Mitradev Mahanta

মিত্ৰদেৱ মহন্ত

নামঃ- মিত্ৰদেৱ মহন্ত

জন্মঃ- ১৮৯৪ চনৰ যোৰহাটত

ঠাইঃ- যোৰহাটত

 পিতৃঃ- নিৰঞ্জন মহন্ত   

মাতৃঃ-  বগীতৰা দেৱী

শিক্ষাঃ- 

বটাঁঃ- সংগীত নাটক একাডেমী

মৃত্যুঃ-   ১৯৮৩ চনত

ভাষাঃ- অসমীয়া


 সূচীপত্ৰ

১। চমু পৰিচয়

২। জন্ম

৩। শিক্ষা

৪। কৰ্ম জীৱন

৫। ব্যক্তিগত জীৱন

৬। মৃত্যু

৭। গ্ৰন্থ সমূহ

৮। সন্মান

৯। তথ্য সংগহ



 চমু পৰিচয়

মিত্ৰদেৱ মহন্তৰ জন্ম হয় ১৮৯৪ চনৰ যোৰহাটত। পিতৃৰ নাম নিৰঞ্জন মহন্ত আৰু মাতৃৰ নাম বগীতৰা দেৱী। তেখেত আছিল অসম সন্তান একাধাৰে অভিনেতা, গীতিকাৰ, নাট্যকাৰ, শিশু-সাহিত্যিক, সত্ৰীয় সংস্কৃতিৰ সাধক আৰু শিক্ষাবিদ। 

মিত্ৰদেৱ মহন্তই যোৰহাটৰ হেজাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল আৰু যোৰহাটতে হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ১৯২৫ চনত তেখেতে 'ঢাকা বিশ্ববিদ্যালয়ৰ' পাৰ এল.টি পৰীক্ষাত উৰ্ত্তীণ হয়। আজীৱন অভিনয় কৰি ভালপোৱা শিক্ষক, শিক্ষাবিদ, মহন্ত স্হিত্য সাধনাতো ব্ৰতী আছিল। অসমীয়া সাহিত্যৰ প্ৰায়বোৰ ক্ষেত্ৰতে তেখেতৰ নিজৰ সৃষ্টি-প্ৰতিভাৰ পৰিচয় দিছিল। শিশু সাহিত্যলৈ তেকেতৰ অৱদান সৰ্বজনবিদিত। 'মৌ-মহাবাৰত' তেখেতৰ শিশু সাহিত্যসমূহৰ অন্যতম। 

তেখেতৰ দ্বাৰা ৰচিত 'চিৰ চেনেহী মোৰ ভাষা জাননী' গীতটি অসম সাহিত্য সভাৰ আৰম্ভণী গীত। 

◼ মিত্ৰদেৱ মহন্ত মৃত্যু হয় ১৯৮৩ চনত।


তলত গীতটি উল্লেখ কৰা হ'লঃ-

গীতিকাৰ মিত্ৰদেৱ মহন্ত

চিৰ চেনেহী মোৰ ভাষা জাননী

চিৰ চেনেহী মোৰ ভাষা জাননী।

আই ধন্য়ে পুণ্যে হৃত-পাৱনী।।

প্ৰকৃতি পৰশে ৰসে অমল কমল

চঞ্চল হৃদি জলে ঢালে পৰিমল,

কোমল চম্পা কলি

ঢৌৱে ঢৌৱে ঢৌৰ তুলি 

ৰিমিকি ৰিণিকি কোনে তোলে ৰাগিনী।।

সংসাৰ গুৰভাৱে অৱশ পৰাণ 

হিয়াত বিলীন হয় হিৰা ভগা গান 

কাৰ নিচুকমি শুনা 

শুনি বামী ব্যাতা পমা

চকুতে চকু নীৰে লয় জিৰণি।। 

জীৱনে মৰণে লাহৰী সুধাৰ 

ৰসনা শিতানে বাহি সিঁচা শত ধাৰ

হে' মোৰ মধুৰননা 

মাগিছো মাধৰি কণা 

দিয়াঁ, দিয়াঁ, দিয়া আই, মধু-ভাষিণী।।


মিত্ৰদেৱ মহন্ত বিষয়ে কিছু প্ৰশ্ন উত্তৰ


Nayan Jyoti Bordoloi

Class 7 Assamese Book কিতাপৰ পৰা তুলি লোৱা হৈছে।