অধ্যায় ১
ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৬৮ 
(National Education Policy 1968)

প্ৰশ্নাৱলী (Exercise)

১। ৰাষ্ট্ৰীয় শিক্ষা-নীতি বুলিলে কি বুজা, এনে শিক্ষা-নীতিৰ কি কি বৈশিষ্ট্য থাকিব লাগে । ভাৰতৰ এই জাতীয় শিক্ষা নীতি প্ৰস্তুত কৰণৰ প্ৰচেষ্টা ব্যাখ্যা কৰা । What in National Education Policy ? What should be the Characteristics of this Policy ? Explain the attempts of preparation of National Policy of Education in India ?)
Answer:

২। ৰাষ্ট্ৰীয় শিক্ষা-নীতিৰ প্ৰয়োজনীয়তা দৰ্শোৱা । জাতীয় শিক্ষা নীতি ১৯৬৮ ত কেনেবোৰ লক্ষ্য-আদৰ্শ সাধাৰণভাৱে গ্ৰহণ কৰা হৈছে । তাৰ এটি আভাস দিয়া । (State the necessity of National Education Policy. Give an account of the aims and ideals of NPE 1968 which are generally accepted. resolution which are accepted by his Education Policy.)
Answer:

৩। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষা-নীতি গঠনৰ কাৰণ কি আছিল এই শিক্ষা নীতিত গ্ৰহণ কৰা প্ৰস্তাৱ সমূহৰ এটি চমু বিবৰণ দিয়া । (What were the causes to constitutue the NPE 1968 ? Give a brief account of the resolution which are accepted by this Education Policy.)
Answer:

৪। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষা-নীতিত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাৰ সম্বন্ধে আগবঢ়োৱা প্ৰস্তাৱসমূহ কি কি আছিল ? (What were the resolution of NPE 1968 on Primary, Secondary and Higher Education ?)
Answer:

৫। ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৬৮ ৰ মূল প্ৰস্তাৱ সমূহৰ বৰ্ণনা দিয়া। (Explain about the main resolution of NPE 1968 ? Discuss the effects of this education Policy.)
Answer:

৬। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষা-নীতি কি ? এই শিক্ষা নীতিৰ পৰিণতিৰ বিষয়ে আলোচনা কৰা । (What is National Policy of Education 1968 ? Discuss the effects of this education Policy.)
Answer:

৭। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষা-নীতিৰ এটি সমীক্ষাত্মক আলোচনা আগবঢ়োৱা । (Give an assessment of the National Policy of Education 1968.)
Answer:

Hirak Jyoti Bora