অধ্যায় ৩
প্ৰাদেশিক ৰাজ্যসমূহৰ উত্থান
(Provincial kingdoms)
প্রশ্নাবলী
অতি চমু প্রশ্নঃ
১। কোনে বাহমনছাহ উপাধি গ্রহণ কৰিছিল ? (Who adopted the title "Bahman Shah" ?)
Answer:
২। বাহমনি ৰাজ্যৰ ভেঁটি ক’ত প্রতিষ্ঠা কৰা হৈছিল ? (Where did Bahmani kingdom established ?)
Answer:
৩। বাহমনি ৰাজ্য তুংগভদ্রা নদীৰ কোন পাৰত অৱস্থিত ? (In which side of Tungabhadra river the Bahmani kingdom was situated ?)
Answer:
৪। মামুদ গােৱান কোন আছিল ? (Who was Mahud Gowan ?)
Answer:
৫। বেৰাৰ ৰাজ্যখন অৱশেষত কোন ৰাজ্যই লগত চামিল হৈছিল ? (The kingdom of Berar was merged with which kingdom ?)
Answer:
৬। বিদাৰ ৰাজ্যখন অৱশেষত কোন ৰাজ্যই অধিকাৰ কৰিছিল ? (Which kingdom conquered Bidar kingdom ?)
Answer:
৭। বিজয়নগৰ ৰাজ্যখন তুংগভদ্রা নদীৰ কোন পাৰত অৱস্থিত ? (In which side of Tungobhadra river, the Vijaynagar kingdom was situated ?)
Answer:
৮। বিজয়নগৰ ৰাজ্য পুৰণিকালত কি নামেৰে জনা গৈছিল ? (During ancient time, Vijaynagar kingdom was known by which name ?)
Answer:
৯। বিজয়নগৰ শব্দৰ অর্থ কি ? (What is the meaning of Vijaynagar ?)
Answer:
১০। হাম্পী শব্দটো ক’ৰ পৰা উদ্ভৱ হৈছে ? ( From which ward "Hampi" was derived ?)
Answer:
১১। বিজয়নগৰ ৰাজ্য ভ্ৰমণ কৰা ৰাছিয়াৰ পর্যটকজনৰ নাম কি ? (Who was the Russian travellar who visited Vijaynagar ?)
Answer:
১২। “এ ফটেন এম্পায়াৰ” গ্রন্থৰ লিখক কোন আছিল ? (Who was the author of "A Forgotten Empire" ?)
Answer:
১৩। “এ ফৰগটেন এম্পায়াৰ" গ্ৰন্থত কোন ৰাজ্যৰ কথা উল্লেখ কৰিছে ? (In "A Forgotten Empire", the name of which kingdom was mentioned ?)
Answer:
১৪। কোনে বিজয়নগৰ ৰাজ্য প্রতিষ্ঠা কৰিছিল ? (Who established Vijaynagar empire ?)
Answer:
১৫। তালিকটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল ? (When did the battle of Talicot fight ?)
Answer:
১৬। সংগম বংশৰ শেষ ৰজাজনৰ নাম কি আছিল ? (Who was the last king of Sangam dynasty ?)
Answer:
১৭। কোনে শুলুভবংশ প্রতিষ্ঠা কৰিছিল ? (Who was the founder of Suluva dynasty ?)
Answer:
১৮। বীৰ নৰসিংহই প্রতিষ্ঠা কৰা বিজয়নগৰ ৰাজ্যৰ ৰাজবংশটোৰ নাম ? (What was the name of the dynasty founded by Bir Narasingha ?)
Answer:
১৯। তালুভ বংশৰ সর্বশ্রেষ্ঠ ৰজাজনৰ নাম কি আছিল ? (Who was the greatest king of Taluva dynasty ?)
Answer:
২০। সদাশিৱ ৰায় কোন ৰাজবংশৰ লােক আছিল ? (Sadasiva Rai belonged to which dynasty ?)
Answer:
২১। কোনে আৰিবিদু বংশ প্রতিষ্ঠা কৰিছিল ? (Who founded Aribidu dynasty ?)
Answer:
২২। সদাশিৱৰায়ৰ মন্ত্ৰীজনৰ নাম কি আছিল ? (Who was the minister of Sadasiva Rai ?)
Answer:
২৩। কৃষ্ণদেৱৰায়ে লিখা গ্রন্থখনৰ নাম কি আছিল ? (What was the name of the book written by Krishna Devarai ?)
Answer:
২৪। বিজয়নগৰ ৰাজ্য প্রাদেশিক শাসনকর্তাজনক কি বােলা হৈছিল ? (What was the name of the provincial Governor of Vijaynagar empire ?)
Answer:
২৫। বিজয়নগৰ ৰাজ্যৰ প্রদেশসমূহ কি নামেৰে জনা গৈছিল ? (The provinces of Vijaynagar empire were known by which name ?)
Answer:
২৬। মামুদ বেঁঘৰা কোন আছিল ? (Who was Mehmud Beghra ?)
Answer:
২৭। কোনজন তুর্কী-মুছলমান চুলতানে গুজৰাট অধিকাৰ কৰিছিল ? (What was the name of the Turko - Muslim Sultan who conquered Gujrat ?)
Answer:
২৮। বংগদেশ জয় কৰা প্ৰথমজন মুছলমান কোন আছিল ? (Who was the first Muslim to conqure Bengal ?)
Answer:
২৯। হুছেনছাহ কোন ৰাজ্যৰ অধিপতি আছিল ? (Husain Shah was the ruler of which kingdom ?)
Answer:
৩০৷ কেতিয়া শ্বেৰছাহে বংগ অধিকাৰ কৰিছিল ? ( When did Sher Shah conquer Bengal ?) |
Answer:
চমু প্রশ্ন :
১। তুংগভদ্রা নদীৰ পাৰত অৱস্থিত দুখন উল্লেখযােগ্য ৰাজ্যৰ নাম লিখা । (Name two important states which were situated on the bank of river Tungabhadra.)
Answer:
২। কোনে, কেতিয়া বিজয়নগৰ ৰাজ্য প্রতিষ্ঠা কৰিছিল ? (Who established Vijaynagar empire and when ?)
Answer:
৩। বাহমনি ৰাজ্যৰ দুজন উল্লেখযােগ্য ৰজাৰ নাম লিখা । (Write the name of two important kings of Bahmani kingdom.)
Answer:
৪। বাহ্মনি ৰাজ্যৰ পৰা উদ্ভৱ হােৱা দুখন ৰাজ্যৰ নাম লিখা । (Write the name of two states which was emerged from Bahmani Kingdom.)
Answer:
৫। কোনে, কেতিয়া বিজয়নগৰ ৰাজ্য প্রতিষ্ঠা কৰিছিল ? (Who established Vijaynagar kingdom and when ?)
Answer:
৬। কোনে, কেতিয়া হাস্পীৰ ধ্বংসাৱশেষ আবিষ্কাৰ কৰিছিল ? (Who discovered the ruins of Hampi and when ?)
Answer:
৭। বিজয়নগৰ ৰাজ্য ভ্রমণ কৰা দুজন পর্তুগীজ পর্যটকৰ নাম লিখা । (Write the name of two Paturgal traveller who visited Vijaynagar empire.)
Answer:
৮। কোনে, কেতিয়া সংগম বংশ প্রতিষ্ঠা কৰিছিল ? (Who established sangam dynasty and when ?)
Answer:
চমুটোকা লিখাঃ
১। মামুদ গোৱান (Mamud Gowan)
Answer:
২। কৃষ্ণদেৱৰায় (Krishna Devarai)
Answer:
৩। তালিকটৰ যুদ্ধ (Battle of Talikota)
Answer:
৪। ৰামৰায় (Ramrai)
Answer:
৫। নায়কসকল (Nayak)
Answer:
৬। গুজৰাট ৰাজ্য (Gujrat)
Answer:
ৰচনাধৰ্মী প্ৰশ্নঃ
১। বিজয়নগৰ আৰু বাহমনি ৰাজ্যৰ মাজৰ বিবাদ আৰু ফলাফল সমূহ চমুকৈ বৰ্ণনা কৰা। (Discuss the quarrels between Vijaynagar and Bahmani kingdom with their results.)
Answer:
২। বাহমনি ৰাজ্যৰ উত্থান আৰু পতন সম্বন্ধে চমুকৈ আলোচনা কৰা । (Trace the rise of Bahmani kingdom and account for its doenfall.)
Answer:
৩। বিজয়নগৰ শাসন প্ৰণালী সম্বন্ধে আলোচনা কৰা । (Describe the administrative system of Vijaynagar empaire.)
Answer:
Type: Hirak Jyoti Bora
Morigaon, Assam.
Post ID : DABP003894