গোট ৩

সংগঠনকৰণ Organising

অনুশীৱনী

১ নং থকা প্ৰশ্নাৱলী

(ক) প্ৰতিটো আনুষ্ঠানিত সংগঠনতেই কিছু পৰ্যায়ৰ অনানুষ্ঠানিক সংগঠন থাকেই一 এই কথাফাকি কোনে কৈছিল?

১। কেইথ দেভিচ                ২। পিটাৰ ড্ৰাকাৰ 

৩। ই. এফ. এলব্ৰীচ            ৪। হেনৰী ফৰ্ড

উত্তৰঃ ১। কেইথ দেভিচ।

(খ) তলৰ কোনটো সংগঠনৰ আটাইতকৈ পুৰণি গাঁথনি 一

১। ষ্টাফ সংগঠন                    ২। লাইন সংগঠন

৩। কাৰ্যকৰণীয় সংগঠন       ৪। লাইন আৰু ষ্টাফ সংগঠন।

উত্তৰঃ ১। ষ্টাফ সংগঠন।

(গ) 一 হৈছে এটা কৰ্তৃত্ব আৰোপণৰ উপাদান।

উত্তৰঃ দায়িত্ব বা কৰ্তব্য।

(ঘ) ফলপ্ৰসু কৰ্তত্ব আৰোপণৰ অৰ্থে দায়বদ্ধতা 一 ৰ দ্বাৰা সমৰ্থিত হ'ব লাগিব।

উত্তৰঃ কৰ্তৃত্ব-Authority।

(ঙ) বিকেন্দ্ৰীকৰণৰ বাবে দায়বদ্ধতা আৰু কামৰ ভাৰ বৃদ্ধি পায়। (সঁচা/মিছা )

উত্তৰঃ মিছা।

(চ) উচ্চ স্তৰৰ পৰা নিম্ন স্তৰলৈ কৰ্তৃত্বৰ আৰোপণক 一 বুলি কোৱা হয়। 

উত্তৰঃ বিকেন্দ্ৰীকৰণ।

(ছ) ''Span of management'' শব্দটো তলৰ কোনগৰাকী চিন্তাবিদে প্ৰথমবাৰৰ বাবে উল্লেখ কৰে一

১। চাৰ এয়ান হেমিলটন            ২। এম পি ফোলেট 

৩। হেনৰী ফেয়ল                      ৪। ভি এ গ্ৰেইকুনাচ।

উত্তৰঃ ১। চাৰ এয়ান হেমিলটন।

(জ) তলৰ কোনটো উপাদানে সংগঠনৰ গাঁথনি প্ৰভাৱান্বিত কৰে一

১। কৌশল                    ২। ব্যৱসায়ৰ পৰিৱেশ 

৩। দেশৰ আকাৰ        ৪। ওপৰৰ আটাইবোৰ

উত্তৰঃ ৪। ওপৰৰ আটাইবোৰ।

(ঝ) তলৰ কোনটো উপাদান কৰ্তৃত্ব আৰোপণৰ প্ৰতিবন্ধকতা一

১। দায়বদ্ধতা এৰি চলা      ২। সমন্বয় আৰু সহযোগিতাৰ অভাৱ

৩। নৈতিকতা গঠন           ৪। দায়িত্বৰ অভাৱ।

(ক) ১ আৰু ২                    (খ) ৩ আৰু ৪

(গ) ১ আৰু ৩                     (ঘ) ২ আৰু ৪

উত্তৰঃ (ক) ১ আৰু ২।

(ঞ) তলৰ কোনটো বিকেন্দীকৰণৰ বৈশিষ্ট্য一

১। কৰ্ম বিশেষিকৰণ আৰু ভাগবটোৱাৰাৰ দ্বাৰা কৰ্তৃত্ব আৰোপণ।

উত্তৰঃ


২। বিভিন্ন পদক্ষেপৰ জৰিয়তে কাৰ্য সম্পাদন।

উত্তৰঃ


৩। কেন্দ্ৰীভুত সিদ্ধানত গ্ৰহণ প্ৰক্ৰিয়া।

উত্তৰঃ


৪। অধীনস্থৰ কৰ্তৃত্ব-দায়িত্বৰ হ্ৰাসকৰণ।

(ক) ১ আৰু ৩                   (খ) ২ আৰু ৪

(গ) ১ আৰু ২                    (ঘ) ৩ আৰু ৪

উত্তৰঃ (গ) ১ আৰু ২।

২ নং থকা প্ৰশ্নাৱলী

(ক) সংগঠনৰ দুটা নীতি উল্লেখ কৰা।

উত্তৰঃ


(খ) সংগঠনৰ গাঁথনি বুলি কি বুজা?

উত্তৰঃ


(গ) নেটৱাৰ্ক সংগঠন কি?

উত্তৰঃ


(ঘ) কৰ্তৃত্ব আৰোপণ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ


(ঙ) বিকেন্দীকৰণৰ দুটা সুবিধা লিখা।

উত্তৰঃ


(চ) আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সংগঠন কাক বোলে?

উত্তৰঃ


(ছ) গ্ৰেইকুনাচৰ নিয়ন্ত্ৰণৰ বিস্তাৰৰ সম্পৰ্কজনিত সূত্ৰটো লিখা।

উত্তৰঃ


(জ) নিয়ন্ত্ৰণৰ বিস্তাৰ কি?

উত্তৰঃ 


(ঝ) নিয়ন্ত্ৰণৰ বিস্তাৰ নিৰ্ণয়কাৰী দুটা উপাদান লিখা।

উত্তৰঃ


(ঞ) নিয়ন্ত্ৰণৰ বিস্তাৰৰ দুটা সীমাবদ্ধতা লিখা।

উত্তৰঃ


৫ নং থকা প্ৰশ্নাৱলী

(ক) সংগঠনৰ বৈশিষ্ট্য ৫টা সংক্ষেপে লিখা।

উত্তৰঃ


(খ) সংগঠনৰ গাঁথনিৰ প্ৰকাৰসমূহ ওপৰত এটি টোকা যুণ্ডত কৰা।

উত্তৰঃ


(গ) সংগঠনৰ আনষ্ঠানিক ঘাঁথনিৰ সুবিধা কেইটামান লিখা।

উত্তৰঃ


(ঘ) সংগঠনৰ নেটৱাৰ্ক গাঁথনিৰ সীমাবদ্ধতাসমূহ লিখা।

উত্তৰঃ


(ঙ) কৃৰ্তৃত্ব আৰোপণ কি? ইয়াৰ ৫টা বৈশিষ্ট লিখা।

উত্তৰঃ


(চ) বিকেন্দ্ৰীকৰণৰ ৫টা বৈশিষ্ট্য লিখা।

উত্তৰঃ


(ছ) কৰ্তৃত্ব আৰোপণ আৰু বিকেন্দ্ৰীকৰণৰ মাজত থকা পাৰ্থক্যবোৰ লিখা।

উত্তৰঃ


(জ) বিকেন্দ্ৰীকৰণৰ সীমাবদ্ধতাসমূহ কি কি? 

উত্তৰঃ


(ঝ) পৰিচালনা/নিয়ন্ত্ৰণৰ বিস্তাৰ কি? গ্ৰেইকুনাচৰ জ্যেষ্ঠ-কনিষ্ঠৰ সম্পৰ্ক তিনিটা উল্লেখ কৰা।

উত্তৰঃ


(ঞ) গ্ৰেইকুনাচৰ তত্ত্বটো চমুকৈ উল্লেখ কৰা।

উত্তৰঃ


১০ নং থকা প্ৰশ্নাৱলী

(ক) সংগঠন শব্দটোৰ অৰ্থ আৰু সূত্ৰ লিখা লগতে সংগঠনৰ প্ৰয়োজনীয় নীতিকেইটা উল্লেখ কৰা।

উত্তৰঃ


(খ) সংগঠন বৈশিষ্ট্যসমূহ সংক্ষেপে বৰ্ণনা কৰা।

উত্তৰঃ


(গ) সংগঠনৰ ধাৰণা দি সংগঠনকৰণৰ প্ৰক্ৰিয়া বা পদক্ষেপক্ষমূহ উল্লেখ কৰা।

উত্তৰঃ


(ঘ) সংগঠনৰ প্ৰধান গাঁথনিসমূহ উল্লেখ কৰি ইয়াৰ আপেক্ষিক সুবিধা আৰু অসুবিধাসমূহ লিখা।

উত্তৰঃ 


(ঙ) কাৰ্যকৰণীয় সংগঠনৰ গাঁথনি কি? ইয়াৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ


(চ) নেটৱাৰ্ক ডিজাইন সংগঠন বুলিলে কি বুজা? ইয়াৰ প্ৰাসংগিক সুবিধা আৰু সীমাবদ্ধতাসমূহ  লিখা।

উত্তৰঃ


(ছ) আনুষ্ঠানিক সংগঠনৰ তুলনাত আনুষ্ঠানিক সংগঠন জনপ্ৰিয় হোৱাৰ কাৰণসমূহ লিখা।

উত্তৰঃ


(জ) কৰ্তৃত্ব আৰোপণৰ প্ৰক্ৰিয়াসমূহ উল্লেখ কৰি ইয়াৰ সীমাবদ্ধতাসমূহ বৰ্ণনা কৰা।

উত্তৰঃ


(ঝ) বিকেন্দ্ৰীকৰণ কি? বিকেন্দ্ৰীকৰণৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ


(ঞ) পৰিচালনা বিস্তাৰৰ মাত্ৰাৰ ধাৰণা দিয়া। পৰিচালনাৰ বিস্তাৰ নিৰ্ধাৰণকাৰী উপাদানসমূহ বৰ্ণনা কৰা।

উত্তৰঃ



Type : Priyam Jyoti Patar