অধ্যায় ১ 
উৎস আৰু সমীক্ষা 
(Survey of Sources)

প্ৰশ্নাৱলী 

* অতি চমু প্ৰশ্নঃ

১। ইতিহাস শব্দটো অৰ্থ কি ? (What is the meaning of History ?)
Answer:

২। ইংৰাজী History শব্দটো কোন ভাষাৰ পৰা আহিছে ? (From which language the word history is derived ?)
Answer:

৩। কোনে পোন প্ৰথমে ইতিহাসৰ সংজ্ঞা আগবঢ়াইছিল ? (Who frist define history?) 
Answer:

৪। তুৰ্কী আফগানসকলে ভাৰতত কেতিয়াৰ পৰা আৰু কিমানচনলৈ শাসন চলাইছিল ? (From which year the Turki-Afgan ruled India and till which they ruled ?)
Answer:

৫। ভাৰতত তুৰ্কী-মুছলমান সাম্ৰাজ্য কোন চনত প্ৰতিষ্ঠা হয় ? (In which year Turko-Muslim rule established in India ?)
Answer:

৬। খিলিজি বংশৰ শাসনকাল কেতিয়া পৰা আৰম্ব হৈছিল ? (When did Khiliji rule began in India ?)
Answer:

৭। টোগলক বংশই কেতিয়াৰ পৰা ভাৰত শাসন কৰিছিল ? (From when the Tughluq ruled in India ?)
Answer:

৮। চৈয়দ বংশৰ চুলতানসকলে নিজকে কাৰ বংশধৰ বুলি পৰিচয় দিয়ে ? (The Sayids claimed themselves as whose descendents ?) 
Answer:

৯। ভাৰতত আফগান শাসন কোনে প্রতিষ্ঠা কৰে ? (Who established Afgan rule in India ?) 
Answer:

১০। চুলতান মামুদৰ ভাৰত অভিযানৰ সময়ত ভাৰতলৈ মামুদৰ লগত অহা ঐতিহাসিক জনৰ নাম কি ? (Name the historian who accompanied Mehmud in his expedition to India ?) 
Answer:

১১। জিয়াউদ্দিন বাৰানীয়ে কোন ৰাজবংশৰ পৃষ্ঠপােষকতা লাভ কৰিছিল ? (Jiyauddin Barani received the patronage of which dy nasty ?) 
Answer:

১২। চুলতান ফিৰােজে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ? (What is the name of the book written by Firoze ?) 
Answer:

১৩। আলাই দৰৱাজা কোনে নির্মাণ কৰিছিল ? (Who constructed Aai Darwaja ?) 
Answer:

১৪। আঢ়াই-দিন-কা ঝােপৰাৰ নির্মাতা কোন ? (Who constructed Arhai-din-ka-Jhopra ?) 
Answer:

১৫। ইবনবটুটা কেইবছৰ ভাৰতত আছিল ? (ow many years did Iban Batuta stay in India ?) 
Answer:

১৬। টোঘলক বংশৰ চুলতান মহম্মদ বিন টোঘলকে কোন বিদেশী লােকক কাজী পদত নিযুক্তি দিছিল ? (Name the foreigner whom Mohd-bin-Tughluq appointed as Qazi ?) 
Answer:

১৭। বিজয়নগৰ ৰাজ্যলৈ অহা সমৰখণ্ডৰ দূতজনৰ নাম কি ? (What was the name of the Ambassador of Samarkhand who came to Vijaynagar Empire ?)
Answer:

১৮। চুলতানীযুগত ভাৰত ভ্ৰমণলৈ অহা এজন ৰাছিয়ান পৰ্যটকৰ নাম লিখা ? (Write the name of one Russian traveller who came to India during sultanate period ?)
Answer:

১৯। ফা-হুয়ান কোন দেশৰ পৰিব্ৰাজক আছিল ? (Fa-hyan belonged to which country ?)
Answer:

২০। ফিৰিস্তা কোন দেশৰ পৰ্যটক আছিল ? (Firista beloged to which country ?)
Answer:

* চমু প্ৰশ্নঃ

১। ইতিহাস উৎস মানে কি ? উৎসৰ প্ৰধান ভাগ দুটা কি কি ? (What is sources of history ? What am the two different types of history ?)
Answer:

২। তৱকাট-ই-নছিৰিৰ লিখক কোন আৰু এই গ্ৰন্থখন কোন ভাষাত ৰচিত ? (Who was the author of Tabkat-i-Nasiri and in which language is was written ?)
Answer:

৩। ফুটুহা-ই-ফিৰোজছাহী গ্ৰন্থৰ ৰচক কোন আৰু এই গ্ৰন্থৰ মূল বিষয়বস্তু কি ? (Who was the author of Fatwah-i-Firozeshahi and what is the main theme of the book ?)
Answer:

৪। দিল্লীৰ আফগান শাসনৰ তথ্য যোগান ধৰা দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা ? (Name two books which give as informations about Afgan rule in India ?)
Answer:

৫। কুতবমিনাৰ নিৰ্মাণৰ কাম কোনে আৰম্ভ কৰিছিল আৰু কোন চুলতানৰ দিনত সমাপ্ত হৈছিল ? (Who started the construction of Qutubminar and who finished it ?)
Answer:

৬। চুলতান আলাউদ্দিনে প্ৰতিষ্ঠা কৰা দুটা স্থাপত্য ভাস্কৰ্যৰ নাম লিখা ? (Name two monuments constructed by Alaudin ?)
Answer:

৭। চুলতান ফিৰােজ টোঘলকে নির্মাণ কৰা দুখন নগৰৰ নাম লিখা । (Name two towns, constructed by Firoze Tughluq ?) 
Answer:

৮। চুলতানী যুগত ভাৰতলৈ অহা বিদেশী পৰিব্রাজকসকলৰ ভ্ৰমণৰ দুটা বিদেশী পৰিব্ৰাজকৰ নাম লিখা (Write two aim of travel of Foreign travellers who visited India during sultanate period.) 
Answer:

৯। ইবনবটুটা কোন দেশৰ পর্যটক আছিল আৰু ভাৰত ভ্ৰমণৰ ওপৰত ভিত্তি কৰি তেওঁ ৰচনা কৰা গ্ৰন্থখনৰ নাম কি ? (Iban Batuta be longed to which country and what is the name of the book written on India ?) 
Answer:

১০। ফিৰিস্তাই কোনখন ৰাজ্য আৰু কোনজন চুলতানৰ অধীনত চাকৰি কৰিছিল ? (Firista worked in which kingdom and under whom ?) 
Answer:

১১। চুলতানী যুগত ভাৰত ভ্রমণলৈ অহা দুজন পটুগজি পৰ্যটকৰ নাম লিখা । (Name two Paturgal traveller who travelled India during sultanate period.) 
Answer:

১২। চুলতানী যুগত ভাৰত ভ্রমণলৈ অহা দুজন ইটালীৰ পৰ্যটকৰ নাম লিখা । (Name two Italian traveller who travelled India during sultante period.)  
Answer:


*চমুটোকা লিখা । 

১। চুলতানী যুগৰ সাহিত্যিক সমল (Literary sources of sultanate period.) 
Answer:

২। আলবেরুনী (Alberuni) 
Answer:

৩। চুলতানী যুগৰ স্থাপত্য-ভাস্কর্য (Art and Architecture of sultan ate period.) 
Answer:

৪। ৰেহলা (Rehla)
Answer:


* ৰচনাধৰ্মী প্ৰশ্নঃ

১। চুলতানী যুগৰ ভাৰতৰ ইতিহাস প্ৰধান উৎসসমূহৰ বৰ্ণনা কৰা । (Describe the sources of Sultanate period.)
Answer:

২। চুলতানী যুগৰ সাহিত্যিক উৎসসমূহৰ ওপৰত আলোকপাত কৰি সেইসমূহৰ আসোঁৱাহ বিশ্লেষণ কৰা । (Discuss the importace of literary sources of sultanate period. Also, write rheir short comings.)
Answer:

৩। চুলতানী যুগৰ বৈদেশিক উৎসসমূহৰ  সবিশেষ বৰ্ণনা কৰা । (Describe briefly the Foreign sources at sultanate period.)
Answer:

Type: Hirak Jyoti Bora.
Morigaon, Assam.



Post ID :DABP003824