গোট ২ (ক)

পৰিকল্পনাকৰণ PLANNING 

অনুশীলনী 

১ নং থকা প্ৰশ্নাৱলী

বিকল্প উত্তৰটো বাছি উলিওৱাঃ

(ক) পৰিকল্পনা হ'ল

১। কাৰ্যৰ আঁচনি                               ২। লক্ষ্য স্থিৰ কৰি এইবোৰ                                                                        আৰ্জন কৰাৰ সিদ্ধান্ত                                                                             গ্ৰহণকৰণ 

৩। নিশ্চয়তাৰ অধীনত সিদ্ধান্তত গ্ৰহণ   ৪। কাৰ্যৰ প্ৰতিশ্ৰুতি

উত্তৰঃ ২। লক্ষ্য স্থিৰ কৰি এইবোৰ আৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণকৰণ।

(খ) তলৰ কোনটো এককভাৱে ব্যহৃত পৰিকল্পনাঃー

১। আঁচনি (Programme)    ২। নীতি নিয়ম (Rule)

 ৩। প্ৰকল্প (Rule)               ৪। প্ৰক্ৰিয়া/পদ্ধতি (Procedure)

উত্তৰঃ ১। আঁচনি (Programme) আৰু ৩। প্ৰকল্প (Rule)।

(গ) তলৰ কোনটো স্থায়ী পৰিকল্পনা নহয় ঃ

১। কৰ্ম আঁচনি (Policy)   ২। এটা পদ্ধতি (Procedure)

৩। নীতি-নিয়ম (Rule)     ৪। প্ৰকল্প (Project)

উত্তৰঃ ৪। প্ৰকল্প (Project)।

(ঘ) তলৰ কোনটো একক ব্যৱহৃত পৰিকল্পনাৰ অন্তৰ্ভুক্তঃー 

১। কৌশল  (Strategy)         ২। প্ৰজেক্ট (Project)

৩। আঁচনি (Programme)     ৪। ওপৰৰ এটাও নহয়।

উত্তৰঃ ২। প্ৰজেক্ট (Project) আৰু ৩। আঁচনি (Programme)।

(ঙ) পৰিকল্পনা যিটো ১ বছৰতকৈ আৰু ৫ বছৰৰ কম হয় তাক 一 বুলি অভিহিত কৰা হয়।

উত্তৰঃ কৌশল।

(চ) পৰিকল্পনাকৰণ কাৰ্য 一 স্তৰৰ পৰিচালকৰ দ্বাৰা সম্পাদিত হয়। 

উত্তৰঃ সকলো।

(ছ) প্ৰতিষ্ঠান এখনৰ দীৰ্ঘ ম্যাদী পৰিকল্পনা প্ৰকল্পৰ লাভ আৰ্জনৰ সময়ৰ দৈৰ্ঘ্যৰ ওপৰতো নিৰ্ভৰশীল। সচাঁ নে মিছা)

উত্তৰঃ মিছা।

(জ) বাজেট হৈছে পৰিকল্পনাৰ এটা 一। 

উত্তৰঃ উপাদান।

(ঝ) মানক বা মানদণ্ড কি?

উত্তৰঃ 


(ঞ) নীতি/নিয়ম মানে কি বুজা?

উত্তৰঃ


২ নং প্ৰশ্নাৱলী 

(ক) পৰিকল্পনাকৰণ কি ?

উত্তৰঃ


(খ) পৰিকল্পনাকৰণ দুটা প্ৰকৃতি উল্লেখ কৰা।

উত্তৰঃ


(গ) পৰিকল্পনাৰ দুটা সীমাদ্ধতা উল্লেখ কৰা।

উত্তৰঃ


(ঘ) পৰিকল্পনাৰ স্কীকাৰ্য কি?

উত্তকঃ


(ঙ) পৰিকল্পনাৰ নমনীয় নীতিয়ে কি বুজায়?

উত্তৰঃ


(চ) এককভাৱে ব্যৱহৃত পৰিকল্পনা মানে কি বুজা?

উত্তকঃ


(ছ) বাজেটৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।

উত্তৰঃ


(জ) কৰ্মনীতিৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ


(ঝ)  কৰ্মনীতি আৰু উদ্দেশ্যৰ মাজতৰ দুটা প্ৰৰ্থক্য লিখা।

উত্তৰঃ


(ঞ) পৰিকল্পনাৰ স্কীকাৰ্য কি? আভ্যন্তৰীণ স্বীকাৰ্যৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ


৫ নং থকা প্ৰশ্নাৱলী

(ক) পৰিকল্পনাৰ ৫টা সুবিধা লিখা।

উত্তৰঃ


(খ) পৰিকল্পনাৰ ৫টা সীমাবদ্ধতা লিখা।

উত্তৰঃ


(গ) স্থায়ী পৰিকল্পনাৰ ওপৰত এটি টোকা যুগুত কৰা।

উত্তৰঃ 


(ঘ) কৰ্মনীতি কি? কৰ্মনীতিৰ পাঁচটা বৈশিষ্ট্য লিখা।

উত্তৰঃ


(ঙ) কৰ্মনীতি আৰু উদ্দেশ্যৰ পাৰ্থক্যসমূহ লিখা।

উত্তৰঃ


(চ) নীতি কি? নীতিৰ প্ৰয়োজনীয়তা কি লিখা।

উত্তৰঃ


(ছ) ''পৰিকল্পনা আনিশ্চয়তাৰ লগত জড়িত'' 一 কথাফাকিৰ তাৎপৰ্য লিখা।

উত্তৰঃ 


(জ) 'পদ্ধতি'ৰ ওপৰত এটি টোকা যুগুত কৰা।

উত্তৰঃ


(ঝ) হ্ৰস্ব ম্যাদী আৰু দীৰ্ঘ ম্যাদী পৰিকল্পনা কি বুজাই লিখা।

উত্তৰঃ


(ঞ) পৰিকল্পনাকৰণৰ ৫টা বৈশিষ্ট্য লিখা।

উত্তৰঃ


১০ নং থকা প্ৰশ্নাৱলী

১। পৰিকল্পনাকৰণ কি? পৰিৰল্পনাৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা।

উত্তৰঃ


২। পৰিকল্পনাকৰণ প্ৰক্ৰিয়াৰ পদক্ষেপসমূহ আলচ কৰা।

উত্তৰঃ


৩। পৰিকল্পনাকৰণ সংজ্ঞা লিখি ইয়া সীমাবদ্ধতাবোৰ বহলাই লিখা।

উত্তৰঃ


৪। কৌশল কি? কৌশলৰ প্ৰয়োজনীয়তাৰ লগত ইয়াৰ গুৰুত্বসমূহ লিখা।

উত্তৰঃ


৫। উদ্দেশ্য মানে কি? উদ্দেশ্যৰ সুবিধাসমূহ কি? ইয়াক প্ৰস্তুতকৰণৰ সময়ত মনোযোগ দিব লগীয়া বিবেচনাসমূহ কি কি?

উত্তৰঃ


৬। কৰ্মনীতি কি? উদ্দেশ্য আৰু কৰ্মনীতিৰ পাৰ্থক্য কি লিখা।

উত্তৰঃ


৭। বিধি বুলিলে কি বুজা? বিধিৰ উদ্দেশ্য আৰু গুৰুত্ব বৰ্ণনা কৰা।

উত্তৰঃ


৮। চমুটোকা লিখা一 (ক) মানদণ্ড  (খ) পদ্ধতি  (গ) কৰ্যপ্ৰণালী (ঘ) ৰণকৌশল

উত্তৰঃ


৯। পাৰ্থক্য লিখাঃ

(ক) কৰ্মনীতি আৰু কৌশল  (খ) কৰ্মনীতি আৰু কৰ্যপ্ৰণালী

(গ) পদ্ধতি আৰু নিয়ম  (ঘ) কৰ্যপ্ৰণালী আৰু সময়সূচী।

উত্তৰঃ



Type : Priyam Jyoti Patar