঝ) উদ্যোগিক সম্পৰ্কই উৎপাদনশীলতাৰ লগত কৰিবলগীয়া একো নাথাকে।

উত্তৰঃ 

(ঞ) মানৱ সম্পদ উন্নয়ন তত্ত্বই কৰ্মচাৰীসকলক সংগঠনৰ মূল্যায়ন সম্পত্তি  হিচাপে স্বীকৃতি দিছে।

উত্তৰঃ

৫ নং থকা প্ৰশ্নাৱলী一

১। বজাৰ আৰু বিক্ৰীৰ মাজত থকা পাঁচটা প্ৰভেদ লিখা।

উত্তৰঃ 

২। বজাৰ, বজাৰকৰণ আৰু বজাৰ পৰিচালনাৰ ধাৰণা লিখা।

উত্তৰঃ

৩। নাম চিহ্ন (branding)ৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা।

উত্তৰঃ

৪। মূল্য নিৰ্ধাৰণৰ উদ্দেশ্যৰ বিষয়ে লিখা।

উত্তৰঃ

৫। সম্পদৰ সৰ্বোচ্চকৰণ বিষয়ে লিখা।

উত্তৰঃ 

৬। বিত্তীয় প্ৰয়োজনীয়তাৰ দীৰ্ঘম্যাদী বিত্তৰ উৎসসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ

৭। অংশ আৰু ঋণপত্ৰৰ পাৰ্থক্যবোৰ লিখা।

উত্তৰঃ

৮। চমুটোকা লিখা ঃ

(ক) ভোক্তৰ কেপিটেল (খ) লীজ বিত্তায়ন।

উত্তৰঃ

৯। ছেবীৰ (SEBI) উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ 

১০। মানৱ সম্পদ পৰিচালনাৰ সাংগঠনিক আৰু সামাজিক উদ্দেশ্যাৱলী দুটা লিখা।

উত্তৰঃ 

১১। কৰ্মচাৰী পৰিচালনাৰ আৰু মানৱ সম্পদ পৰিচালনাৰ পাৰ্থক্য লিখা।

উত্তৰঃ

১২। উদ্যোগিক সম্পৰ্কত জড়িুত পক্ষসমূহৰ এটি চমু বিবৃত্তি প্ৰস্তুত কৰা।

উত্তৰঃ 

১৩। সুস্থ উদ্যোগীক সম্পৰ্কৰ গুৰুত্ব কি? বহলাই লিখা।

উত্তৰঃ

১০ নং থকা প্ৰশ্নাৱালী一

১। বজাৰকৰণৰ মিশ্ৰণ বুলিলে কি বুজা? বজাৰকৰণ মিশ্ৰণৰ উপাদানবোৰ বিষয়ে সংক্ষেপ লিপিবদ্ধ কৰা। 

উত্তৰঃ

২। বজাৰ পৰিচালনা কি? বজাৰ পৰিচালনাৰ কাৰ্যৱলী বৰ্ণনা কৰা। 

উত্তৰঃ

৩। তলৰ যিকোনো দুটাৰ চমুটোকা লিখাঃ 

(ক) ব্ৰানডিং (খ) পেকেজিং (গ) তালিকাকৰণ (ঘ) দ্ৰব্য জীৱন চক্ৰ (ঙ) স্কিমিং মূল্যায়ন। 

৪। দ্ৰব্যৰ জীৱন চক্ৰৰ বিভিন্ন স্তৰসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ

৫। নতুন দ্ৰব্য সামগ্ৰী এটাৰ উন্নয়নৰ কৌশলসমূহ আলচ কৰা।

উত্তৰঃ

৬। বিত্তীয় পৰিচালনাৰ ধাৰণা লিখা। বিত্তীয় পৰিচালনাৰ উদ্দেশ্যবোৰ চমুকৈ উল্লেখ কৰা। 

উত্তৰঃ

৭। অগ্ৰাধিকাৰী অংশ কি? এনে অংশৰ শ্ৰেণীসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ

৮। ঋণপত্ৰ কি? অংশ আৰু ঋণপত্ৰৰ প্ৰভেদ দেখুৱা?

উত্তৰঃ

৯। ভেন্সাৰ মূলধন বুলিলে কি বুজা? ভেন্সাৰ মূলধনৰ বৈশিষ্ট্যবোৰ লিখা।

উত্তৰঃ

১০। লীজ বিত্তায়ন কি? লীজ বিত্তায়নৰ প্ৰাথমিক প্ৰকাৰসমূহ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ

১১। ছেবী (SEBI)ৰ ক্ষমতা আৰু কাৰ্যাৱলী বৰ্ণনা কৰা।

উত্তৰঃ  

১২। প্ৰতিভূতি বিলিকৰণৰ ক্ষেত্ৰত থকা ছেবীৰ নিৰ্দেশাৱলীসমূহ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ

১৩। মানৱ সম্পদ পৰিচালনা শব্দটোৰ অৰ্থ লিখা লগতে ইয়াতে প্ৰয়োজনীয় বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ 

১৪। মানৱ সম্পদ পৰিচালনাৰ উদ্দেশ্যসমূহ উল্লেখ কৰি ইয়াৰ সীমাবদ্ধতাসমূহ লিখা। 

উত্তৰঃ 

১৫। মানৱ সম্পদ পৰিচালনাই সম্পাদন কৰা কাৰ্যাৱলীসমূহ লিখা। প্ৰসংগক্ৰমে এনে পৰিচালনাৰ আৰু কৰ্মচাৰী পৰিচালনাৰ মাজত থকা প্ৰভেদসমূহ উল্লেখ কৰা।

উত্তৰঃ

১৬। নিয়োগকৰ্তা আৰু কৰ্মচাৰীৰ মাজৰ সম্পৰ্ক সুস্থ কৰাৰ কেইটামান পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ


Type: Nayan Moni Deka