মলয়া গোস্বামী 

মলয়া গোস্বামী জন্ম হয় ডিব্ৰুগড় জিলাত । তেখেতৰ দেউতাকৰ নাম কৈলাশ ৰাজখোৱা। তেখেতৰ দেউতাকে ৰাজ্যিক বিদ্যুতৰ অভিযন্ত্ৰতা পদত কাম কৰি আহিচিল। মলয়া গোস্বামীয়ে গোটেই বিদ্যাথী জীৱনটো নগাঁওটেই শেষ কৰিছিল। তেখেতে বিবাহ প্ৰদীপ গোস্বামী সৈতে হৈছিল। মলয়া গোস্বামী দুজনী সন্তান আছিল। নিশিতা গোস্বামী আৰু নিমিশা গোস্বামী।  

তেখেতে শিক্ষান্ত পৰীক্ষা পাছ কৰে নগাঁও উচ্চ বিদ্যালয়ৰ পৰা। তাৰ পিছত তেখেতে গুৱাহাটী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা নামভত্তি কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৩ চনত তেখেতে জাগীৰোড মহাবিদ্যালয়ত যোগদান কৰে। 


◼ মলয়া গোস্বামী এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল। তেখেতৰ প্ৰথম চলচ্চিত্ৰ খনৰ নাম অগ্নিস্নান। তাৰ পিছত তেখেত ফিৰিঙণিত চল্লচিত্ৰখনত অভিনয় কৰে। 

✱ ১৯৯১ চনত তেখেতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। আৰু জয়মতী বঁটাও লাভ কৰে। 

Type Nayan Jyoti Bordoloi