সত্যৰ মতবাদ
প্ৰশ্নাৱলী
1. What is truth? Explain the nature and criterion of truth.
সত্য কাক বোলে? সত্যৰ স্বৰূপ আৰু মানদণ্ড বা পৰীক্ষা ব্যাখ্যা কৰা।
2. Explain the correspondence theory of truth. (Major 2012)
সত্যৰ সাদৃশ্যবাদ বা অনুৰূপতাবাদ মতবাদটো ব্যাখ্যা কৰা।
3. Evaluate the view that 'Truth is what works.' (Major 2000)
‘সত্য সেইটোৱে যি কার্যকৰী হয়’ অভিমতটো মূল্যায়ন কৰা।
4. Do you find any relationship between correspondence theory and realism (Major 2012)
সত্যৰ অনুৰূপতাবাদৰ লগত বাস্তৱবাদৰ কোনাে সম্বন্ধ আছে নে?
5. Is pragmatic theory free from defects? Discuss. (Major 2012)
সত্যৰ উপযােগিতাবাদ মতবাদটো দোষৰ পৰা মুক্ত নে? আলােচনা কৰা।
6. Explain the correspondence theory of truth. Is it satisfactory? (Major 2012, 2014)
সত্যৰ অনুৰূপতাবাদ বা সাদৃশ্যবাদ মতবাদটো ব্যাখ্যা কৰা। এইটো সন্তোষজনক নে?
7. Explain and examine coherence theory of truth. (Major 2012, Pass 2014)
সত্যতাৰ সংগতিবাদ তত্ত্বটো ব্যাখ্যা কৰি পৰীক্ষা কৰা।
8. Write about Coherence theory of truth in Hegelian Idealism. (Major 2013)
হেগেলীয় ভাববাদৰ সত্যৰ সংগতি মতবাদটোৰ বিষয়ে লিখা।
9. Explain and examine the pragmatic theory of truth. (Major 2013)
সত্যতাৰ উপযােগিতাবাদ তত্ত্বটো ব্যাখ্যা কৰি পৰীক্ষা কৰা।
10. "Truth is consistency between the judgment in question and other relevant judgment." Explain the theory of truth related with it. (Major 2013)
“আলােচ্য আৱধাৰণ আৰু আন প্ৰাসংগিক অৱধাৰণৰ মাজৰ সংগতিয়েই সত্য।” ইয়াৰ লগত জড়িত সত্যৰ মতবাদটো ব্যাখ্যা কৰা।
11. Write a note on pragmatic theory of truth. (Major 2014)
সত্যৰ উপযােগিতাবাদৰ ওপৰত এটি টোকা লিখা।
12. Discuss the coherence theory of truth. (Major 2014)
সত্যৰ সংগতিবাদ তত্ত্বটো আলােচনা কৰা।
13. What is truth? Explain in short the theories of truth. (Pass 2013)
সত্যতা কাক বােলে? সত্যত সম্পর্কীয় তত্ত্বসমূহ চমুকৈ আলােচনা কৰা।
14. Explain and examine the correspondence theory of truth. (Major. Pass 2013)
সত্যতা সম্পর্কীয় সাদৃশ্যবাদ তত্ত্বটো ব্যাখ্যা কৰি পৰীক্ষা কৰা।
15. Explain critically pragmatic theory truth. (Major Pass 2014)
সত্যতাৰ উপযােগিতাবাদ তত্ত্বটোৰ সমালােচনাত্মক ব্যাখ্যা আগবঢ়োৱা।
16. What are the theories of truth? Explain critically coherence theory of truth. (Major 2010)
সত্যৰ মতবাদবােৰ কি কি? সত্যৰ সংগতিবাদ তত্ত্বটো সমালােচনাসহকাৰে আলােচনা কৰা।
17. What are the theories of truth? Explain briefly different theories of truth.
সত্যৰ মতবাদবােৰ কি কি? সত্যৰ বিভিন্ন মতবাদসমূহ চমুকৈ ব্যাখ্যা কৰা।
18. Which theory of truth is satisfactory for you? Give reason in support of your answer.
সত্যৰ কোনটো মতবাদ সন্তোষজনক? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।
19. Explain and examine the workability theory of truth.
সত্যৰ কাৰ্যকৰী মতবাদটো ব্যাখ্যা কৰি পৰীক্ষা কৰা।
Short Questions:
চমু প্রশ্নঃ
1. Truth is the property of -------------- (proposition/ arguments)
সত্য হ'ল ________ ৰ গুণ। (বচন বা অৱধাৰণ/ যুক্তি)
2. How many theories of truth are there?
সত্যৰ মতবাদ কেইটা?
3. Which philosophers are the supporter of correspondence theory of truth? (Major 2012)
কোন দার্শনিকসকল সত্যৰ সাদৃশ্যবাদ বা অনুৰূপতাবাদ মতবাদৰ সমর্থক?
4. Give the realistic view on Correspondence theory of truth. (Major 2013)
বাস্তৱবাদীয়সকলৰ সত্যৰ সাদৃশ্যবাদ বা অনুৰূপতাবাদ মতবাদটো উল্লেখ কৰা।
5. Write the names of philosophers who are the supporters of correspondence theory of truth. (Major 2014)
সত্যৰ সাদৃশ্যবাদ বা অনুৰূপতাবাদ মতবাদটো সমর্থন কৰা দার্শনিকসকলৰ নাম লিখা।
6. Name the theory of truth supported by the Realists. (Pass 2013)
বাস্তববাদীসকলে সমর্থন কৰা সত্যতা সম্পর্কীয় তত্ত্বটোৰ নাম লিখা।
7. Name one supporter of the correspondence theory of truth. (Pass 2014)
সত্যতাৰ সাদৃশ্যবাদ তত্ত্বটো সমর্থন কৰা এজন দার্শনিকৰ নাম লিখা।
8. What is correspondence theory of truth? সত্যৰ সাদৃশ্যবাদ বা অনুৰূপতাবাদ কি?
9. What is truth, according to naïve realism?
সৰল বাস্তববাদ মতে, সত্য কি?
10. What is truth, according to scientiific realism?
বৈজ্ঞানিক বাস্তৱবাদ মতে, সত্য কি?
11. What is truth, according to neo-realism?
নৱা-বাস্তৱবাদ মতে, সত্য কি?
12. What is truth, according to critical realism?
সবিচাৰ বাস্তৱবাদ মতে, সত্য কি?
13. What is truth, according to Locke?
লকৰ মতে, সত্য কি?
14. What do you mean by 'Logical Theory of Correspondence'?
‘অনুৰূপতাৰ যুক্তিবাদ’ বুলিলে কি বুজা?
15. What, according to Russell, is the test or criterion of truth?
ৰাছেলৰ মতে, সত্যৰ মানদণ্ড কি?
16. State any two defects or criticism of correspondence theory of truth.
সত্যৰ অনুৰূপতাবাদ মতবাদটোৰ দুটা দোষ বা সমালােচনা উল্লেখ কৰা।
17. State the name of two philosophers who support correspondence theory of truth.
সত্যৰ অনুৰূপতাবাদ সমর্থন কৰা দুজন দার্শনিকৰ নাম লিখা।
18. Which Philosophers are the supporters of Coherence theory of truth?
সত্যৰ সংগতিবাদ মতবাদটোক কোন দার্শনিকসকলে সমর্থন কৰিছে?
19. Coherence theory of truth is generally accepted by Idealists. Write the names of the philosophers. (Major 2012)
সংগতিবাদ মতবাদটো সাধাৰণতে ভাববাদী দার্শনিকসকলে গ্ৰহণ কৰিছে। দার্শনিকসকলৰ নাম লিখা।
20. Give the idealistic view on Coherence theory of truth. (Major 2013)
ভাববাদী দার্শনিকসকলৰ সংগতিবাদ মতবাদটো লিখা।
21. What is the yardstick of truth according to the Coherence theory of truth?
সত্য সম্পর্কে সংগতিবাদ তত্ত্ব অনুসৰি সত্যতাৰ মাপকাঠি কি?
22. What is the meaning of coherence theory of truth? (Pass 2014)
সত্যতাৰ সঙ্গতিবাদ তত্ত্বটোৰ অর্থ কি?
23. Name one supporter of the Coherence theory of truth.
সংগতিবাদৰ এজন সমর্থকৰ নাম লিখা।
24. What is coherence theory of truth? সত্যৰ সংগতিবাদ কাক বােলে?
25. State the name of two philosophers who support Coherence theory of truth.
সংগতিবাদ মতবাদটো সমর্থন কৰা দুজন দার্শনিকৰ নাম লিখ।
26. Name the theory of truth supported by the Idealist.
ভাববাদীসকলে সমর্থন কৰা সত্যতা সম্পর্কীয় তত্ত্বটোৰ নাম লিখা।
27. Name the theory of truth who admits the degrees of truth?
সত্যৰ মাত্রাক স্বীকাৰ কৰা মতবাদটোৰ নাম লিখ।
28. State any two defects or criticism of coherence theory of truth.
সংগতিবাদৰ যিকোনাে দুটা দোষ বা সমালােচনা উল্লেখ কৰা।
29. Which Philosophers are the supporters of Pragmatic theory of truth? (Major 2013)
কোন দার্শনিকসকল উপযেগিতবাদৰ সমর্থন কৰিছে?
30. Which theory of truth states that truth is that which works? (Pass 2013)
প্রয়ােগ যােগত্যাই সত্যতা বুলি কোৱা সত্যতা সম্পর্কীয় তত্ত্বটোৰ নাম লিখা।
31. Name the theory of truth supported by the pragmatists.
উপযােতাবাদীসকলে সমর্থন কৰা সত্যতা সম্পর্কীয় তত্ত্বটোৰ নাম লিখা।
32. Give the pragmatic view of truth.
সত্যৰ উপযােগিতাবাদ মতবাদটো লিখা।
33. What is the yardstick of truth according to the Pragmatic theory of truth? (Pass 2014)
সত্য সম্পর্কে উপযােগিতাবাদ তত্ত্ব অনুসৰি সত্যতাৰ মাপকাঠি কি?
34. What is pragmatic theory of truth?
সত্যৰ উপযােগিতাবাদ কাক বােলে?
35. The pragmatic theory makes truth appear as subjective/ objective. (Major 2012)
সত্যৰ উপযােগিতাবাদে সত্যক আত্মগত / বস্তুগত হিচাপে সৃষ্টি কৰে।
36. Name one supporter of the pragmatic theory of truth.
সত্যৰ উপযােগিতাবদৰ এজন সমর্থকৰ নাম লিখা।
37. State any two defects or criticism of pragmatic theory of truth.
সত্যৰ উপযােগিতাবাদৰ দুটা দোষ বা সমালােচনা উল্লেখ কৰা।
38. State the name of two philosophers who support pragmatic theory of truth. (Pass 2013)
সত্যৰ উপযােগিতাবাদ তত্ত্বটো সমর্থন কুৰা দুজন দার্শনিকৰ নাম লিখা।
39. "Workability is the test of truth." Which theory of truth is associated with this statement?
“কার্যকাৰিতাই সত্যৰ মানদণ্ড।” সত্যৰ কোনটো মতবাদ এই উক্তিৰ লগত জড়িত?
40. What is the main principle of pragmatic theory of truth?
সত্যৰ উপযােগিতাবাদৰ মূল নীতিটো কি?
41. "Truth is that which works." Which theory of truth is associated with this statement?
“সত্য হ’ল সেইটোৱে যি আমাৰ ব্যৱহাৰিক জীৱনত সফলভাৱে কাম কৰে।” এই উক্তিৰ লগত জড়িত সত্যৰ মতবাদটো কি?
42. Who is the father of pragmatism?
উপযোগিতাবাদৰ জনক কোন?
43. Who is the author of 'Pragmatism'?
'Pragmatism' গ্ৰন্থখনৰ লেখক কোন?
44. Who is the founder of Instrumentalism?
উপকৰণবাদৰ প্ৰৱৰ্তক কোন?
45. According to pragmatists, truth is -------------- (permanent/ impermanent)
উপযোগিতাবাদ অনুসৰি স্থায়ী/ অস্থায়ী।
Type Himanku Bora