পৰিচালনা আৰু সংগঠন 

MANAGEMENT & ORGANISATION

অনুশীলনী 

১ নং থকা প্ৰশ্নাৱলী一

১। পৰিচালনা হ'ল কলা / বিজ্ঞান / কলা আৰু বিজ্ঞান দুয়োটাই। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)

২। তলৰ পৰিচালনা কোনটো স্তৰত আদেশ পালনৰ নিৰ্দেশনা দিয় হয়।

ক) শীৰ্ষ স্তৰত খ) মধ্যস্তৰত গ) নিম্ন স্তৰত। (শুদ্ধ বিকল্পটো কি?)

৩। তলত দিয়া পৰিচালনাৰ স্তৰত মুখ্য কাৰ্যবাহী বিষয়াৰ স্থান নিৰ্ধাৰণ কৰা হয়一 

ক) নিম্ন স্তৰত খ) মধ্যস্তৰত গ) শীৰ্ষ স্তৰত। (শুদ্ধ বিকল্পটো বাছি উলিওৱা)

৪। ________ প্ৰস্তুতকৰণৰ লগত প্ৰশাসন জড়িত। (খালী ঠাই পূৰণ কৰা)

৫। পৰিচালনা প্ৰশাসনতকৈ ব্য়াপক। (সচাঁ / মিছা)

৬। _________ হৈছে পৰিচালনাৰ প্ৰথম কাৰ্য। (খালী ঠাই পূৰণ কৰা)

৭। তলৰ কোনটো কাৰ্য নিৰ্দেশনাৰ লগত জড়িত一

ক) যোগাযোগ খ) মূল্যাংকন গ) মান নিৰ্ধাৰণ। (শুদ্ধ বিকল্পটো কি?) 

৮। পৰিকল্পনাকৰণৰ প্ৰধান লক্ষ্য হৈছে ________ নিৰ্ধাৰণ কৰা। (খালী ঠাই পূৰণ কৰা) 一

৯। সংগঠণকৰণে বিভিন্ন কাৰ্যকলাপৰ _________ আৰু বিভক্তিকৰণত সহায় কৰে। (খালী ঠাই পূৰণ কৰা)

১০। আনৰ লগত প্ৰতিদ্ধন্দ্বতা কৰাৰ অৰ্থ এটা __________  পৰিকল্পনা কৰা হয়। (খালী ঠাই পূৰ কৰা)

১১। তলৰ কোনটো ক্ষেত্ৰত এম বি ওৱে সহায় কৰে一

ক) ব্যক্তিগত লক্ষ্য খ) ব্যৱসায়িক লক্ষ্য গ) বিভাগ।

১২। পৰিকল্পনা আৰু ভৱিষ্যত কল্পনা ইটো সিটোৰ পৰা _________। (খালী ঠাই পূৰ কৰা)

১৩। সিদ্ধান্তৰ বিশ্লেষণ কিছুমান অনুমানৰ ওপৰত নিৰ্ভৰশীল। (শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা)

১৪। সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া যিকোনো বিকল্প নিৰ্বাচনৰ লগত জড়িত। (সচাঁ / মিছা)

১৫। সিদ্ধান্ত গ্ৰহণ হৈছে বিভিন্ন বিকল্পত ___________। (খালী ঠাই পূৰ কৰা)

১৬। তলৰ কোনটো স্তৰৰ লগত কৌশল গঠণ জড়িত 一 

ক) শীৰ্ষ স্তৰ খ) নিম্ন স্তৰ গ) মধ্য স্তৰ। (শুদ্ধ বিকল্পটো কি?) 

১৭। এটা ৰণকৌশল হ'ল ভৱিষ্যতৰ কাৰ্য __________। (খালী ঠাই পূৰণ কৰা)

১৮। এটা ৰণকৌশল এবাৰ গ্ৰহণ কৰিলে তাক প্ৰত্যাৰ্পণ কৰা নহয়। (সচাঁ নে মিছা)

১৯। সংগঠন এটা কামৰ __________ লগত জড়িত। (খালী ঠাই পূৰণ কৰা)

২০। সংগঠণ এটা হৈছে কোমল বিজ্ঞান (Soft Science)। (সচাঁ / মিছা) 

২১। ৰৈখিক সংগঠনত কৃৰ্তৃত্ব ঊৰ্ধ্বগামী হয়। (সচাঁ / মিছা)

২২। কৰ্তৃত্ব আৰু দায়বদ্ধতাৰ মাজত এটা _________ থাকিব লাগে। (খালী ঠাই পূৰণ কৰা)

২৩। বিভাগীকৰণ হৈছে বিভিন্ন কাৰ্যকলাপ ভাগ ভাগ কৰাৰ এক প্ৰক্ৰিয়া। (শুদ্ধ / অশুদ্ধ বিচাৰ কৰা।)

২৪। বিভাগীকৰণে প্ৰতিষ্ঠান এটাৰ কাৰ্যদক্ষতা বৃদ্ধিত সহায় কৰে। (সচাঁ নে মিছা)

২৫। নিৰ্মাণভিত্তিক উদ্যোগৰ ক্ষেত্ৰত __________ সুলভ বিভাগীকৰণ প্ৰযোজ্য। (খালী ঠাই পূৰণ কৰা)

২৬। গেং বছ (Gang boss) শব্দটো তলৰ কোনটো সংগঠনত ব্যৱহাৰ কৰা হয়।

ক) লাইন সংগঠনত খ) ষ্টাফ সংগঠনত গ) লাইন আৰু ষ্টাফ সংগঠনত।

উত্তৰঃ

২৭। লাইন সংগঠনে __________ সম্পৰ্কক সূচায়। উলম্ব / সামান্তৰাল) (শুদ্ধ বিকল্প কোনটো)

২৮। ক্ষমতা ওপৰৰ পৰা তললৈ অৰ্পণ কৰা হয়। (শুদ্ধ নে অশুদ্ধ)

২৯। অধীনস্থ কৰ্মচাৰীৰ ব্যৱহাৰত প্ৰভাৱাম্বিত কৰাৰ অৰ্থে কৰ্তৃত্ব আৰোপ কৰা হয়। (সচাঁ নে মিছ)

৩০। বিকেন্দ্ৰীকৰণে শীৰ্ষস্তৰত পৰিচালনাৰ দায়িত্ব ________ কৰে।

৩১। এটা সমষ্টিত মানুহে ইজনে সিজনৰ লগত আন্তঃসম্পৰ্কৰ সৃষ্টি নকৰিবও পাৰে। (সচাঁ নে মিছা)

৩২। দলত সাধৰণতে এটা ________ সৃষ্টি হয়। (খালী ঠাই পূৰ কৰা)

৩৩) আনুষ্ঠানিক সমষ্টি এটা স্থায়ী নহ'লে অস্থায়ী হ'ব পাৰে। ( সচাঁ নে মিছা)

৫ নংৰ প্ৰশ্নাৱলী 一

১। পৰিচালনাৰ যে এক বিজ্ঞান তাৰ যুক্তি প্ৰদৰ্শন কৰা।

উত্তৰঃ

২। পৰিচালনাৰ প্ৰক্ৰিয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

৩। পৰিচালনাৰ সীমাবদ্ধতাবোৰ কি কি?

উত্তৰঃ

৪। সিদ্ধান্ত গ্ৰহণৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা। 

উত্তৰঃ

৫। ৰণকৌশলৰ ধাৰণা দিয়া। ৰণকৌশল অন্তৰ্নিহিত বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ

৬। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সংগঠনৰ পাৰ্থক্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ  

৭। সংগঠনৰ প্ৰয়োজনীয়তাৰ বিষয়ে কি জনা লিখা।

উত্তৰঃ

৮। বিভাগীয়কৰণৰ সুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ

৯। মেট্ৰিক্স সংগঠন কি? এনে সংগঠনৰ চাৰিটা সুবিধা লিখা।

উত্তৰঃ

১০। কৰ্তৃত্বৰ ৫টা গুৰুত্ব লিখা।

উত্তৰঃ

১১। বিকেন্দ্ৰীকৰণ কি? বিকেন্দ্ৰীকৰণৰ সীমাবদ্ধতাবোৰ লিখা।

উত্তৰঃ

১২। কৰ্তৃত্ব আৰোপণ আৰু বিকেন্দ্ৰীকৰণৰ মাজত থকা পাৰ্থক্যবোৰ উল্লেখ কৰা।

উত্তৰঃ

১৩। সমষ্টি আৰু দল বুলিলে কি বুজা? বহলাই লিখা। 

উত্তৰঃ

১৪। দল এটাক কাৰ্যক্ষম কৰি তোলাৰ পাঁচটা পৰামৰ্শ দিয়া।

উত্তৰঃ

১০ নং থকা প্ৰশ্নাৱলী一

১। পৰিচালনা শব্দটোৰ অৰ্থ দিয়া। লগতে পৰিচালনাৰ তাৎপৰ্যপূৰ্ণ বৈশিষ্ট্যসমূহ আলচ কৰা। 

উত্তৰঃ

২। পৰিচালনাৰ ক্ষেত্ৰত তলৰ বাক্যকেইটাৰ অৰ্থ বহলাই লিখা一

(ক) পৰিচালনাৰ একপ্ৰকাৰ কলা।

(খ) পৰিকল্পনা একপ্ৰকাৰ বিজ্ঞান।

(গ) পৰিচালনাৰ একপ্ৰকাৰ বৃত্তি।

৩। পৰিচালনাৰ কাৰ্যৱলী বহলাই লিখা।

উত্তৰঃ 

৪। পৰিচালনা প্ৰক্ৰিয়াসমূহৰ এটি চমু আলোচনা দাঙি ধৰা।

উত্তৰঃ 

৫। পৰিকল্পনা বুলিলে কি বুজাঁ? পৰিকল্পনাৰ তাৎপৰ্যৰ লগতে ইয়াৰ সীমাবদ্ধতাসমূহ বৰ্ণনা কৰা।

উত্তৰঃ 

৬। পৰিকল্পনাকৰণৰ পদক্ষেপসমূহ চমুকৈ আলচ কৰা।

উত্তৰঃ

৭। সিদ্ধান্ত গ্ৰহণ শব্দটোৰ অৰ্থ লিখা। সিদ্ধান্ত গ্ৰহণৰ পদক্ষেপসমূহ বৰ্ণনা কৰা।

উত্তৰঃ

৮। সিদ্ধান্ত গ্ৰহণৰ ভিত্তিবোৰ আলচ কৰা।

উত্তৰঃ 

৯। সিদ্ধান্ত গ্ৰহণৰ পৰম্পৰাগত আৰু আধুনিক পদ্ধতিবোৰ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ 

১০। ৰমকৌশল মানে কি? ৰণকৌশলৰ বিভিন্ন কৌশলসমূহ উল্লেক কৰা।

উত্তৰঃ 

১১। ৰণকৌশল প্ৰস্তুতকৰণৰ পদক্ষেপসমূহ আলোচনা কৰা।

উত্তৰঃ

১২। সংগঠন বুলিলে কি বুজা? আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সংগঠনৰ মাজৰ পাৰ্থক্য়সমূহ লিখা। 

উত্তৰঃ 

১৩। সংগঠন কৰণৰ প্ৰক্ৰিয়াসমূহ আলচ কৰা।

উত্তৰঃ

১৪। বিভাগীয়কৰণ মানে কি? বিভাগীয়কৰণৰ ভিত্তি আৰু পদ্ধতিসমূহ বৰ্ণনা কৰা।

উত্তৰঃ

১৫। মেট্ৰিক্স সংগঠন কি? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ আলচ কৰা।

উত্তৰঃ 

১৬। কৰ্তৃত্ব মানে কি? কৰ্তৃত্ব বৈশিষ্ট্যসমূহ লিখা। 

উত্তৰঃ

১৭। প্ৰতিনিধ নিযক্তি / আৰোপন বুলিলে কি বুজা? ইয়াৰ উপাদানসমূম কি কি উল্লখ কৰা। 

উত্তৰঃ

১৮। বিকেন্দ্ৰীকৰণ কি? বিকেন্দ্ৰীকৰণৰ সুবিধা আৰু সীমাবদ্ধতাসমূহ বৰ্ণনা কৰা। 

উত্তৰঃ

১৯।সমষ্টি শব্দটোৰ অৰ্থ লিখা। আনুষ্ঠানিক সমষ্টিৰ বিভাগসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ 

২০। দল বুলিলে কি বুজা? দলৰ প্ৰয়োজনীয়তাসমূহ কি কি? 

উত্তৰঃ

২১। দল এটাক কাৰ্যক্ষম কৰাৰ কেইটামান পৰামৰ্শ উল্লেখ কৰা।

উত্তৰঃ


Type: Nayan Moni Deka