দেশ, কাল আৰু কাৰণতা

প্ৰশ্নাৱলী

1. What do you mean by category of knowledge? What are the categories of knowledge? 

জ্ঞানৰ প্রবর্গ বুলিলে কি বুজা? জ্ঞানৰ প্ৰবর্গবােৰ কি কি? 

2. Write a short note on the nature of space. (Pass 2014) 

দেশৰ প্রকৃতি সম্পর্কে এটা চমু টোকা লিখা। 

3. What is space? What is the difference between perceptual and conceptual space? Discuss. (Pass 2013) 

দেশ কি? প্রত্যক্ষগত আৰু ধাৰণাগত দেশৰ মাজত থকা পার্থক্য সম্বন্ধে আলােচনা কৰা। 

4. What is Space? Explain the realistic and the idealistic standpoints on space. (Major 2012) 

দেশ কি? দেশ সম্পর্কে ভাববাদী আৰু বাস্তৱবাদী দৃষ্টিভংগী ব্যাখ্যা কৰা। 

5. Explain the Realists view on Space and Time. (Major 2013) 

দেশ আৰু কালৰ বাস্তৱবাদী মতবাদটো ব্যাখ্যা কৰা। 

6. Write a note on Space and Time. (Major 2013) 

দেশ আৰু কালৰ ওপৰত এটি টোকা লিখা। 

7. Discuss briefly the empiricist view on space. (Major 2014) 

দেশ সম্পর্কীয় অভিজ্ঞতাবাদী মতবাদটো চমুকৈ আলােচনা কৰা। 

8. Write the characteristics of conceptual space. (Major 2014)

ধাৰণাগত দেশৰ বৈশিষ্ট্যসমূহ লিখা।

State five characteristics of conceptual time. (Pass 2013) 

ধাৰণাগত কালৰ পাচটা বৈশিষ্ট্য উল্লেখ কৰা। 

10. Distinguish between conceptual space and perceptual space. 

ধাৰণাগত দেশ আৰু প্ৰত্যক্ষগত দেশৰ মাজৰ পার্থক্য নির্ণয় কৰা। 

Write the characteristics of space. 

দেশৰ বৈশিষ্ট্যসমূহ লিখা। 

12. Write a short note on the nature of space. (Pass 2014) 

কালৰ প্রকৃতি সম্পর্কে এটা চমু টোকা লিখা। 

13. Explain the distinction between perceptual time and conceptual time. (Pass 2014) 

প্রত্যক্ষগত সময় আৰু ধাৰণাগত সময় পার্থক্য ব্যাখ্যা কৰা। 

14. Write an essay on space and time. (Pass 2014) 

দেশ আৰু কাল সম্পর্কে এখন ৰচনা লিখা। 

15. Write a note about the nature of time mentioning different philosophers view. (Major 2014) 

দেশৰ স্বৰূপ সম্পর্কে বিভিন্ন দার্শনিক মতবাদৰ ওপৰত এটি টোকা লিখা। 

16. Are Space and Time interrelated? (Major 2012) 

দেশ আৰু কাল পৰম্পৰ সম্পর্কিত নে? 

17. Are space and time subjective or objective? (Pass 2013) 

দেশ আৰু কাল আত্মগত নে বস্তুগত? 

18. What is time? What is the difference between perceptual and conceptual time? Discuss. 

কাল কি? প্রত্যক্ষগত আৰু ধাৰণাগত কালৰ মাজত থকা পার্থক্য সম্বন্ধে আলোচনা কৰা। 

19. How the ideas of space and time are originated? Explain. 

দেশ আৰু কালৰ উৎপত্তি কেনেকৈ হৈছে? ব্যাখ্যা কৰা। 

20. Explain the rationalist and empiricist view on space and time. 

দেশ আৰু কাল সম্পর্কীয় বুদ্ধিবাদী আৰু অভিজ্ঞতাবাদী মতবাদটো ব্যাখ্যা কৰা। 

21. Explain the rationalist view on space and time. 

দেশ আৰু কাল সম্পর্কীয় বুদ্ধিবাদী মতবাদটো ব্যাখ্যা কৰা। 

22. Explain the empiricist view on space and time. 

দেশ আৰু কাল সম্পর্কীয় অভিজ্ঞতাবাদী মতবাদটো ব্যাখ্যা কৰা। 

23. Explain Kant's view on space and tire. 

দেশ আৰু কাল সম্পর্কীয় কাণ্টৰ মতবাদ টা ব্যাখ্যা কৰা। 

24. Explain the Idealist view on Space and Time. 

দেশ আৰু কাল সম্পর্কীয় ভাববাদী মতবাদটো ব্যাখ্যা কৰা। 

25. "Space and time are empirically real but transcendentally ideal." (Kant). Explain.

"দেশ আৰু কাল অভিজ্ঞতামূলক হিচাপে বাস্তৱ কিন্তু অতীন্দ্ৰিয়ভাৱে ভাবাত্মক।" (কাণ্ট) ব্যাখ্যা কৰা।

26. Explain the theory of space-time relativity.

দেশ-কাল আপেক্ষিক মতবাদটো ব্যাখ্যা কৰা।

27. What is cause? Discuss the different theories of causality. (Pass 2014)

কাৰণ কি? কাৰণ সম্পৰ্কীয় বিভিন্ন তত্ত্বসমূহ আলোচনা কৰা।

28. Discuss fully the nature and concept of causality. (Pass 2013)

কাৰণতা ধাৰণাটোৰ প্ৰকৃতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰা।

29. Discuss the theory of causality as put forward by Hume. (Pass 2013) 

কাৰণতা সম্পর্কে হিউমৰ মতবাদ ব্যাখ্যা কৰা।

30. Discuss Aristotle's views on causation. (Pass 2013) 

কাৰণ সম্পর্কে এৰিষ্টটলৰ মতবাদ আলােচনা কৰা। 

31. Explain the empiricist view of causation with special reference to Hume. (Pass 2014) 

কাৰণ সম্পর্কে হিউমৰ মতবাদৰ বিশেষ উল্লেখসহ অভিজ্ঞতাবাদী মতবাদ ব্যাখ্যা কৰা। 

32. Define with example each of the four causes as laid down by Aristotle. (Pass 2014) 

এৰিষ্ট'টলে আগবঢ়োৱা চাৰিবিধ কাৰণৰ উদাহৰণসহ সংজ্ঞা আগবঢ়োৱা। 

33. Compare Hume's and Kant's views of causality. (Pass 2014) 

কাৰণ সম্পর্কে হিউম আৰু কাণ্টৰ মতবাদৰ তুলনা কৰা। 

34. Explain Kant's view on causality. (Major 2012) 

কাণ্টৰ কাৰণতৰ ধাৰণাটো ব্যাখ্যা কৰা। 

35. Write on the Indian view of causation. (Major 2012) 

কাৰণতা সম্পর্কীয় ভাৰতীয় মতবাদটো বিষয়ে লিখা। 

36. Explain and examine Hume's view on causation. (Major 2012, 2014) 

হিউমৰ কাৰণতত্ত্বটো ব্যাখ্যা কৰি পৰীক্ষা কৰা। 

37. Discuss the problem of causation by mentioning different philosophers view. (Major 2013) 

বিভিন্ন দার্শনিক মতবাদ উল্লেখ কৰি কাৰণতাৰ সমস্যাটো আলােচনা কৰা। 

38. What is causation? Explain the commonsense view of causality. 

কাৰণতা কি? কাৰণতা সম্পর্কীয় সাধাৰণ বা লৌকিক মতবাদটো ব্যাখ্যা কৰা। 

39. Discuss scientific view of causation. 

কাৰণতা সম্পর্কীয় বৈজ্ঞানিক মতবাদটো আলােচনা কৰা।
 
40. Critically discuss the rationalist view of causation. 

কাৰণতা সম্পর্কীয় বুদ্ধিবাদী মতবাদনে সমালােচনামূলক ব্যাখ্যা কৰা। 

41. Explain and examine the entailment theory of causation or causal theory of necessary connection. 

কাৰণতা সম্পর্কীয় প্রসক্তিতত্ত্ব বা অনিবার্য সম্বন্ধ সম্পর্কীয় মতবাদটো ব্যাখ্যা আৰু পৰীক্ষা কৰা। 

42. Critically discuss the empirical view of causation.

কাৰণতা সম্পর্কীয় অভিজ্ঞতাবাদী মতবাদটো সমালােচনামূলক আলােচনা কৰা। 

43. Explain and examine the regularity theory of causation. 

কাৰণতা সম্পর্কীয় সতত-সংযােগ মতবাদটো ব্যাখ্যা আৰু পৰীক্ষা কৰা। 

44. Is there any necessary connection between cause and effect? Explain with reference to Hume's theory of causation. 

কাৰণ আৰু কাৰ্যৰ মাজত অনিবার্য সম্পর্ক আছে নে? হিউমৰ কাৰণতত্ত্বৰ প্ৰসংগ সহকাৰে ব্যাখ্যা কৰা। 

45. Explain J. S. Mill's view on causality. 

কাৰণতা সম্পর্কীয় জে. এচ. মিলৰ মতবাদটো ব্যাখ্যা কৰা। 

46. Explain Hegel's view on causality. 

কাৰণতা সম্পর্কীয় হেগেলৰ মতবাদটো ব্যাখ্যা কৰা। 

Short Questions: 

চমু প্রশ্নঃ 

1. What do you mean by category of knowledge? 


জ্ঞানৰ প্রৱর্গ বুলিলে কি বুজা? 

2. Name four categories of knowledge. (Pass 2013, 2014) 

জ্ঞানৰ চাৰিটা প্ৰবৰ্গৰ নাম লিখা।

3. What is the etymological or literal meaning of 'category'? 

'category' শব্দৰ ব্যুৎপত্তিগত বা আক্ষৰিক অর্থ কি? 

4. How many categories of knowledge are there and what are these? (Pass 2013) 

জ্ঞানৰ প্রবর্গ কেইটা আৰু কি কি? 

5. What is the meaning of the term 'Kategorema'? 

'Kategorema' শব্দটোৰ অর্থ কি? 

6. What is space? 

দেশৰ প্ৰবৰ্গ কি? 

7. "Space and time are forms of intuition." Who said this? (Major 2012) 

'দেশ আৰু কাল হ’ল স্বজ্ঞা বা অঅন্তর্পজ্ঞাৰ ৰূপ।” কোনে কৈছে? 

8. Space is a container. Is it a realistic view? (Major 2012) 

'দেশ হ’ল আধাৰ।' এইটো বাস্তৱবাদী মতবাদ নে? 

9. What are the dimensions of space? (Major 2013) 

দেশৰ মাত্ৰাসমূহ কি কি? 

10. According to Berkeley, Space and Time are nothing but perceptions. (Write True or False) (Major 2013) 

বার্কলিৰ মতে, দেশ আৰু কাল প্রত্যক্ষৰ বাহিৰে আন একো নহয়। (সঁচা নে মিছা লিখা) 

11. What is space according to Leibniz? (Major 2014) 

লাইবনিজৰ মতে, দেশ কি? 

12. State Cunningham's definition of space.

কানিংহামৰ দেশৰ সংজ্ঞাটো উল্লেখ কৰা। 

13. What is space, according to Martineau? 

মাটিনিউৰ মতে, দেশ কি  

14. State two special characteristics of space. 

দেশৰ দুটা বিশেষ বৈশিষ্ট্য উল্লেখ কৰা। 

15. Space is three dimensional/ mono-dimensional. 

দেশ ত্রিমাত্রা বিশিষ্ট/ একমাত্ৰা বিশিষ্ট। 

16. What is perceptual space? প্রত্যক্ষগত দেশ কাক বােলে? 

17. What is conceptual space? 

ধাৰণাগত দেশ কাক বােলে? 

18. State two differences between perceptual space and conceptual space. 

প্রত্যক্ষগত দেশ আৰু ধাৰণাগত দেশৰ দুটা পার্থক্য লিখা। 

19. What is time? 

কালৰ প্ৰবৰ্গ কি? 

20. What is perceptual time? 

প্রত্যক্ষগত কাল কাক বােলে? 

21. What is conceptual time? 

ধাৰণাগত কাল কাক বােলে? 

22. State two differences between perceptual time and conceptual time. 

প্রত্যক্ষগত কাল আৰু ধাৰণাগত কালৰ মাজৰ দুটা পার্থক্য উল্লেখ কৰা। 

23. What is Kant.s view on time? (Major 2012) 

কাল সম্পর্কে কাণ্টৰ মতবাদ কি? 

24. How does empiricist consider time? (Major 2014) 

অভিজ্ঞতাবাদীসকলে কালক কেনেদৰে বিবেচনা কৰিছে? 

25. What is the dimension of time? 

কালৰ মাত্ৰাটো কি? 

26. Time is three dimensional/ mono-dimensional. 

কাল ত্রিমাত্রা বিশিষ্ট/ একমাত্রা বিশিষ্ট। 

27. What is intuitionist view on space and time? 

স্বত্তবাদীসকলৰ দেশ আৰু কাল সম্পর্কীয় মতটো কি? 

28. How does empiricist consider space? 

অভিজ্ঞতাবাদীসকলৰ মতে, দেশ কি? 

29. How docs rationalist consider time? 

বুদ্ধিবাদীসকলৰ মতে, কাল কি? 

30. How does rationalist consider space?

বুদ্ধিবাদীসকলৰ মতে, দেশ কি?

31. What is Descartes' view on space?

ডেকাৰ্টৰ মতে, দেশ কি?

32. What is Berkeley's view on space and time?

বাৰ্কলিৰ দেশ আৰু কাল সম্পৰ্কীয় অভিমতটো কি?

33. According to the rationalist the idea of space and time are a priori/ a posteriori.

বুদ্ধিবাদীসকলৰ মতে, দেশ আৰু কালৰ ধাৰণাটো অভিজ্ঞতাপূৰ্ব/ অভিজ্ঞতালব্ধ।

34. According to the empiricist the idea of space and time are a priori/ a posteriori.

অভিজ্ঞতাবাদীসকলৰ মতে, দেশ আৰু কালৰ ধাৰণাটো অভিজ্ঞতাপূৰ্ব/ অভিজ্ঞতালব্ধ।

35. What is Kant's view on space?

দেশ সম্পৰ্কে কাণ্টৰ মতবাদ কি?

36. What is Kant's view on space on time?

দেশ আৰু কাল সম্পৰ্কে কাণ্টৰ মতবাদ কি?

37. "Space and time are empirically real but transcendentally ideal.” Who is associated with this statement? 

“দেশ আৰু কাল অভিজ্ঞতামূলক হিচাপে বাস্তৱ কিন্তু অতীন্দ্রিয়ভাৱে ভাবাত্মক।” 

এই উক্তিৰ লগত জড়িত দার্শনিক গৰাকী কোন? 

38. What is Hegel's view on space and time? 

দেশ আৰু কাল সম্পর্কে হেগেলৰ মতবাদ কি? 

39. Who is the propounder of the theory 'Space-time Relativity'? 

দেশ-কালৰ আপেক্ষিকতাবাদৰ প্ৰৱর্তক কোন? 

40. Name Einstein's theory of space and time. 

আইনষ্টাইনৰ দেশ আৰু কাল সম্পর্কীয় তত্ত্বটোৰ নাম লিখা। 

41. What is the fourth dimension of space, according to Einstein? 

আইনষ্টাইনৰ মতে, দেশৰ চতুর্থ মাত্ৰাটো কি? 

42. What is causation? 

কাৰণতা বা কার্যকাৰণ সম্বন্ধ কি? 

43. What is Locke's view on causation? 

কার্যকাৰণ সম্পর্কীয় লকৰ মতবাদ কি? 

44. What is the rationalist view on causation? 

কার্যকাৰণ সম্পর্কীয় বুদ্ধিবাদী মতবাদ কি? 

45. What is the empiricist view on causation? 

কার্যকাৰণ সম্পর্কীয় অভিজ্ঞতাবাদী মতবাদ কি? 

46. Name the rationalist view of causation? 

কার্যকাৰণ সম্পর্কীয় বুদ্ধিবাদী মতবাদটোৰ নাম লিখা। 

47. The rationalist view of causation is known as -------------- (Theory of Entailment/ Regularity Theory of Causation)

কাৰ্যকাৰণ সম্পৰ্কীয় বুদ্ধিবাদী মতবাদটোক ________ বুলি জনা যায়। (প্রসক্তি তত্ত্ব/ সতত কার্যকাৰণ সম্পর্কীয় বুদ্ধিবাদী মতবাদটোক সংযােগ তত্ত্ব) 

48. Name any two supporters of the Entailment theory of causation. 

কার্যকাৰণ সম্পর্কীয় প্রসক্তিতত্ত্বৰ যিকোনাে দুজন সমর্থকৰ নাম লিখা। 

49. Humes theory of causation is known as -------------- (Theory of Entailment/ Regularity Theory of Causation) 

হিউমৰ কাৰণতত্ত্বক ________ বুলিও জনা যায়। (প্রসক্তি তত্ত্ব/ সতত-সংযােগ তত্ত্ব) 

50. What is causation, according to Hume? 

হিউমৰ মতে, কার্যকাৰণ সম্বন্ধ কি? 

51. Who is the propounder of regularity theory of causation? 

কার্যকাৰণ সম্পর্কীয় সতত-সংযােগ তত্ত্বৰ প্রৱর্তক কোন? 

52. Which group of philosophers propounded the entailment theory of causation? 

কোন দলৰ দার্শনিকসকলে কার্যকাৰণ সম্পর্কীয় প্রসক্তিতত্ত্বটো প্ৰৱৰ্তন কৰিছে? 

53. State Hume's definition of causation. 

কার্যকাৰণ সম্পর্কীয় হিউমৰ সংজ্ঞাটো উল্লেখ কৰা। 

54. The relation between cause and effect is a 'custom born habit'. Name the philosopher who is associated with this statement. 

কাৰণ আৰু কাৰ্যৰ সম্বন্ধটো হ'ল মনৰ আভ্যাসজাত ধাৰণা। এই উক্তিৰ লগত জড়িত দার্শনিক গৰাকীৰ নাম লিখা। 

55. State two defects or criticism of Hume's theory of causation. 

হিউমৰ কাৰণতত্ত্বৰ দুটা দোষ বা সমালােচনা উল্লেখ কৰা। 

56. "A cause is an unconditional and invariable antecedent of the effect." Who said? 

‘কাৰণ হ'ল কাৰ্যৰ নিয়ত অপৰিৱর্তনীয় পূর্ববর্তী ঘটনা। কোনে কৈছে? 

57. State Mill's definition of causation. 

মিলৰ কাৰণৰ সংজ্ঞাটো উল্লেখ কৰা। 

58. What is causation, according to J. S. Mill? 

মিলৰ মতে, কার্যকাৰণ সম্বন্ধটো কি? 

59. What is condition, according to J. S. Mill? 

মিলৰ মতে, উপকাৰণ কি? 

60. What are the two kinds of conditions, according to J. S. Mill? 

মিলৰ মতে, উপকাৰণ দুটা কি কি? 

61. What is cause, according to Aristotle? 

এৰিষ্টটলৰ মতে, কাৰণ কি? 

62. Mention four causes of Aristotle. (Major 2012) 

এৰিষ্ট'টলৰ চাৰিটা কাৰণ উল্লেখ কৰা।

63. How many causes are there according to Aristotle? (Pass 2013) 

এৰিষ্ট'টলৰ মতে কাৰণ কেই প্ৰকাৰৰ? 

64. What is material cause according to Aristotle? (Pass 2014) 

এৰিষ্টটলৰ মতে উপাদান কাৰণ কাক বােলে? 

65. What is formal cause according to Aristotle? (Major 2014) 

এৰিষ্ট'টলৰ মতে, আকাৰগত কাৰণ কাক বােলে? 

66. What is final cause according to Aristotle? 

এৰিষ্ট'টলৰ মতে, উদ্দেশ্য বা পৰিণতি কাৰণ কাক বােলে? 

67. What is efficient cause according to Aristotle? 

এৰিষ্ট'টলৰ মতে, নিমিত্ত কাৰণ কাক বােলে? 

68. Write the common sense view on cause. (Major 2012) 

কার্যকাৰণ সম্পর্কীয় সাধাৰণ বা লৌকিক মতবাদটো লিখা। 

69. According to Hume, idea of causality derived from contiguity and succession/ necessary connection. (Choose the correct answer) (Major 2013) 

হিউমৰ মতে, কার্যকাৰণৰ ধাৰণাটো অনুসংগ নিয়ম আৰু পাৰস্পর্য/ অনিবার্য সম্বন্ধৰ পৰা পােৱা যায়। (শুদ্ধ উত্তৰটো বাচি উলিওৱা) 

70. What is the scientific view on causality? (Major 2013) 

কার্যকাৰণ সম্পর্কীয় বেজ্ঞানিক মতবাদটো কি? 

71. According to J. S. Mill, cause is _________ (Fill in the blank) (Major 2013) 

মিলৰ মতে, কাৰণ হ'ল ________ (খালী ঠাই পূৰণ কৰা) 

72. According to Hume, we know nothing oproduction and necessary connection between cause and effect but only experience succession of events. (Write True or False) (Major 2014) 

হিউমৰ মতে, কার্য আৰু কাৰণৰ মাজত কোনাে অনিবার্য সম্পর্কৰ জ্ঞান নাপাওঁ, কিন্তু আমি দুটা ঘটনাৰ মাজত পাৰস্পৰ্যৰ অভিজ্ঞতা পাওঁ। (সঁচা নে মিছা লিখা) 

73. "There is no necessary connection between the cause and the effect. "Who said this? (Pass 2014) 

“কাৰণ আৰু কাৰ্যৰ মাজত কোনাে আত্যাৱশ্যকীয় সম্পর্ক নাই।” এই কথাষাৰ কোনে কৈছিল? 

74. "The cause is the sum total of conditions positive and negative taken together. "Who said this? (Pass 2014) 

“কাৰণ হৈছে অনুকূল আৰু প্ৰতিকুল সমূহ উপকাৰণৰ সমষ্টি।” কথাষাৰ কোনে কৈছে? 

75. What is causation according to Kant? 

কাণ্টৰ মতে, কার্যকাৰণ ধাৰণাটো কি? 

76. What is causation according to Hegel? 

হেগেলৰ মতে, কার্যকাৰণৰ ধাৰণাটো কি? 

77. What is Pratityasmudpada or Theory of Dependent Origination? 

প্রতীত্যসমুৎপাদ কাক বােলে?

78. Buddha theory causation is known as ________ (Fill up the blank) 

বুদ্ধৰ কার্যকাৰণ তত্ত্বটোক বুলিও জনা যায়। (খালী ঠাই পূৰণ কৰা) 

79. State Nyaya definition of causation. 

ন্যায়ৰ কাৰণৰ সংজ্ঞাটো উল্লেখ কৰা। 

80. What are the three kinds of cause, according to Nyaya Philosophy? 

ন্যায় দর্শন মতে, তিনি প্রকাৰৰ কাৰণ কি কি? 

81. What is Samavayi Karana, according to Nyaya Philosophy? 

ন্যায়দর্শন মতে, সমবায়ী কাৰণ কাক বােলে? 

82. What is Asamavayi Karana, according to Nyaya Philosophy? 

ন্যায়দর্শন মতে, অসমবায়ী কাৰণ কাক বােলে? 

83. What is Nimitta Karana, according to Nyaya Philosophy? 

ন্যায়দর্শন মতে, নিমিত্ত কাৰণ কাক বােলে? 

84. What is Asatkaryavada? 

অসৎকাৰ্যবাদ কাক বােলে? 

85. What is Satkaryavada? 

সৎকার্যবাদ কাক বােলে ?

Type Himanku Bora