দ্ৰব্য

প্ৰশ্নাৱলী

1. Explain the concept of substance. (Major 2012)

দ্ৰব্যৰ ধাৰণাটো ব্যাখ্যা কৰা।

2. What is substance? Explain the commonsense or popular view of substance.

দ্ৰব্য কি? দ্ৰব্য সম্পৰ্কীয় সাধাৰণ বা লৌকিক মতবাদটো ব্যাখ্যা কৰা।

3. Discuss the different meaning of substance given by Aristotle.

এৰিষ্ট'টল প্ৰদত্ত দ্ৰব্যৰ বিভিন্ন অৰ্থ ব্যাখ্যা কৰা।

4. What is substance? Discuss the empiricist view of substance.

দ্ৰব্য কাক বোলে? দ্ৰব্য সম্পৰ্কীয় অভিজ্ঞতাবাদী মতবাদ আলোচনা কৰা।

5. Write about Spinoza's view on Substance. (Major 2013)

দ্ৰব্য সম্পৰ্কীয় স্পিনোজৰ মতবাদটোৰ বিষয়ে লিখা।

6. Explain substance in the philosophy of Descartes. (Major 2013)

ডেকাৰ্টৰ দৰ্শনৰ দ্ৰব্যৰ ধাৰণাটো ব্যাখ্যা কৰা।

7. Write about Leibnitz's view on Substance.

দ্ৰব্য সম্পৰ্কীয় লাইৱনিজৰ মতবাদৰ বিষয়ে লিখা

8. Explain Leibnitz theory of monad. 

লাইৱনিজৰ চিৎপৰমাণুৰ মতবাদটো ব্যাখ্যা কৰা। 

9. Explain the kinds of monads mentioned by Leibniz. (Major 2013, 2014) 

লাইনিজে উল্লেখ কৰা মনাডৰ বিভিন্ন ভাগসমমূহ ব্যাখ্যা কৰা। 

10. What did Descartes say about substance? (Major 2014) 

ডেকার্টে দ্রব্য সম্পর্কে কি কৈছিল? 

11. Discuss Locke's view on substance. 

লকৰ দ্ৰব্যৰ ধাৰণাটো আলােচনা কৰা। 

12. Write the realists view on substance. (Major 2014) 

দ্রব্য সম্পর্কীয় বাস্তৱবদী মতবাদটোৰ বিষয়ে লিখা। 

13. Write what you know about the concept of substance. 

দ্রব্য সম্পর্কে কি জনা, লিখা। 

14. Write about the views of the rationalist regarding substance. 

দ্রব্য সম্পর্কে বুদ্ধিবাদীসকলৰ অভিমত ব্যক্ত কৰা। 

15. Discuss fully the nature and concept of substance. 

কাৰণতাৰ ধাৰণাটোৰ প্রকৃতি সম্পর্কে বিশদভাৱে আলােচনা কৰা। 

16. What is substance? Explain and examine the rationalist views of the nature of substance. (Pass 2014) 

দ্রব্য কি? দ্রব্য সম্পর্কে বুদ্ধিবাদী ধাৰণাসমূহ ব্যাখ্যা কৰি পৰীক্ষা কৰা। 

17. What did Hume say about substance? 

দ্রব্য সম্পর্কে হিউমে কি কৈছিল? 

18. Write about Berkeley's view on substance. 

দ্রব্য সম্পর্কে বার্কলিৰ মতবাদটো লিখা। 

19. What is Kant's and Hegel's view on substance? Explain. 

কাণ্ট আৰু হেগেলৰ দ্ৰব্য সম্পর্কীয় মতবদটো কি? ব্যাখ্যা কৰা। 

20. Write a note on contemporary or modern view on substance. 

দ্রব্য সম্পর্কীয় আধুনিক বা সমকালীন মতবাদৰ ওপৰত এটি টোকা লিখা। 

Short Questions: 

চমু প্রশ্নঃ 

1. What is the etymological meaning of 'substance'? (Major 2012) 

দ্রব্যৰ ব্যুৎপত্তিগত অর্থ কি? 

2. What is Hume's view of substance? (Pass 2014) 

দ্রব্য সম্পর্কে হিউমৰ মতবাদটো কি? 

3. What is substance according to Spinoza? (Pass 2014) 

স্পিনােজাৰ মতে দ্রব্য কি? 

4. What is a substance, according to Locke? (Major 2012, 2014) 

লকৰ মতে, দ্রব্য কি? 

5. The monads, according to Leibnitz, are non-extended spiritual atoms metaphysical atoms. (Choose the correct answer) (Major 2013)

লাইৱনিজৰ মতে, মনাড অবিস্তৃত আধ্যাত্মিক পৰমাণু/ পৰাবিদ্যক পৰমাণু। (শুদ্ধ উত্তৰটো বাচি উলিওৱা) 

6. According to Locke, we cannot perceive a substance in the external world, we perceive only -------------- of matter. (Fill up the blank) (Major 2014) 

লকৰ মতে, আমি বাহ্যজগতত দ্রব্য বুলি একোকে প্রত্যক্ষ নকৰোঁ; আমি কেৱল জড়বস্তুৰ ________  ক প্রত্যক্ষ কৰোঁ। 

1. According to Kant, substance is an a priori la posteriori category of understanding. (Choose the correct answer) (Major 2014) 

কান্টৰ মতে, দ্রব্য হ’ল জ্ঞানৰ অভিজ্ঞতাপূর্ব/ অভিজ্ঞতালব্ধ প্ৰকাৰ। 

8. What is the commonsense or popular view of substance? 

দ্রব্য সম্পর্কীয় সাধাৰণ বা লৌকিক মতবাদটো কি? 

9. "Substance is the substratum of qualities.” (Write True/ False) 

“দ্রব্য হ’ল গুণৰ আধাৰ।” (সঁচা নে মিছা লিখা) 

10. What is substance, according to Plato? 

প্লেটোৰ মতে, দ্রব্য কি? 

11. What is substance, according to Aristotle? 

এৰিষ্টটলৰ মতে, দ্রব্য কি? 

12. Who is the author of 'Metaphysics'? 

'Metaphysics' গ্ৰন্থখনৰ লেখক কোন? 

13. Who is the author of 'Categories'? 

'Categories' গ্ৰন্থখনৰ লেখক কোন? 

14. What is substance according to Descartes? 

ডেকাৰ্টৰ মতে, দ্রব্য কি? 

15. What are the three substances according to Descartes? 

ডেকাৰ্টৰ মতে, তিনিটা দ্রব্য কি কি? 

16. State Descartes definition of substance. 

ডেকাৰ্টৰ দ্ৰব্যৰ সংজ্ঞাটো উল্লেখ কৰা। 

17. How many substances are admitted by Descartes? 

ডেকর্টে কেইটা দ্রব্যক স্বীকাৰ কৰিছে? 

18. Descartes admitted -------------- substance (s). (one/ two/ Three/ many) 

ডেকর্টে ________ দ্রব্যক স্বীকাৰ কৰিছে। (এটা/ দুটা/ তিনিটা) 

19. Who is the author of 'Principles of Philosophy'? 

'Principles of Philosophy' গ্ৰন্থখনৰ লেখক কোন? 

20. What is the absolute substance according to Descartes? 

ডেৰ্কাটৰ মতে, পৰমদ্রব্য কি? 

21. What are the relative substances according to Descartes? 

ডেকাৰ্টৰ মতে, সাপেক্ষ দ্রব্যবােৰ কি কি? 

22. According to Descartes God is -------------- (Absolute Substance/ Relative Substance) 

ডেৰ্কাটৰ মতে, ঈশ্বৰ হ'ল ________। (পৰমদ্ৰব্য/ সাপেক্ষ দ্ৰব্য)

23. What is quality according to Descartes?

ডেকাৰ্টৰ মতে, গুণ কি?

24. Who is regarded as the founder of the theory of innete ideas?

অন্তৰ্জাত ধাৰণাতত্ত্বৰ প্ৰৱৰ্তক হিচাপে কাক গণ্য কৰা হয়?

25. What is the subwstances according to Spinoza?

স্পিনোজাৰ মতে, দ্ৰব্য কি?

26. State Spinoza's definition of substance.

স্পিনোজাৰ দ্ৰব্যৰ সংজ্ঞাটো উল্লেখ কৰা।

27. How many substance(s) are admitted by Spinoza?

স্পিনোজাই কেইটা দ্ৰব্যক স্বীকাৰ কৰিছে?

28. Spinoza admitted -------------- substance(s). (one/ two/ Three/ many)

স্পিনোজাই ________ দ্ৰব্যক স্বীকাৰ কৰিছে। (এটা/ দুটা/ তিনিট/ বহু)

29. Who is the author of 'Ethics'?

'Ethics' গ্ৰন্থখনৰ লেখক কোন?

30. What, According to Spinoza, are the two qualites of substance whic can only be known?

স্পিনোজৰ মতে, দ্ৰব্যৰ কোন দুটা গুণক কেৱল জনা যায়?

31. Spinoza's theory of substance is called pantheism. (Write True or False)

স্পেনোজাৰ দ্ৰব্যতত্ত্বক সৰ্বেশ্বৰবাদ বুলি কোৱা হয়। (সঁচা নে মিছা লিখা)

32. "Dterminatio neagtio est." What is the significance of this statement?

"সকলো গুণ-নিৰ্ধাৰণেই নঞৰ্থক" এই উক্তিটোৰ তাৎপৰ্য কি?

33. What are the thrce substances believed by Descartes? (Major 3rd sem 2012)

ডেকাৰ্টে কোন তিনিটা দ্ৰব্যক বিশ্বাস কৰিছিল?

34. "By 'substance' I understand: what is in itself and is conceived through itself." Who is the speaker? (Major 3rd sem. 2012)

"দ্ৰব্যৰ দ্বাৰা মই তাকে বুজোঁ যি নিজে নিজে অস্তিত্বশীল আৰু যাৰ ধাৰণা নিজৰ দ্বাৰাই হয়।" এই উক্তিটো কাৰ?

35. Name the Philosopher who is known by the novelisdt as 'God-intoxicated mystic'? (Major 3rd sem. 2012, 2014)

'ঈশ্বৰ আসক্ত ৰহস্যবাদী' হিচাপে আখ্যাত দাৰ্শনিক জনৰ নাম লিখা?

36. What do you mean by the term (i) 'Natura-Naturam' and (ii) 'Natura-Naturata'? (Major 3rd sem. 2012, 2014)

(i) 'Natura-Naturam' and (ii) 'Natura-Naturata' ৰ দ্বাৰা তুমি কি বুজা?

37. Substance is described as 'causa sui'. What it means? (Major 3rd sem. 2012)

দ্ৰব্য হ'ল 'স্বয়ম্ভূ।' ইয়াৰ অৰ্থ কি?

38. 'Every determintion is negation." Who said this?

"সকলো গুণ-নিৰ্ধাৰণেই নঞৰ্থক" এই কথা কোনে কৈছে?

39. Spinoza was a monist/ dualist/ pluralist.

স্পিনোজা হ'ল অদ্বৈতবাদী/ দ্বৈতবাদী/ বহুত্ববাদী।

40. Was Descartes a monist, dualist or pluralist? 

ডেকার্ট অদ্বৈতবাদী, দ্বৈতবাদী নে বহুত্ববাদী? 

41. What is the substances according to Leibnitz? 

লাইৱনিজৰ মতে, দ্রব্য কি? 

42. State Leibnitz's definition of substance. 

লাইৱনিজৰ দ্ৰব্যৰ সংজ্ঞাটো উল্লেখ কৰা। 

43. How many substance(s) are admitted by Leibnitz? 

লাইৱনিজে কেইটা দ্রব্যক স্বীকাৰ কৰিছে? 

44. Leibnitz admitted -------------- Substance(s). (one/ two/ Three/ many) 

লাইৱনিজে ________ দ্রব্যক স্বীকাৰ কৰিছে। (এটা/ দুটা/ তিনিটা/ বহু) 

45. Who is the author of 'Monadology'? 

'Monadology' গ্ৰন্থখনৰ লেখক কোন? 

46. Who is the author of 'Principles of Nature and of Grace'? 

'Principles of Nature and of Grace' গ্ৰন্থখনৰ লেখক কোন? 

47. Who concieves substance as a centre of force? (Major 3rd sem. 2012) 

দ্রব্যক শক্তিৰ কেন্দ্ৰ বুলি কোনে ধাৰণা কৰিছে? 

48. Was Leibnitz a monist, dualist or pluralist? (Major 3rd sem. 2012) 

লাইৱনিজ অদ্বৈতবাদী, দ্বৈতবাদী নে বহুত্ববাদী? 

49. What is Monad? মােড় কি? 

50. State two characteristics of Monad. 

মানডৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

51. Leibnitz gave three principal grades of monads. What are they? (Major 3rd sem. 2012) 

লাইৱনিজে মনড়ৰ তিনিটা মূখ্য স্তৰৰ কথা উল্লেখ কৰিছে। সেইবােৰ কি কি? 

52. What is the highest monad? 

সর্বশ্রেষ্ঠ মনাড কোনটো? 

53. What is the Monad of monads? 

মানডসমূহৰ মনাড কোনটো? 

54. What is the Queen Monad? 

কাক ৰাণী মনাড বুলি কোৱা হয়? 

55. How many substances are admitted by Locke? 

ল’কে কেইটা দ্রব্যক স্বীকাৰ কৰিছে? 

56. 'Substance is something I know not what.' Who is the speaker of this statement? 

‘দ্রব্য হ'ল সেইটোৱে যাক মই নাজানাে।' এই উক্তিৰ প্ৰৱক্তা কোন? 

57. What is substance according to Berkeley? 

বার্কলিৰ মতে, দ্রব্য কি?

58. How many substances are admitted by Berkeley? 

বার্কলিয়ে কেইটা দ্রব্যক স্বীকাৰ কৰিছে? 

59. Name the philosopher who denied the existence of matterial substance, 

জড়দ্রব্যক অস্বীকাৰ কৰা দার্শনিক গৰাকীৰ নাম লিখ। 

60. Name the philosopher who denied the existence of any substance. 

যিকোনাে দ্রব্যৰ অস্তিত্বক অস্বীকাৰ কৰা দার্শনিক গৰাকীৰ নাম লিখা। 

61. Name the philosopher who denied the existence of self and God. 

আত্মা আৰু ঈশ্বৰৰ অস্তিত্বক অস্বীকাৰ কৰা দার্শনিক গৰাকীৰ নাম লিখা। 

62. 'God and nature are one.' Who made this statement? (Major 3rd sem. 2014) 

‘ঈশ্বৰ আৰু বিশ্বপ্রকৃতি অভিন্ন। এই উক্তিটো কোনে আগবঢ়াইছে? 

63. Was Leibnitz a dualist? (Major 3rd sem. 2014) 

লাইৱনিজ এজন দ্বৈতবাদী নে? 

64. 'Substance is described as 'causa sui'. Who made this statement? (Major 3rd sem. 2014) 

‘দ্রব্য হ’ল ‘স্বয়ম্ভূ’। এই উক্তিটো কোনে আগবঢ়াইছে? 

65. Who defined substance 'as existing thing which requires nothing but itself in order to exist.'? (Major 3rd sem. 2014) 

কোনে দ্রব্যক “এক অস্তিত্বশীল সত্তা যি নিজৰ অস্তিত্বৰ বাবে আন কাৰাে ওপৰত নিৰ্ভৰ নকৰে” বুলি সংজ্ঞায়িত কৰিছে? 

66. God is the highest monad. Is it true? (Major 3rd sem. 2014) 

ঈশ্বৰ সর্বশ্রেষ্ঠ মনাড। এইটো সত্য নে? 

67. A Moonad is -------------- . (Fill in the blank) (Major 3rd sem. 2014) 

মনাড হ’ল ________। (খালী ঠাই পূৰণ কৰা) 

68. What is Kant's view on substance? 

দ্রব্য সম্পর্কীয় কাণ্টৰ মতবাদটো কি? 

69. What is Hegel's view on substance? 

দ্রব্য সম্পর্কীয় হেগেলৰ মতবাদটো কি? 

70. What is modern view on substance? 

দ্রব্য সম্পর্কীয় আধুনিক মতবাদ কি? 

71. What is contemporary view on substance? 

দ্রব্য সম্পর্কীয় সমকালীন মতবাদ কি? 

72. What is substance according to logical positivist? 

তর্কীয় প্রত্যক্ষবাদীসকলৰ মতে, দ্রব্য কি?

Type Himanku Bora