অধ্যায় ৭ 

শূৰসকলৰ উত্থান 
(Rise of Surs)

অতি চমু প্ৰশ্নঃ

১। ভাৰতত ৰাজত্ব কৰা প্ৰথমটো আফগান-পাঠান ৰাজবংশৰ নাম কি আছিল ? (What was the name of the first Afgan-Pathan dynasty of India ?)
Answer:

২। চেৰছাহৰ সৰুকালৰ নাম কি আছিল ? (What was the origin name of Sher Shah ?)
Answer:

৩। চেৰছাহৰ ককাক ক'ৰ পৰা ভাৰতলৈ আহিছিল ? (From where the grandfather of Sher Shah came to India ?) 
Answer:

৪। বাহাৰ খাঁ ক’ৰ শাসনকর্তা আছিল ? (Bahar Khan was the ruler of which Kingdom ?) 
Answer:

৫। ফৰিদক ‘চেৰ খাঁ’ উপাধি কোনে প্ৰদান কৰিছিল ? (Who offered the title 'Sher Khan' to Farid ?) 
Answer:

৬। চেৰছাহে কোনখন ঠাইত হােৱা যুদ্ধত হুমায়ুনক পৰাস্ত কৰিছিল ? (In which battle Sher Shah defected Humayun ?) 
Answer:

৭। চেৰছাহৰ পাচত কোন শূৰ বংশৰ চুলতান হৈছিল ? (Who be came the Sur Sultan after Sher Shah ?) 
Answer:

৮ । চেৰছাহৰ সাম্রাজ্যত কিমানখন চৰকাৰ আছিল ? (How many provinces were there in Sher Shah's empire ?) 
Answer:

৯। চৰকাৰৰ শাসনকর্তাজনৰ নাম কি আছিল ? (Who was the ruler of Sarkar ?) 
Answer:

১০। কোনে ৰায়তক পট্টা দিছিল ? (Who gave Patta to the Rayats ?) 
Answer:

১১। চেৰছাহৰ সময়ত ভূমি জৰীপৰ বাবে ব্যৱহাৰ কৰা জোখৰ নাম কি আছিল ? (What was the name of the instrument used for measurement of land during Sher Shah's period ?) 
Answer:

১২। হাউলিয়া কি ? (What was Haulia ?) 
Answer:

১৩। চেৰছাহে মাটিৰ গুণ অনুসৰিয়ে কেই ভাগত বিভক্ত কৰিছিল ? (In how many divisions Sher Shah divided his land ?) 
Answer:

চমু প্রশ্নঃ

১। ভাৰতত ৰাজত্ব কৰা দুটা আফগান-পাঠান ৰাজবংশৰ নাম লিখা । (Write the name of two Afgan - Pathan dynasty of India.) 
Answer:

২। কোনে, কেতিয়া লােডী বংশ প্রতিষ্ঠা কৰে ? (Who established Loddi dynasty and when ?) 
Answer:

৩। লােভী বংশৰ দুজন চুলতানৰ নাম লিখা । (Write the name of two Loddi Sultan.)
Answer:

৪। কোনে, কেতিয়া পাণিপথৰ প্রথম যুদ্ধত ইব্রাহিম লােভীক পৰাস্ত কৰে ? (Who and when defeated Ibrahim Loddi in the 1st battle of Panipath ?) 
Answer:

৫। চেৰছাহক কোনে, কিয় ‘চেৰ খাঁ’ উপাধি প্রদান কৰিছিল ? (Who offered the title 'Sher Khan' to Sher Shah and why ?) 
Answer:

৬। চেৰছাহৰ দুজন উত্তৰাধিকাৰীৰ নাম লিখা । (Write the name of two successors of Sher Shah.) 
Answer:

৭। চেৰছাহৰ ৰাজত্বকালৰ দুটা মন্ত্রী দপ্তৰৰ নাম লিখা । (Write the name of two departments at Ministers during the time of Sher Shah.)  
Answer:

চমুটোকাঃ 

১। দিল্লীৰ সিংহাসন অধিকাৰ কৰালৈকে চেৰছাহৰ কৃতিত্ব । (Carrier of Sher Shah till the conquest of Delhi.) 
Answer:

২। চেৰছাহৰ ৰাজহ প্রশাসন । (Revenue administration of Sher Shah.) 
Answer:

৩। শূৰসকলৰ উত্থান আৰু পতন (Rise and fall of Surs.) 
Answer:

ৰচনাধর্মী প্রশ্নঃ 

১। চেৰছাহে কিদৰে উত্তৰ ভাৰতত আফগান শাসন প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ? (Write a note on how Sher Shah was able to establish Afgan rule in northern India.) 
Answer:

২। চেৰছাহৰ শাসন পদ্ধতিৰ এটি মূল্যায়ন কৰা । (Assess the ad ministrative system of Sher Shah.) 
Answer:

৩। চেৰছাহ প্রাক্‌-মােগল যুগৰ অন্যতম শ্রেষ্ঠ প্রশাসক আছিল বর্ণনা কৰা । ( 'Sher Shah was the greatest of the Muslim Rulers in India' Discuss.) 
Answer:

৪। চেৰছাহৰ অভ্যুত্থানৰ সহায়ক কাৰকসমূহ আলােচনা কৰা । (Briefly discuss the causes led to the rise at Sher Shah to power.)
Answer:


       Type
Hirak Jyoti Bora.
Morigaon, Assam.



Post ID : DABP003866