গোট ১ (ক)


পৰিচালনা ধাৰণা MANAGEMENT OF CONCEPT


অলুশীলনী 

১। ১ নং থকা প্ৰশ্নাৱলী 

(ক) সাধাৰণ অৱস্থাত ব্যক্তি এজনৰ মনত কোনো বিষয়/বস্তু ঘটনা/সম্পৰ্কত উদ্ভৱ হোৱা মত বা ভাবধাৰাত প্ৰতিচ্ছতিয়েই হৈছে一। (খালী ঠাই পূৰণ কৰা। 

উত্তৰঃ ধাৰণা।

(খ) অৰ্থনীতিবিদসকলে পৰিচালনাক এক প্ৰকাৰ উৎপাদনৰ উপাদান হিচাপে গণ্য কৰে।

উত্তৰঃ সত্য। 

(গ) পৰিচালনাই উৎপাদনৰ আহিলাসমূহৰ কাৰ্যদক্ষ আৰু ফলপ্ৰসু ব্যৱস্থাৰ 一 কৰে। (খালী ঠাই পূৰণ কৰা। 

উত্তৰঃ সুনিশ্চিত।

(ঘ) তলৰ কোনজন পৰিচালনাৰ বিশেষজ্ঞই পৰিচালনাক প্ৰতিষ্ঠান এখন মৌলিক তথা আটাইতকৈ ব্যয়বহুল সম্পদ হিচাপে গণ্য কৰে? 

১। পিটাৰ ড্ৰাকাৰ            ২। ওলিভাৰ চেলদন 

৩। হেনহী ফেয়ল            ৪। ওপৰৰ আটাইবোৰ। 

উত্তৰঃ ১। পিটাৰ ড্ৰাকাৰ।

(ঙ) অন্য ব্যক্তিৰ দ্বাৰা কাৰ্য সম্পাদনৰ কলা আৰু বিজ্ঞান হিচাপে পৰিচালনা ধাৰণাটোৰ প্ৰবক্তা হিচাপে তলৰ কোনজন চিন্তাবিদক গণ্য কৰা হয়

১। হেনৰী ফেয়ল               ২। মেৰী পাৰকাৰ ফোলেট 

৩। পি এফ ড্ৰাকাৰ            ৪। অধ্যাপক আৰ টেৰী।

উত্তৰঃ ২। মেৰী পাৰকাৰ ফোলেট।

(চ) তলৰ কোনজন চিন্তাবিদ, পণ্ডিতে 'PODSCORB নামৰ শব্দটোৰে পৰিচালনাৰ বিস্তৃত কাৰ্যাৱলী বৰ্ণনা  কৰিছে 

১। লুথাৰ গালিক                  ২। হেনৰী ফেয়ল 

৩। পি এফ ড্ৰাকাৰ              ৪। আৰভিন ইউলিয়াম।

উত্তৰঃ ২। হেনৰী ফেয়ল।

(ছ) যোগযোগ হ'ল কাৰ্য আৰু সহযোগিতাৰ এটা ভিত্তি। (শুদ্ধ নে অশুদ্ধে)

উত্তৰঃ শুদ্ধ।

(জ) সৰ্বনিম্ন প্ৰচেষ্টাৰ দ্ধাৰা সৰ্বোচ্চ ফলাফল লাভৰ 一 হৈছে পৰিচাৱনা। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ মুলমন্ত্ৰ।

(ঝ) সীমিত সম্পদক লৈ কাৰ্য সম্পাদন কৰাটো হৈছে পৰিচালনাৰ এটা পুৰস্কাৰ/প্ৰত্য়াহবান)

উত্তৰঃ প্ৰত্য়াহবান।

(ঞ) সহযোগিতাতকৈ সমন্বয় শব্দটো অধিক বিস্তাৰিত আৰু বিশাল। (শুদ্ধ নে অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

২। ২ নং থকা অৰ্থ প্ৰশ্নাৱলী

(ক) 'ধাৰণা' শব্দটোৰ অৰ্থ দিয়া।

উত্তৰঃ


(খ) জ্যেষ্ঠ লোকৰ সমষ্টি হিচাপে পৰিচালনাৰ ধাৰণা বৰ্ণনা কৰা।

উত্তৰঃ


(গ) পৰিচালনাৰ দুটা গৌণ কাৰ্য লিখা। 

উত্তৰঃ


(ঘ) পৰিচালনাৰ ধাৰণা দি এটা সুত্ৰ লিখা।

উত্তৰঃ


(ঙ) পৰিচালনাৰ বিশ্বজনীনতা কি?

উত্তৰঃ


(চ) পৰিচালকে অৰ্জন কৰা দুটা পুৰস্কাৰ উল্লেখ কৰা।

উত্তৰঃ


(ছ) পৰিচালনাৰ দুটা প্ৰত্যহবান লিখা। 

উত্তৰঃ


(জ) সমন্বয় মানে কি?

উত্তৰঃ


(ঝ) সমন্বয় আৰু সহযোগিতাৰ দুটা প্ৰৰ্থক্য লিখা।

উত্তৰঃ


(ঞ) সমন্বয়ক পৰিচালনাৰ সাৰ বুলি কোৱাৰ দুটা কাৰণ লিখা।

উত্তৰঃ


৩। ৫ নং থকা প্ৰশ্নাৱলী 

ক) পৰিচালনাৰ অৰ্থ আৰু ধাৰণাৰ ওপৰত এটি যুগুত কৰা। 

উত্তৰঃ


খ) পৰিচালনাৰ প্ৰধান পাঁচটা কাৰ্যাৱলী লিখা।

উত্তৰঃ


গ) তলত দিয়া পৰিচালনাৰ কাৰ্য দুটা সংক্ষেপে লিখা।

১। প্ৰণোদিতকৰণ           ২। নবীনত্বকৰণ।

উত্তৰঃ


ঘ) ব্যক্তি এজনে পৰিচালনা অধ্যয়ন কৰাৰ যুক্তিযুক্ততা কি বুলি ভবা লিখা।

উত্তৰঃ


ঙ) পৰিচালনা এজনে পৰিচালক হোৱাৰ প্ৰত্যাহবান পাঁচটা উল্লেখ কৰা। 

চ) সমন্বয়ক পৰিচালনাৰ সাৰবস্তু বুলি অভিহিত কৰাৰ যুক্তি দিয়া।

উত্তৰঃ


ছ) সমন্বয় বুলিলে কি বুজা? বহলাই লিখা।

উত্তৰঃ


জ) পৰিচালনাৰ বাবে সমন্বয় আৰু সহযোগিতা একেনে? কি কি ক্ষেত্ৰত সমন্বয়ৰ পৰা সহযোগিতা পৃথক।

উত্তৰঃ


ঝ) পাঁচটা সমন্বয় কাৰ্যৰ লগত জড়িত বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ


ঞ) তলৰ ক্ষেত্ৰত দুটাত সমন্বয়ৰ গুৰুত্ব কি লিখা一

১। সুস্থ কৰ্মচাৰীৰ সম্পৰ্ক।

২। কাৰ্যদক্ষতা আৰু মিতব্যয়ীতা আৰ্জন।

উত্তৰঃ


৪। ১০ নং তথা প্ৰশ্নাৱলী

ক) পৰিচালনা বুলিলে কি বুজা? পৰিচালনাৰ ধাৰণা সমূহৰ এটা শ্ৰেণীবিভাজন দেখুওৱা।

উত্তৰঃ


খ) পৰিচালনা শব্দটোৰ ধাৰণা দিয়া। লগতে পৰিচালনীয় কাৰ্যাৱলীসমূহৰ বিষয় এটি আলোচনা যুগুত কৰা।

উত্তৰঃ


গ) তলত দিয়া দৃষ্টিকোণৰ পৰা পৰিচালনাৰ আলচ কৰা一

১। বিশেষ্য হিচাপে ধাৰণা।

২। ক্ৰিয়া হিচাপে ধাৰণা।

উত্তৰঃ


ঘ) পৰিচালনা সংজ্ঞা লিখা। পৰিচালনাৰ প্ৰধান কাৰ্যসমূহ বৰ্ণনা কৰা।

উত্তৰঃ


ঙ) পৰিচালনা অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কত এটি বিস্তৃত আলোচনা দাঙি ধৰা।

উত্তৰঃ


চ) পৰিচালক এগৰাকীয়ে আৰ্জন কৰা পুৰস্কাৰ লগতে সন্মুখীন হোৱা প্ৰত্যহবানসমূহ কি কি চমুকৈ লিখা।

উত্তৰঃ


ছ) সমন্বয় সাধনৰ অৰ্থ লগতে সূত্ৰ লিখা। এই সন্দৰ্ভক সমন্বয় সাধনত প্ৰতিফলিত হোৱা বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ


জ) সমন্বয় মানে কি বুজা? পৰিচালনাত সমন্বয়ৰ গুৰুত্ব অৱলোকন কৰা।

উত্তৰঃ


ঝ) সমন্বয়ক পৰিচালনাৰ সাৰবস্তু বুলি কোৱাৰ হেতুসমূহ বৰ্ণনা কৰা।

উত্তৰঃ


ঞ) সমন্বয় সাধন শব্দটোৰ ধাৰণা দিয়া। কি কি ক্ষেত্ৰত সমন্বয় আৰু সহয়োগিতাৰ মাজত প্ৰভেদ দেখিবলৈ পোৱা যায় চমুকৈ উল্লেখ কৰা।

উত্তৰঃ



Type : Priyam Jyoti Patar