ক্ষুদ্ৰ ব্যৱসায়

অনুশীলনী

A. চমু প্রশ্নৰ উত্তৰ (Short Answer Question)ঃ 

1. ব্যৱসায়ৰ আকাৰ জুখিবলৈ ব্যৱহাৰ কৰা বিভিন্ন পৰ্মািপক বিলাক কি কি? (What are the different parameters used to measure the size of business) 

2. ভাৰত চৰকাৰৰ ব্যৱস্থা অনুসৰি ক্ষুদ্র উদ্যোগৰ সংজ্ঞা লিখা। (Write the definition of small scale industries as per Government of India) 

3. এটা সহায়ক গােট আৰু এটা অতি ক্ষুদ্র গােটৰ মাজত থকা পার্থক্য কেনেকৈ নিৰূপণ কৰিবা? (How would you differ entiate between an ancillary unit and a tiny unit?) 

4. কুটীৰ শিল্পৰ বৈশিষ্ট্যবােৰ উল্লেখ কৰা। (State the features of Cottage Industries) 

B. দীঘলীয়া প্ৰশ্নৰ উত্তৰ (Long Answer Questions)ঃ 

1. দেশৰ সামাজিক আৰু অর্থনৈতিক বিকাশত ক্ষুদ্র উদ্যোগ কেনেদৰে বৰঙণি আগবঢ়াইছে সেই বিষয়ে আলােচনা কৰা। (How the small scale industries contribute to the socio-economic development of India) 

2. গ্রাম্য ভাৰতত ক্ষুদ্র উদ্যোগৰ ভুমিকাৰ বিষয়ে বর্ণনা কৰা। (Describes the role of small business in rural India) 

3. ক্ষুদ্র উদ্যোগে সম্মুখীন হােৱা সমস্যা বিলাকৰ বিষয়ে চমুকৈ লিখা। (Write in short on the problem faced by the small industries.) 

4. ক্ষুদ্র উদ্যোগৰ বিত্ত যােগান আৰু বজাৰ কৰণৰ সমস্যা লাঘৱ কৰণৰ বাবে চৰকাৰে কি কি ব্যৱস্থা হাতত লৈছে? (What measure has the Government taken to solve the problem of finance and marketing in small scale sector.) 

5. দেশৰ পিছ পৰা আৰু পাহাৰীয়া অঞ্চলত উদ্যোগ স্থাপনৰ বাবে চৰকাৰে কি কি উদগণিমূলক ব্যৱস্থা হাতত লৈছে সেই বিষয়ে এটি চমু টোকল প্রস্তুত কৰা। (Write a short note on the incentives provided by the Government for promo tion of industries in rural and backward areas.) 

Project/Assignmentঃ 

    1. ক্ষুদ্র ব্যবসায়িক গােটৰ মালিকে সন্মুখীন হােৱা বিভিন্ন সমস্যাবিলাক নিৰূপণ কৰিবৰ বাবে এখন প্রশ্ন তালিকা প্রস্তুত কৰা। এই প্রশ্ন তালিকাখনত উল্লেখিত প্রশ্নবােৰৰ উত্তৰ বিচাৰি তােমাৰ ওচৰৰ দোকানলৈ গৈ মালিকক সাক্ষাৎ কৰা আৰু প্রশ্নসমূহৰ উত্তৰ লিখা। প্রশ্ন তালিকাত থকা প্রশ্নোত্তৰৰ ভিত্তিত ব্যৱসায় গােটটোৰ সম্পর্কে এটি টোকা লিখা। 

    2. তােমাৰ অঞ্চলত থকা ক্ষুদ্র ব্যৱসায় আৰু উদ্যোগসমূহলৈ যােৱা। এনে প্রতিষ্ঠানবােৰৰ ওপৰত এই বিষয়কেইটা অন্তর্ভুক্ত কৰি এটি টোকা প্রস্তু কৰিবা— ব্যৱসায় প্রকৃতি, নিয়ােজিত কর্মচাৰীৰ সংখ্যা, মাহেকীয়া স্থায়ী ব্যয়ৰ (ঘৰ ভাৰা, মাটিৰ খাজনা, বিদ্যুৎ ব্যয়) পৰিমাণ, চৰকাৰৰ পৰা পােৱা অনুদান বা সাহায্য ইত্যাদি।

Type Himankub Bora