নৱজাতকৰ নাম আৰু সম্পূৰ্ণ ৰাশি গণনা পাবলৈ আমাৰ What's App Number টোত যোগাযোগ কৰিব। আমাৰ ফালৰ পৰা এখন সম্পূৰ্ণ আখৰা দিয়া হব যত থাকিব জন্ম হোৱা সময়ৰ গহ, নক্ষত, যোগ ইত্যাদিৰ গণনা আৰু লগতে অসমীয়া কেইবাতাও নাম ইংৰাজী উচ্চাৰণৰ সহ আৰু থাকিব বহুতো তথ্য।

গতিকে সম্পূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰক আমাৰ What's App Number ত
6000879561
 বা 



১৭৮৬) লখিন্দৰ (Lakhindar) - চান্দ সদাগৰৰ পুতেক ।
১৭৮৭) লগন (Lagan) - শুভ । 
১৭৮৮) লঘু (Laghu)- পাতল ।   
১৭৮৯) লডহ (Ladah) - মনোৰম ।     
১৭৯০) লভ্য (Lavya) - প্ৰাপ্তিৰ যোগ্য ।   
১৭৯১) লমক (Lamak) - প্ৰেমিক ।   
১৭৯২) লিত (Lit) - মনোৰম ।      
১৭৯৩) ললিতমোহন (Lalit mohan)- মোহনীয় ৰূপ বিশিষ্ট ।   
১৭৯৪) লৱ (Law) - ৰামচন্দ্ৰৰ জ্যোষ্ঠ পুত্ৰৰ নাম ।    
১৭৯৫) লক্ষ্ (Laksh) - মন ।   
১৭৯৬) লক্ষিত (Lakshit) - যালৈ বা যিহলৈ লক্ষ কৰা যায় বা মন মেলা যায় ।   
১৭৯৭) লক্ষ্মীজিৎ (Lakshijit) - ঐতিৰ্যশালী ।  
১৭৯৮) লক্ষ্মীনাথ (Lakshinath) - কমলাপতি বিষ্ণু ।       
১৭৯৯) লক্ষ্মীনাৰায়ণ (Lakshi narayan) - লক্ষ্মী আৰু নাৰায়ণ ।      
১৮০০) লক্ষ্মীন্দ্ৰ (Lakshindra) - নাৰায়ণ বিষ্ণু ।   
১৮০১) লক্ষ্য (lakshya) - যালৈ পোনাই অস্ত্ৰ প্ৰহাৰ কৰা যায় ।   
১৮০২)  লক্ষ্যজিৎ (lakshya jit) - অভিপ্ৰেত উদ্দেশ্য পূৰণ কৰিছে ।
১৮০৩) লালু (Lalu) - স্বামী ।
১৮০৪) লোহকান্ত (Luhkanta) - চুম্বক ।   
১৮০৫) লোহিত (Luhit) - ৰঙা 
১৮০৬) লোমশ (Lumosh) - এজন মুনিৰ নাম ।