চিত্ৰ আৰু লেখৰ দ্বাৰা তথ্য়ৰ উপস্থাপন | Chapter 8 | Presentation of Data by Diagrams and Graphs | Class 11 Commerce (Commercial Mathematics and Statistics), Question and Answer | Class 11 Commerce (Commercial Mathematics and Statistics), Solution | HS 1st Year Commerce (Commercial Mathematics and Statistics), Suggestion Assamese Medium | উচ্চতম মাধ্য়মিক প্ৰথম বাৰ্ষিকৰ বাবে প্ৰশ্ন আৰু উত্তৰ | বাণিজ্য়িক গণিত আৰু পৰিসংখ্য়া বিজ্ঞান |
চিত্ৰ আৰু লেখৰ দ্বাৰা তথ্য়ৰ উপস্থাপন
Presentation of Data by Diagrams and Graphs
Chapter 8
প্ৰশ্নাৱলী [Exercises]
1. সংখ্য়াতথ্য় উপস্থাপনত চিত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে চমুৱাই ব্য়াখ্যা কৰা।
(Explain briefly the use of diagrams in representing statistical data.)
2. বাৰংবাৰতা বিভাজনৰ উপস্থাপনৰ বাবে সাধাৰণতে ব্য়ৱহাৰ কৰা চিত্ৰসমূহ কি কি ?
(What are the different types of diagrams commonly used for representing a frequency distribution?)
3. চমু টোকা লিখা ঃ (ক) হিষ্টোগ্ৰাম বা স্তম্ভচিত্ৰ, (খ) বাৰংবাৰতা বহুভুজ, (গ) তোৰণ।
( Write short notes on : (a) Histogram, (b) Frequency polygon, (c) Ogive.)
4. পৰিসংখ্যা বিজ্ঞানত লেখৰ গুৰুত্ব কি ? ইয়াৰ অংকনৰ ক্ষেত্ৰত মন কৰিবলগীয়া বিষয়বিলাক উল্লেখ কৰা।
(What is the importance of graphs in Statistics? Indicate the points that should be taken into account in the construction of graphs.)
5. চমুটোকা লিখা ঃ (ক) দণ্ড চিত্ৰ, (খ) কৌণিক বা পাই চিত্ৰ।
(Write short notes on : (a) Bar diagram, (b) Angular or Pic diagram.)
6. তলত দিয়া তথ্য়খিনি কোনো এখন কলেজৰ কিছুমান ছাত্ৰৰ উচ্চতাৰ জোখ। সেই তথ্য়খিনিৰ পৰা এটা বাৰংবাৰতা বহুভুজ আঁকা।
(The following data give heights of some students in a college. Draw a frequency polygon from these data) :
উচ্চতা ( ছে.মি.) ঃ 140-145 145-150 150-155 155-160 160-165
Height (in cm.)
ছাত্ৰৰ সংখ্য়া ঃ 12 51 90 128 204
No. of students
উচ্চতা (ছে.মি.) [Height (in cm.)] ঃ 165-170 170-175 175-180
ছাত্ৰৰ সংখ্য়া (No. of students) ঃ 75 98 43
7. তলত কিছুমান কৰ্মচাৰীৰ মাহিলি দৰমহাৰ এখন তালিকা আছে । তাৰপৰা এটা হিষ্টোগ্ৰাম আঁকা।
(A table of monthly salary of some workers is given below. Draw a histogram from this table :)
দৰমহা (টকা ) ঃ 50-55 55-60 60-65 65-70 70-75
[Salary (Rs.)]
কৰ্মচাৰীৰ সংখ্যা ঃ 8 15 21 35 62
[No. of employees]
দৰমহা (টকা ) ঃ 75-80 80-85 85-90
[Salary (Rs.)]
কৰ্মচাৰীৰ সংখ্য়া ঃ 31 19 5
[No. of employees]
8. তলৰ কিছুমান মানুহৰ ওজনৰ বাৰংবাৰতা বিভাজন দিয়া হৈছে। এই বিভাজনটোৰ হিষ্টোগ্ৰাম আৰু বাৰংবাৰতা বহুভুজ অংকণ কৰা।
(The following is the distribution of weights of some persons. Draw histogram and frequency polygon of this distribution) :
ওজন (Weight) ঃ 55-64 64-74 75-84 85-94 95-104
বাৰংবাৰতা ঃ 3 21 78 182 305
(Frequency)
ওজন (Weight) ঃ 105-114 115-124 125-134 135-144
বাৰংবাৰতা ঃ 209 81 21 5
(Frequency)
(ইংগিত ঃ প্ৰদত্ত বিভাজনৰ শ্ৰেণীবিভাগবোৰ অন্তৰ্ভুক্তি পদ্ধতিৰ (inclusive method ) দ্বাৰা গঠিত শ্ৰেণীবিভাগ বাবে বিভাগসমূহৰ প্ৰকৃত সীমা ক্ৰমে 54.5-64.5, 64.5-74.5, 74.5-84.5, ইত্য়াদি।)
9. তলত বিভাজনৰ বাবে ক্ষুদ্ৰতম ( less-than) আৰু বৃহত্তৰ ( more-than ) ক্ৰমযৌগিক বাৰংবাৰতা বক্ৰ বা তোৰণ আঁকা।
[Draw cumulative frequency curves or ogives (both Less-than and More-than ) for the following frequency distribution. ]
সাপ্তাহিক মজুৰি ( টকা ) ঃ 30-32 33-35 36-38 39-41 42-44 45-47 48-50
[Weekly salary (Rs).]
কৰ্মীৰ সংখ্যা ঃ 4 7 16 31 60 11 1
(No. of workers)
10. তলত এখন মহাবিদ্যালয়ৰ ছাত্ৰৰ পৰিসংখ্যা দিয়া হৈছে। দণ্ড চিত্ৰ অংকণ কৰা।
উচ্চতৰ মাধ্য়মিক (প্ৰথম বাৰ্ষিক ) ঃ 1250 বি, কম্ (তৃতীয় বাৰ্ষিক) ঃ 400
(Higher Secondary 1st year)
উচ্চতৰ মাধ্য়মিক (দ্বিতীয় বাৰ্ষিক ) ঃ 1100
(Higher Secondary 2nd year)
বি, কম্ ( প্ৰথম বাৰ্ষিক ) ঃ 1000
(B. Com 1st year)
বি, কম্ ( দ্বিতীয় বাৰ্ষিক ) ঃ 600
(B, Com 2nd year)
11. তলৰ তথ্য়সমূহ বহু দণ্ড দ্বাৰা উপস্থাপন কৰা ঃ
( Represent the following data by a mulitple bar-diagram) :
বছৰ (Year) ঃ 1975 1976 1977 1978 1979
কাৰখানা A-ৰ উৎপাদন ( টনত) ঃ 300 326 180 275 320
[Production of factory A (in tons)]
কাৰখানা B-ৰ উৎপাদন ( টনত ) ঃ 260 310 250 250 270
[Production of factory B (in tons)]
12. কোনো এটা ব্য়ৱসায় প্ৰতিষ্ঠানৰ 1969 -1973 লৈ লাভ আৰু ক্ষতি তলত দিয়া হৈছে-
বছৰ (year) ঃ 1969 1970 1971 1972 1973
লাভ ( টকা ) [Profit Rs.] ঃ 3600 2200 3800
ক্ষতি ( টকা ) [Loss Rs.] ঃ 1000 1500
ওপৰৰ তথ্য়খিনি দণ্ড চিত্ৰৰ দ্বাৰা উপস্থাপন কৰা।
(Represent the above data by a bar chart.)
13. তলৰ তালিকাত দুটা বছৰৰ মুঠ খৰচ ( টকাত ) আৰু প্ৰতি বছৰৰ মুঠ খৰচৰ বিভিন্ন ভাগসমূহ দেখুওৱা হৈছে।
(The following table shows the total cost (in rupees) and its component parts in two consecutive years.)
তথ্য়খিনি উপযুক্ত চিত্ৰৰ দ্বাৰা উপস্থাপন কৰা।
(Represent the data by a suitable diagram.)
( ইংগিত ঃ খণ্ড দণ্ড চিত্ৰৰ দ্বাৰা উপস্থাপন কৰিব লাগিব। )
14. তলত কোনো এখন ৰাজ্য়ৰ দ্বিতীয় পঞ্চ-বাৰ্ষিক পৰিকল্পনাৰ খৰচৰ হিচাপ দেখুওৱা হৈছে। খৰচ ( কোটি টকাৰ হিচাপত ) ( Expenditures (Rs. in crores)
(For Paid User 300 for 1 Year)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Type : Himashree Bora.