নেতৃত্ব, প্ৰণোদিতকৰণ আৰু নিয়ন্ত্ৰণ

LEADERSHIP, MOTIVATION & CONTROL


ক) নং থকা প্ৰশ্নাৱলী一

১। যেতিয়া তলতীয়া কৰ্মচাৰীবিলাকী __________ ল'বলৈ ইচ্ছা নকৰে তেতিয়া স্বেচ্চাচাৰী নেতাবিলাকৰ কাম আৰম্ভ হয়।

২। নেতৃত্বৰ কোনটো তত্ত্ব নেতাৰ কাৰ্যকলাপৰ কামৰ ওপৰত নিৰ্ভশীল一

(ক) ট্ৰেইট তত্ত্ব (খ) পৰস্থিতি সাপেক্ষে তত্ত্ব (গ) ব্যৱহাৰিক তত্ত্ব।

৩। কৰ্তৃত্ব ব্যক্তি এগৰাকীক নেতালৈ ৰূপান্তৰিত কৰে। (সচাঁ নে মিছা)

৪। শাস্তি প্ৰদানৰ ভয়, তলৰ কোনটো শ্ৰেণীৰ প্ৰণোদিতকৰণৰ উদাহৰণ一 

(ক) নঞাত্মক প্ৰণোদিতকৰণ (খ) ধনাত্মক প্ৰণোদিতকৰণ (গ) আৰ্থিক প্ৰণোদিতকৰণ। (শুদ্ধ বিকল্পটো বাছি উলিওৱা)

৫। তত্ত্ব ডেদ (Z) মুক্ত আৰু বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল। (সচা নে মিছা)

৬। ব্যক্তি এজনক __________ কাৰণে মনঃস্তাত্বিক প্ৰয়োজনীয়তাৰ আৱশ্যক। (খালী ঠাই পূৰণ কৰা)

৭। জেষ্ঠ্য আৰু অধীনস্থ বিষয়াৰ বাবে তলৰ কোনটো যোগাযোগ প্ৰযোজ্য一

(ক) উৰ্ধ্বগামী যোগাযোগ (খ) নিম্নগামী যোগাযোগ (গ) উলম্ব যোগাযোগ (শুদ্ধ বিকল্প কোনটো)

৮। লিখিত যোগাযোগ __________ বাৰ্তা বহনৰ বাবে প্ৰযোজ্য।

৯। অৰ্ডাৰ হ'ল ঊৰ্ধ্বগামী যোগাযোগৰ এটা উদাহৰণ। (সচাঁ নে মিছা)

১০। তলত কোনটো প্ৰসংগৰ ভিত্তি হৈছে নিয়ন্ত্ৰণ一

(ক) ভৱিষ্যতৰ কাৰ্যকলাপ (খ) দায়িত্ব নিৰ্ধাৰণ (গ) অতীত কৰ্ম মূল্যায়ন।

১১। বাজেটীয় নিয়ন্ত্ৰণ ___________ নিয়ন্ত্ৰণৰ এবিধ প্ৰক্ৰিয়া। (খালী ঠাই পূৰণ কৰা) 

১২। নিয়ন্ত্ৰণকৰণক কঠোৰভাৱে বলবৎ কৰণৰ আৱশ্যক। (সচাঁ নে মিছা) 

১৩। তলৰ কোনটো নিয়ন্ত্ৰণকৰণৰ এটা কাৰ্য一

(ক) সম্পদৰ উপযুক্ত ব্যৱহাৰ (খ) বিক্ৰী নিয়ন্ত্ৰণ (গ) কৰ্মচাৰী নিয়ন্ত্ৰণ। (শুদ্ধ বিকল্পটো কোনটো)

১৪। নিয়ন্ত্ৰণ হৈছে পৰিচালন সম্বন্ধীয় কাৰ্য। (সচাঁ নে মিছা)

১৫। তলৰ কোনটো ঊৰ্ধগামী যোগাযোগ一

(ক) প্ৰতিবেদন (খ) অৰ্দাৰ (গ) নিৰ্দেশনা। (শুদ্ধ বিকল্পটো বাচি উলিওৱা)

খ) ৫নং থকা প্ৰশ্নাৱলী一

১। নেতাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ

২। নেতাৰ প্ৰকাৰসমূহৰ বিষয়ে চমুকৈ কি জনা লিখা।

উত্তৰঃ

৩। নেতাৰ গাত থাকিবলগীয়া পাঁচটা গুণাৱলী লিখা।

উত্তৰঃ

৪। নেতৃত্বৰ গুৰুত্ব বা অপৰিহাৰ্যতা চমুকৈ উল্লেখ কৰা।

উত্তৰঃ 

৫। স্বাধনীচিতীয়া নেতৃত্ব কি? ইয়াৰ সুবিধা আৰু সীমাবদ্ধতাসমূহ লিখা।

উত্তৰঃ

৬। প্ৰণোদিতকৰণৰ পাঁচটা বৈশিষ্ট্য লিখা।

উত্তৰঃ

৭। মেকগ্ৰেগৰৰ x আৰু y তত্ত্বটো চমুকৈ লিখা।

উত্তৰঃ

৮। কেইটামান অনাবিত্তীয় প্ৰণোদিতকৰণৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ 

৯। বিত্তীয় আৰু অনাবিত্তীয় প্ৰণোদিকৰণৰ ধাৰণা দিয়া।

উত্তৰঃ

১০। যোগাযোগৰ বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ 

১১। কাৰ্যক্ষম নিয়ন্ত্ৰণৰ পাঁচটা আৱশ্যকীয়।

উত্তৰঃ

গ) ১০ নং থকা প্ৰশ্নাৱলী一

১। নেতৃত্ব শব্দটোৰ অৰ্থ লিখা। নেতৃত্বৰ কাৰ্যাৱলী চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ

২। নেতৃত্বৰ ট্ৰেইট তত্ত্বটো চমুকৈ লিখি ইয়াৰ সীমাবদ্ধতা উল্লেখ কৰা।

উত্তৰঃ

৩। নেতৃত্বৰ পৰিৱেশ তত্ত্বটো চমুকৈ আলোচনা কৰা।

উত্তৰঃ

৪। নেতৃত্বৰ বিভিন্ন প্ৰকাৰসমূহ বৰ্ণনা কৰা।

উত্তৰঃ

৫। প্ৰণোদিতকৰণ কি? মাচলোৰ প্ৰণোদিকৰণৰ প্ৰয়োজনীয়তাৰ বংশানুক্ৰমিক তত্ত্বটো চমুকৈ আলচ কৰা।

উত্তৰঃ

৬। হাৰ্জবাৰ্জৰ দুটা উপাদানৰ তত্ত্বটো বৰ্ণনা  কৰা।

উত্তৰঃ

৭। যোগাযোগ শব্দটোৰ অৰ্থ লিখা। যোগাযোগৰ প্ৰক্ৰিয়াবোৰ সংক্ষেপে উল্লেখ কৰা।

উত্তৰঃ

৮। যোগাযোগৰ ক্ষেত্ৰত দেখা দিয়া প্ৰতিবন্ধকতাবোৰ কি কি? এনে প্ৰতিবন্ধকতা দূৰ কৰাৰ অৰ্থে কেইটামান পৰামৰ্শ আগবঢ়োৱ।

উত্তৰঃ

৯। নিয়ন্ত্ৰণ বুলিলে কি বুজা? নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়াসমূহ চমুকৈ আলচ কৰা। 

উত্তৰঃ

১০। নিয়ন্ত্ৰণৰ বিভিন্ন পদ্ধতিসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


Type: Nayan Moni Deka