গোট ৪ (ঘ)

যোগাযোগৰকণ Communication 

অনুশীলনী

১ নং থকা প্ৰশ্নাৱলী

(ক) যোগাযোগ তলত দিয়া কিমানজন সৰ্বনিম্ন ব্যক্তি মাজত তথ্যৰ বিনিময়一 

১। তিনি             ২। এক বহুতো 

৩। দুই               ৩। বহুতো

উত্তৰঃ ৩। বহুতো।

(খ) 一 নোহোৱাকৈ যোগাযোগ সম্পূৰ্ণ হ'ব নোৱাৰে। (সঁহাৰি/প্ৰতিক্ৰিয়া)

উত্তৰঃ


(গ) তলৰ কোনটো অনানুষ্ঠানিক যোগাযোগৰ এটা ৰূপ一

১। প্ৰপভাইন                     ২। অনানুষ্ঠানিক সভা

৩। উৰাবাতৰি                   ৪। এটাও নহয়।

উত্তৰঃ ১। প্ৰপভাইন।

(ঘ) তলৰ কোনটো যোগাযোগৰ গুৰুত্বপূৰ্ণ প্ৰতিবন্ধকতা 一

১। মনঃস্তত্ব            ২। ব্যক্তিগত

৩। সাংগঠনিক       ৪। আটাইবোৰ।

উত্তৰঃ ৪। আটাইবোৰ।

(ঙ) তলৰ কোনটো যোগাযোগৰ এটা বৈশিষ্ট্য一

১। দ্বিদিশীয় পদ্ধতি         ২। ধাৰাবাহিক প্ৰক্ৰিয়া

৩। পৰিভ্ৰমী পদ্ধতি        ৪। ওপৰৰ আটাইবোৰ।

উত্তৰঃ ৪। ওপৰৰ আটাইবোৰ।

(চ) যোগাযোগৰ প্ৰেৰিত বিষয়বস্তু সংজ্ঞাবদ্ধকৰণেই হৈছে一।

উত্তৰঃ বাৰ্তা।

(ছ) 一 যোগাযোগৰ সঠিক তথ্য প্ৰদান নকৰাৰ সম্ভাৱনা অধিক কৰে। 

উত্তৰঃ শংকা।

(জ) সমান্তৰাল যোগাযোগ একে স্তৰ বা পদমৰ্যাদা বা অৱস্থানৰ ব্যক্তিৰ মাজত সংঘটিত হ'ব নোৱাৰে। (শুদ্ধ নে অশুদ্ধ)

উত্তৰঃ অশুদ্ধ

(ঝ) মুখায়বৰ চালচলন ইংগিতধৰ্মী যোগাযোগৰ উদাহৰণ। (শুদ্ধ নে অশুদ্ধ) 

উত্তৰঃ শুদ্ধ।

(ঞ) চক্ৰ নেটৱাৰ্ক বৈৰাচাৰী নেটৱাৰ্কৰ শ্ৰেণীভুক্ত বুলিও অভিহিত কৰিব পৰা যায়। (শুদ্ধ নে অশুদ্ধ)।

উত্তৰঃ অশুদ্ধ।

 ২ নং থকা প্ৰশ্নাৱলী 

(ক) যোগাযোগৰ  ধাৰণা লিখা।

উত্তৰঃ


(খ) যোগাযোগকৰণ দুটা উদ্দেশ্য উল্লেখ কৰা?

উত্তৰঃ


(গ) যোগাযোগক কিয় দ্বি-দিশীয় প্ৰক্ৰিয়া বুলি কোৱা হয়?

উত্তৰঃ


(ঘ) যোগাযোগৰ দুটা উপাদান লিখা। 

উত্তৰঃ 


(ঙ) আনুষ্ঠানিক আৰু অনানুষ্ঠানিক যোগাযোগ কি?

উত্তৰঃ


(চ) যোগাযোগৰ সমষ্টি শৃংখল কি?

উত্তৰঃ


(ছ) কোণীয় যোগাযোগ কি?

উত্তৰঃ


(জ) (জ) সমান্তৰাল যোগাযোগৰ দুটা সীমাবদ্ধতা লিখা।

উত্তৰঃ


(ঝ) মৌলিক যোগাযোগৰ দুটা সুবিধা লিখা।

উত্তৰঃ


(ঞ) যোগাযোগৰ নেটৱাৰ্ক কি?

উত্তৰঃ


৫ নং থকা প্ৰশ্নাৱলী

(ক) যোগাযোগৰ উদ্দেশ্যসমূহ উল্লেখ কৰা।

উত্তৰঃ


(খ) যোগাযোগৰ প্ৰধান উপাদানসমূহ চমুকৈ লিখা।

উত্তৰঃ


(গ) অনানুষ্ঠানিক যোগাযোগৰ সুবিধাবিলাক লিখা। 

উত্তৰঃ 


(ঘ) অনাষ্ঠানিক যোগাযোগৰ সীমাবদ্ধতাসমূহ লিখা।

উত্তৰঃ


(ঙ) নিম্নমুখী যোগাযোগ কি? ইয়াৰ ৪টা সুবিধা লিখা।

উত্তৰঃ 


(চ) লিখিত যোগাযোগ কি? সুবিধা-অসুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ


 (ছ) মৌলিক যোগাযোগৰ কি? ইয়াৰ পৰা লাভ কৰা সুবিধাবোৰ লিখা।

উত্তৰঃ 


(জ) যোগাযোগৰ নেটৱাৰ্কৰ প্ৰকাৰসমূহ বহলাই লিখা।

উত্তৰঃ 


(ঞ) ইংগিতধৰ্মী যোগাযোগৰ ওপৰত এটি টোকা যুগুত কৰা।

উত্তৰঃ


১০ নং থকা প্ৰশ্নাৱলী

(ক) যোগযোগকৰণ কি? যোগযোগৰ প্ৰকৃতি আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ


(খ) গাঁথনিৰ ভিত্তিত যোগাযোগৰ বিভক্ত কৰি প্ৰতিটো ভাগৰেই আপেক্ষিক সুবিধা-অসুবিধা লিখা।

উত্তৰঃ


(গ) আনুষ্ঠানিক আৰু অনানুষ্ঠানিক যোগাযোগৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা।

উত্তৰঃ 


(ঘ) দিশ বা নিৰ্দেশনাৰ ভিত্তিত যোগাযোগৰ শ্ৰেণীবিভাজন কৰি আপেক্ষিক সুবিধা-অসুবিধাসমূহ লিখা।

উত্তৰঃ


(ঙ) প্ৰকাশভংগীৰ ভিত্তিত যোগাযোগক বিভক্ত কৰি প্ৰতিটো ভাগৰেই সুবিধাসমূহ লিখা।

উত্তৰঃ


(চ) যোগযোগৰ মাধ্যম বিলাকৰ ভিতৰত কোনটো মাধ্যম আটাইতকৈ জনপ্ৰিয় বুলি ভাবা? যুক্তি সহকাৰে তোমাৰ উত্তৰ প্ৰতিপন্ন কৰা।

উত্তৰঃ


(ছ) যোগাযোগৰ নেটৱাৰ্ক বুলিলে কি বুজা? নেটৱাৰ্কৰ বিভিন্ন প্ৰকাৰসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


(জ) চমুটোকা লিখা 一 ১। সমষ্টি শৃংখল ২। যোগাযোগৰ উপাদান ৩। যোগাযোগৰ শ্ৰেণীবিভাজন ৪। কোণীয় যোগাযোগ ৫। যোগাযোগৰ অন্তৰায়।

উত্তৰঃ


(ঝ) ব্যয়সায় প্ৰতিষ্ঠানৰ বাবে যোগাযোগৰ প্ৰাসংগিকতা চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


(ঞ) যোগাযোগৰ প্ৰতিবন্ধকতাসমূহ উল্লেখ কৰি ইয়াক কৰি ইয়াৰ দূৰীকৰণৰ পৰামৰ্শ কিছুমান আগবঢ়োৱা।

উত্তৰঃ 



Type : Priyam Jyoti Patar