চেক (Cheque) 

অধ্যায়-৬

A) অতি চমু উত্তৰ ( প্ৰতিটো উত্তৰৰ বাবে ১ নম্বৰ )

১। গ্ৰাহকৰ নিৰ্দেশ অনুযায়ী বেংকে গ্ৰাহকৰ হিচাপৰ যোগেদি চেক, বিল আদিৰ ধন আদায় দিলে তেনে বেংকক________ বেংক বোলা হয় । ( পৰিশোধকাৰী )

২। চেকৰ মুখ্য ব্যক্তিৰ অধিকাৰ ত্ৰুটীপূৰ্ণ হ'লে প্ৰতিনিধি হিচাপে সংগ্ৰহকাৰী বেংকৰ অধিকাৰো _________ হয় । ( ত্ৰুটীপূৰ্ণ ) 

৩। সংগ্ৰহকাৰী বেংকে মূল্যৰ বাবদ ধাৰক হিচাপে সংগ্ৰহৰ বাবে পোৱা চেক প্ৰত্যাখ্যিত হ'লে সংশ্লিষ্ট সকলো পক্ষলৈ এই মৰ্মে _________ দিব লাগে । ( জননী ) 

৪। গ্ৰাহকৰ চেক পৰিশোধ কৰাটো বেংকৰ__________ কৰ্তব্য ।( বিধিবদ্ধ ) 

৫।চেকত থকা তাৰিখৰ ওপৰত ভিত্তি কৰি ইয়াক ___________ চেক অথবা তাৰিখোওৰ চেক হিচাপে অভিহিত কৰা হয়। (বহী)

৬। চেকৰ ধন পৰিশোধৰ বাবে কোনো ভৱিষ্যতৰ তাৰিখ উল্লেখ কৰিলে তেনে চেকক ______________ চেক বোলা হয় । ( তাৰিখোওৰ ) 

৭। চেকৰ যি পৰিবৰ্তনৰ দ্বাৰা চেকৰ প্ৰয়োগিক  দিশ আৰু ইয়াৰ লগত জড়িত পক্ষসমূহৰ দায় পৰিবৰ্তন হয় তাকে চেকৰ ___________ বুলি কোৱা হয় । ( মৌলিক অদল-বদল )

৮। একোখন চেকৰ ম্যাদ ___________ পৰ্যন্তহে থাকে। (তিনিমাহ)


B) চমু উত্তৰ দিয়া ( প্ৰতিটো উত্তৰৰ বাবে ৩ ৰ পৰা ৫ নম্বৰ )

১। এজেণ্ট হিচাপে সংগ্ৰহকাৰী বেংক ।

২। সংগ্ৰহকাৰী বেংকৰ বিধিবদ্ধ ৰক্ষণাবেক্ষণ ।

৩। গ্ৰাহকৰ প্ৰতি আদায়কাৰী বেংকৰ কৰ্তব্য । 

৪। চেক প্ৰত্যাখ্য়ানৰ জাননী ।

৫। বাহী চেক ।

৬। তাৰিখোওৰ চেক । 

৭। গ্ৰাহকৰ হিচাপত চেক আদায়যোগ্য পুঁজি ।

৮। চেকৰ মূল বিষয়বস্তুৰ অদল-বদল ।

৯। চহীৰ জালিয়াতী ।

১০। পৰিশোধকাৰী বেংক ।


C) বহলাই লিখা ( প্ৰতিটো উত্তৰৰ বাবে ৮ নম্বৰৰ পৰা ১০ নম্বৰ) 

১। সংগ্ৰহকাৰী বেংক কাক বোলে ? কি কি পৰিস্থিতিত সংগ্ৰহকাৰী বেংকে চেকৰ সংগ্ৰহকাৰী বেংকে চেকৰ সংগ্ৰহ কৰিব লাগে ? ব্যাখ্যা কৰা ।

উত্তৰঃ 

২। মূল্যৰ বাবদ ধাৰক বুলিলে কি বুজা ? কেনে কেনে পৰিস্থিতিত সংগ্ৰহকাৰী বেংকে মূল্যৰ বাবদ ধাৰক হিচাপে চেকৰ ধন আদায় কৰে ? চমুকৈ বৰ্ণনা কৰা ।

উত্তৰঃ 

৩। সংগ্ৰহকাৰী বেংকে কেনে চৰ্তাৱলী পূৰণ কৰিলে আইনগত  ৰক্ষণাবেক্ষণ পাব পাৰে উল্লেখ কৰা ।

উত্তৰঃ

৪। আদায়কাৰী বেংকে পালন কৰিবলগীয়া সতৰ্কতাৰ আৰু কৰ্তব্যৰ বিষয়ে কি জানা লিখা ।

উত্তৰঃ

৫।চেকৰ ধন পৰিশোধৰ ক্ষেত্ৰত পৰিশোধকাৰী বেংকে পালন কৰিবলগীয়া সতৰ্কতাৰ বিষয়ে চমুকৈ উল্লেখ কৰা ।

উত্তৰঃ 

৬। পৰিশোধকাৰী বেংকে চেক পৰিশোধৰ ক্ষেত্ৰত পোৱা আইনগত সুৰক্ষাৰ বিষয়ে কি জানা চমুকৈ বৰ্ণনা কৰা । 

উত্তৰঃ 

৭। পৰিশোধকাৰী বেংকে চেক প্ৰত্যাখ্যান কৰিবলগীয়া বিভিন্ন পৰিস্থিতিৰ বিষয়ে কি জানা চমুকৈ আলোচনা কৰা ।

উত্তৰঃ

৮। সংগ্ৰহকাৰী বেংকে চেক সংগ্ৰহকৰোতে অৱলম্বন কৰা সতৰ্কতাৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ 

৯। পৰিশোধৰ বাবে উপস্থাপন কৰা চেক এখনৰ ক্ষেত্ৰত তাৰিখৰ গুৰুত্ব ব্যাখ্যা কৰা ।

উত্তৰঃ


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Type : Krishna Bora    




Post ID : DABP004215