অধ্যায় ৫ 

 শিৱাজীৰ অধীনত মাৰাটাসকলৰ উত্থান 

(Rise of Maratha power under Shivaji)   


প্ৰশ্নাৱলী 


অতি চমু প্ৰশ্নঃ

১। কোনজন মৌৰ্য সম্ৰাটৰ লিপিত মাৰাঠাসকল উল্লেখ আছে ? (Name the Mauryan Empore in where inscriptians the Maratha were mentioned.)

Answer:

২। শিৱাজীৰ অভিভাৱকৰ নাম কি ? (What was the name of Shivajis guardian ?

Answer:

৩। চয়েস্তা খাঁ কোন আছিল ? (Who was Shayistra Khan ?)

Answer:

৪। পুৰুন্দৰ সন্ধি কেতিয়াৈ স্বাক্ষিৰিত হৈছিল ?  (Between whom the treaty of Purundra was signed ?)

Answer:

৬। কোন চনত শিৱাজীৰ অভিষেক অনুষ্ঠিত হৈছিল ? (In which year the coronation of Shivaji was held ?)

Answer:

৭। মাৰাঠা সাম্ৰাজ্যৰ ৰাজদানী ক'ত আছিল ? (Which was the capital of Maratha Empire ?)

Answer:

৮। শিৱাজীৰ কোনজন মন্ত্ৰী ব্ৰাহ্মণ নাছিল ? (Which Ministers of Shiveji was non-Brahamin ?

Answer: 

৯। পণ্ডিত ৰাও কোন আছিল ? (Who was the Pandit Rao ?)

Answer:

১০। শিৱাজীৰ অশ্বৰোহী সৈন্যসকল কেইটা ভাগত ভঙগোৱা হয় ? (How many divisions were there any Shivaji's cavalery ?)

Answer:


চমু প্ৰশ্নঃ

১। মাৰাঠাসকলৰ উত্থানত সহায় ৰকা দুটা কাৰক উল্লেখ কৰা । (Mention two factors responsible for the rise of the Marathas ?)

Answer:

২। শিৱাজীৰ দেউতাক আৰু মাকৰ নাম কি ? (What was the name of Shivaji's father and mather ?)

Answer:

৩। শিৱাজীৰ দুটা লক্ষ্য উল্লেখ কৰা । Mention two aims of Shivaji.)

Answer:

৪। পুৰন্দৰ সন্ধিৰ দুটা চৰ্ত উল্লেখ কৰা । (Mention two terms of the treaty of Purandar.)

Answer:

৫। অভিষেকৰ সময়ত শিৱাজীয়ে কি দুটা উপাধি গ্ৰহণ কৰিছিল ? (What were the two titles adopteal by Shivaji at the time of his coronation ?)

Answer:

৬। শিৱাজীৰ সফলতাৰ দুটা কাৰণ লিখা । (Write two cause of Shivaji's success.)

Answer:


চমুটোকাঃ

১। পুৰন্দৰ সন্ধি (Treaty of Pundar)

Answer:

২। অষ্টাপ্ৰধান (Astapradhan)

Answer:

৩। শিৱাজীৰ সামৰিক প্ৰশাসন (Military administration of Shivaji)

Answer:

৪। শিৱজীৰ  ৰাজহ প্ৰশাসন (Revenue administration of Shivaji)

Answer:

৫। মাৰাঠা সাম্ৰাজ্যৰ ভাঙোনৰ কাৰণ (Cause of disintagration of Maratha power)

Answer:


ৰচানাধৰ্মী প্ৰশ্নঃ

১। মাৰাঠাসকলৰ উত্থানৰ কাৰণসমূহ আলোচনা কৰা। (Discuss the cause of rise of Maratha)

Answer:

২। শিৱাজীৰ প্ৰশাসনৰ ওপৰত এটি টোকা লিখা। (Write a note on the administration of Shivaji)

Answer:

৩। শিৱাজীৰ নেতৃত্বত মাৰাঠাসকলৰ উত্থান বৰ্ণনা কৰা। (Discuss the rise of the Maratha under Shivaji)

Answer:


        Type

Hirak Jyoti Bora

Morigaon, Assam.