গোট ৪ (খ) 

প্ৰণোদিতকৰণ Motivation 

অনুশীলনী 

১ নং থকা প্ৰশ্নাৱলী

(ক) তলৰ কোন গৰাকী চিন্তাবিদে প্ৰণোজনীয় তত্ত্বটোৰ  বিকাশ সাধন কৰে一一

১। এ. এইচ. মাচলো            ২। হাউচ

৩। হাৰ্বাৰ্জ                           ৪। ভ্ৰুম 

উত্তৰঃ 

(খ) তলৰ কোনকেইটা অনাৰ্থিক প্ৰণোদিতৰণৰ অন্তভুক্ত一

১। পদোন্নতিৰ সুবিধা       ২। কাম কৰাৰ অনুকুল পৰিৱেশ

৩। কৰ্মৰ সুনিশ্চয়তা      ৪। ওপৰৰ আটাইবোৰ।

উত্তৰঃ

(গ) তলৰ কোনটো  গুৰুত্বপূ্ৰ্ণ স্বস্থ্যবিধি উপাপান一

১। মৰ্যাদা                  ২। আন্তঃব্যক্তিক সম্পৰ্ক

২। পৰিদৰ্শন            ৪। ওপৰৰ আটাইবোৰ।

উত্তৰঃ 

(ঘ) X তত্ত্ব মতে ব্যক্তিসকলে পছন্দ কৰে一

১। অন্যৰ দ্বাৰা পৰিচালিত হ'বলৈ       ২। কষ্টসাধ্য কাম কৰিবলৈ।

৩। আত্ম নিয়ন্ত্ৰিত হ'বলৈ                    ৪। দায়বদ্ধ হ'বলৈ।

উত্তৰঃ

(ঙ) তলৰ কোনটো আৰ্থিক প্ৰণোদিতকৰণ一

১। দৰমহা বৃদ্ধি                          ২। লাভৰ অংশ দিয়া

৩। ১ আৰু ২ দুয়োটা                ৩। উন্নত কৰ্যৰ প্ৰশংসা।

(চ) প্ৰণোদিতকৰণ হৈছে মানৱৰ লক্ষ্য কেন্দ্ৰীক আচৰণ নিৰ্দেশিত আৰু সৃষ্টি কৰা 一 আচৰণ। (মনস্তাত্বিক)

উত্তৰঃ


(ছ) প্ৰণোদিতৰণে উৎপাদন আৰু উৎপাদনশীলতা দুয়োটাই বৃদ্ধি কৰে। (সঁচা নে মিছা)

উত্তৰঃ


(জ) মাচলোৰ মতে জৈৱিক প্ৰয়োজনীয়তাই হৈছে মানুহৰ বনিয়াদা প্ৰয়োজনীয়তা। (শুদ্ধ নে অশুদ্ধ)

উত্তৰঃ 


(ঝ) কেইটামান আভ্যন্তৰীণ প্ৰয়োদিতকৰণৰ উদাহৰণ দিয়া।

উত্তৰঃ


(ঞ) বাহ্যিক প্ৰণোদিতকৰণ কি?

উত্তৰঃ


২ নং থকা প্ৰশ্নাৱলী 

(ক) প্ৰণোদিতকৰণ অৰ্থ আৰু ধাৰণা দিয়া।

উত্তৰঃ


(খ) বাহ্যিক আৰু আভ্যন্ত্যৰীণ প্ৰণোদিতকৰণৰ দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ


(গ) প্ৰণোদিতকৰণৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ


(ঘ)  মাচলোৰ প্ৰয়োজনীয় বংশানুক্ৰম তস্তুৰ দুটা সীমাবদ্ধতা লিখা।

উত্তৰঃ


(ঙ) আত্ম পৰিপূৰ্ণতা কি? ইয়াৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ


(চ) হাৰ্জবাৰ্জৰ তত্ত্বৰ দুটা স্বস্থ্যবিধিৰ উপাদান লিখা।

উত্তৰঃ


(ছ) হাৰ্জবাৰ্জৰ তত্ত্বৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।

উত্তৰঃ


(জ) X আৰু Y তত্ত্বৰ গাণিতিক অৰ্থটো লিখা।

উত্তৰঃ


৫ নং থকা প্ৰশ্নাৱলী

(ক) প্ৰণোদিতকৰণৰ পাঁচটা বৈশিষ্ট্য লিখা।

উত্তৰঃ


(খ) বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰণোদিতকৰণ কি?

উত্তৰঃ


(গ) মেকগ্ৰেথৰ X তত্ত্বটো চমুকৈ উপস্থাপন কৰা।

উত্তৰঃ


(ঘ) আভ্যন্তৰীণ প্ৰণোদিতকৰণৰ উপাদানসমূহ উল্লেখ কৰা।

উত্তৰঃ


(ঙ) ভ্ৰুমৰ প্ৰণোদিতকৰণৰ প্ৰত্যাশা তত্ত্বৰ স্বীকাৰ্য কেইটা লিখা।

উত্তৰঃ


(চ) ভ্ৰুমৰ তত্ত্বৰ অন্তৰ্নিহিত পদক্ষেপ কেইটা লিখা।

উত্তৰঃ


(ছ) তত্ত্ব Y ৰ স্বীকাৰ্য কেইটা লিখা।

উত্তৰঃ


(জ) X তত্ত্বৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ


(ঝ) X আৰু Y তত্ত্বৰ অধীনত কৰ্মচাৰী পৰিচালনাৰ প্ৰক্ৰিয়াবোৰ উল্লেখ কৰা।

উত্তৰঃ


(ঞ) Z তত্ত্বৰ ৫টা সীমাবদ্ধতা লিখা।

উত্তৰঃ


১০ নং থকা প্ৰশ্নাৱলী

১। প্ৰণোদিতকৰণৰ ধাৰণা দিয়া। ব্যৱসায়ত প্ৰণোদিতকৰণৰ গুৰুত্ব ক'ত বহলাই লিখা।

উত্তৰঃ


২। প্ৰণোদিতকৰণৰ বৈশিষ্ট্যসমূহ নিজৰ অভিজ্ঞতাৰে পৰ্যালোচনা কৰা।

উত্তৰঃ


৩। প্ৰণোদিতকৰণৰ প্ৰধান তত্ত্বসমূহ সংক্ষেপে বৰ্ণনা কৰা।

উত্তৰঃ


৪। মাচলোৰ প্ৰয়োজনীয় বংশানুক্ৰম তত্ত্বটোৰ স্তৰসমূহ আলোচনা কৰা।

উত্তৰঃ


৫। হাৰ্জবাৰ্জৰ দুটা উপাদানৰ তত্ত্বটো লিখি তাৰ সীমাবদ্ধতাবোৰ উল্লেখ কৰা।

উত্তৰঃ


৬। ভ্ৰুমৰ প্ৰণোদিতকৰণৰ প্ৰত্যাশ্য তত্ত্বটো চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


৭। মেকগ্ৰেগৰৰ তত্ত্ব X আৰু Y ৰ স্বীকাৰ্যসমূহ লিখা।

উত্তৰঃ


৮। তত্ত্ব X আৰু Y তত্ত্বৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ


৯। ওবিৰ Z তত্ত্বটোৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ





Type : Priyam Jyoti Patar