গোট (গ)

নেতা আৰু নেতৃত্ত্ব Leadership

অনুশীলনী

ক) ১ নং থকা প্ৰশ্নাৱলী

১। নেতৃত্ব মানে কি?

উত্তৰঃ


২। 一 নকল কৰাই হৈছে নেতৃত্ব। (খালী ঠাই পুৰোৱা)। 

উত্তৰঃ পৰিৱৰ্তন।

৩। নেতৃত্ব হৈছে সাংগঠনিক লক্ষ্যক 一 অনুসৰণ কৰা বাবে কৰ্মচাৰীসকলক প্ৰভাৱান্বিত কৰাৰ দক্ষতা।

উত্তৰঃ স্বচ্ছাকৃতভাৱে।

৪। তলৰ কোনকেইটা নেতৃত্বৰ উপাদান হিচাপে বিবেচনা কৰা হয়一 

(ক) ক্ষমতা                         (খ) অনুগামীক অনুপ্ৰণিত কৰাৰ দক্ষতা

(গ) ব্যক্তিক বুজি পোৱা      (ঙ) ওপৰৰ আটাইবোৰ।

উত্তৰঃ (খ) অনুগামীক অনুপ্ৰণিত কৰাৰ দক্ষতা।

৫। নেতৃত্বৰ পৰিচালনীয় গ্ৰীড তত্ত্বই তলৰ কোনটো বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰে一

(ক) উৎপাদন                                           (খ) কৰ্মচাৰী 

(গ) উৎপাদন আৰু কৰ্মচাৰী দুয়োটা        (ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) উৎপাদন আৰু কৰ্মচাৰী দুয়োটা।

৬। স্বেচ্ছাচাৰী নেতাৰ সম্পূৰ্ণ বিপৰীত হৈছে গণতান্ত্ৰিক নেতা। (সঁচা নে মিছা)

উত্তৰঃ সঁচা।

৭। লিকাৰ্টৰ মতে নৈমিত্তিক চলকবোৰ স্বতন্ত্ৰ। (সত্য নে অসত্য)

উত্তৰঃ সত্য।

৮। ব্লেক আৰু মাউটনৰ তত্ত্বত ৯টা শাৰীৰ মাজত তলৰ কিমানটা জালিকা থকা দেখা যায়一

(ক) ৮১       (খ) ৮২

(গ) ৭১        (ঘ) ৮৩

উত্তৰঃ (ক) ৮১। 

৯। পথ লক্ষ্য নেতৃত্বৰ তত্ত্বৰ উদ্ভাৱক হ'ল一一। 

উত্তৰঃ হাউচ।

১০। তলৰ কোনগৰাকী ব্যক্তিয়ে লেনদেনকৃত আৰু পৰিৱৰ্তনকাৰী নেনৃত্ত্বৰ তত্ত্ব উদ্ভাৱন কৰে一

(ক) জেমচ এম বাৰ্ণচে           (খ) বাৰ্ণাৰ্ড ব্যাৰ্চে

(গ) ৰবাৰ্ট হাউছে                    (ঘ) ওপৰৰ এটাও নহয় নহয়।

উত্তৰঃ  (ক) জেমচ এম বাৰ্ণচে।

খ।  ২ নং থকা প্ৰশ্নাৱলী

১। নেতৃত্বৰ ধাৰণা আৰু সুত্ৰ লিখা।

উত্তৰঃ 


২। নেতৃত্বৰ প্ৰকাৰ বা ধৰণ কেইটা উল্লেখ কৰা।

উত্তৰঃ  


৩। গ্ৰীড তত্ত্বৰ নেতৃত্বৰ শৈলীকেইটা কি কি?

উত্তৰঃ 


৪। গ্ৰীড তত্ত্বৰ স্বতন্ত্ৰ নেতৃত্বৰ শৈলীৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ


৫। ৰবাৰ্ট হাউচৰ পথ লক্ষ্য তত্ত্বৰ প্ৰধান উদ্দেশ্য কি লিখা।

উত্তৰঃ


৬। হাউচৰ পথ লক্ষ্য তত্ত্বৰ সমৰ্থনযোগ্য নেতৃত্বৰ দুুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ


৭। লেনদেনকৃত নেতৃত্ব মানে কি বুজা?

উত্তৰঃ


৮। পৰিৱৰ্তনকাৰী নেতৃত্ব মানে কি বুজা?

উত্তৰঃ


৯। ফ্ৰেদ ফিলডাৰৰ আত্মিক তত্ত্ব অনুসৰি নেতাৰ ফলপ্ৰসূতা নিৰ্ভৰ কৰা বিষয় দুটা কি লিখা।

উত্তৰঃ


১০। আকস্মিক তত্ত্বৰ পৰিৱেশজনিত উপাদান তিনিটা কি কি?

উত্তৰঃ


গ। ১ নং থকা প্ৰশ্নাৱলী

১। নেতা আৰু নেতৃত্ব মানে কি বুজা? নেতৃত্বৰ কাৰ্য আৰুগুৰুত্ব আলোচনা কৰা।

উত্তৰঃ


২। বিভিন্ন প্ৰকাৰৰ নেতৃত্বৰ ধৰণ বা প্ৰকাৰ সমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


৩। ৰেণচিচ লিকাৰ্টৰ ৪ পদ্ধতিৰ পৰিচালনা তত্ত্বটো আলোচনা কৰা।

উত্তৰঃ


৪। ব্লেক আৰু মাউটনৰ পৰিচালনীয় গ্ৰীড তত্ত্বটোৰ মূল বিষয়বস্তুখিনি চমুকৈ আলচ কৰা।

উত্তৰঃ


৫। ৰবাৰ্ট হাউচৰ পথ লক্ষ্য তত্ত্বটো বৰ্ণনা কৰা।

উত্তৰঃ


৬। ফ্লেড ফিল্ডাৰচৰ আকস্মিক/পৰিৱেশিক তত্ত্বৰ মূল বিষয়বস্বসূহ বৰ্ণনা কৰা।

উত্তৰঃ


৭। লেনদেনকৃত আৰু পৰিৱৰ্তনকাৰী নেতৃত্ত্বৰ তত্ত্বটো আলোচনা কৰা।


উত্তৰঃ



Type : Priyam Jyoti Patar