পৰিকল্পনাকৰণ |  Planning | Chapter 4 | Class 12 Commerce (Business Studies) | Question and Answer | Class 12 Commerce (Business Studies) Question |

অনুশীলনী

 চমু ধৰণৰ উত্তৰ (Short Answer Type)ঃ--

(১) পৰিকল্পনাকৰণৰ সংজ্ঞাত প্ৰতিফলিত প্ৰধান দিশবোৰ কি কি ? (What are the main points in the definition of planning.)

(২) পৰিকল্পনাকৰণে কিদৰে নিৰ্দেশনাৰ ব্যৱস্থা কৰে । (How does Planning provide direction ?)

(৩) পৰিকল্পনাকৰণে পৰিৱৰ্তিত পৰিৱেশত কাম কৰিব পাৰে বুলি ভাবানে ? (Do you think Planning can work in a changing environment ?)

(৪) পৰিকল্পনাই যদি ভৱিষ্যতৰ বাবে বিতং / বিশদ কাম কৰি অতায় ইয়ে কিয় সফলতা নিশ্চিত নকৰে ? (If Planning involves working out details for the future, why does it not ensure success?)

(৫) বিধি বা নিয়মবোৰক কিয় পৰিকল্পনা হিচাপে বিবেচনা কৰা হয় ? (Why are rules considers to be Plans?)

(৬) ব্যৱসায় সংগঠনবোৰৰ দ্বাৰা কেনে ধৰণৰ কৌশলিক সিদ্ধান্ত গ্ৰহণ কৰা হয় ? (What kind of strategis dicisions are taken by business organisations.)

 দীৰ্ঘ ধৰণৰ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Type Question)ঃ--

(১) সংগঠনবোৰে কিয় সেইবোৰৰ সকলো উদ্দেশ্য সম্পন্ন কৰাত সদায় সামৰ্থ্যবান নহয় ? (Why is it that organisations are not always able to accomplish all their objectives?)

(২) পৰিচালনাৰ দ্বাৰা পৰিকল্পনাকৰণ কৰোঁতে বিবেচনা কৰিব লগা প্ৰধান বৈশিষ্ট্যবোৰ কি কি ? (What are the main featur4es to be considered by the management while planning?)

(৩) পৰিকল্পনাকৰণ প্ৰক্ৰিয়াত পৰিচালনাৰ দ্বাৰা গ্ৰহণ কৰা পদক্ষেপ / পৰ্যায়বোৰ কি কি ? (What are the steps taken by management in the planning process?)

(৪) পৰিকল্পনাকৰণত যি প্ৰচুৰ ব্যয় জড়িত হয় প্ৰকৃততে সেইমতে সি মূল্য প্ৰদান কৰেনে ? ব্যাখ্যা কৰা । (Is planning actually worth the huge costs involved ? Explain.)

😃 আৰোপ কাৰ্য (Assigned activity)ঃ--

স্থানীয় লঘু ব্যৱসায়ৰ পৰিচালক এজনক সাক্ষাৎ কৰি তেওঁ কিৰে উদ্দেশ্য স্থাপন কৰে আৰু তাত উপনীত হোৱাত লোৱা সময়ৰ বিষয়ে জানি লোৱা । এতিয়া তেওঁলোকৰ উত্তৰ তুমি অধ্যায়টোৰ পৰা লাভ কৰা শিকনিৰ সৈতে ৰিজাই চোৱা ।

😍 ক্ষেত্ৰ সমস্যা (Care Problem)ঃ--

যান-বাহন কোম্পানি এটাই আন নতুন আৰু প্ৰচলিত কোম্পানিৰ পৰা বৰ্দ্ধিত প্ৰতিযোগিতাৰ বাবে ইয়াৰ বজাৰ অংশ নিম্নগামী হোৱাৰ সমস্যাৰ সন্মুখীন হৈছে । প্ৰতিযোগীসকলে দৰ সচেতন গণ উপভোক্তাৰ বাবে নিম্ন দৰৰ গাড়ীৰ সূচনা কৰিছে । মান/ গুণ বিশিষ্টতা সচেতন উপভোক্তাৰ বাবে যান-বাহনৰ কোম্পানিটোৰ সংযোজিত বৈশিষ্ট্য আৰু নতুন প্ৰযুক্তিগত উন্নয়ন সহকাৰে নতুন নতুন আৰ্হিৰ গাড়ী প্ৰৱৰ্তন কৰিবলৈ লৈছে ।

😠 প্ৰশ্নাৱলী (Questions)ঃ--

(১) কোম্পানিটোৰ বাবে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ জোৰা মাৰিবলৈ আদৰ্শমূলক ব্যৱসায় পৰিকল্পনা যুগুত কৰা । এই ক্ষেত্ৰত তুমি সংখ্যাগত পৰিসীমা সম্পৰ্কে অধিক বিশেষ সংপৃক্ত হোৱাৰ প্ৰয়োজন নহয় । তুমি মাথোন কি প্ৰকাৰৰ/ ধৰণৰ পৰিকল্পনা যুগুত কৰিবা তাকেই নিৰ্দিষ্ট কৰা । (Prepare a model business plan for C Ltd. to meet the existing challanges. You need not very specific about quantitiative parameters. You may specify which type of plan you are preparing.)

(২) তুমি প্ৰস্তুত কৰা পৰিকল্পনাৰ সীমাবদ্ধতা চিনাক্ত কৰা । (Identify the limitations of such plans you prepare.)

(৩) এনেবোৰ সীমাবদ্ধতা কিদৰে আঁতৰ কৰিবলৈ বিচাৰিবা ? (How will you seek to remove these limitations ?)



Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type: Madhushmita Hazarika