গোট ৫ (ক)

নিয়ন্ত্ৰণকৰণ Controlling 

অনুশীলনী

১ নং থকা প্ৰশ্নাৱলী

ক) পৰিচালনা শেষৰ কাৰ্যটো হৈছে 一। 

উত্তৰঃ সঁচা।

খ) নিয়ন্ত্ৰণ কাৰ্য আগলৈ আৰু পিছলৈ পৰ্যবেক্ষণ কৰা প্ৰকৃতিৰ। (সঁচা নে মিছা)

উত্তৰঃ সঁচা।

গ) তলৰ কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা বাজেটীয় নিয়ন্ত্ৰণ কাৰ্য সম্পাদন কৰা হয়一

১। ষ্টেনদাৰ্দ কষ্টিং        ২। বাজেট

৩। হিচাপ পৰীক্ষণ      ৪। ওপৰৰ আটাইবোৰ।

উত্তৰঃ ২। বাজেট।

ঘ) নিয়ন্ত্ৰণ কাৰ্য পৰিলনাৰ সকলো স্তৰেই সম্পাদন কৰা নহয়। (সত্য নে অসত্য)

উত্তৰঃ অসত্য।

ঙ) তলৰ কোনটো নিয়ন্ত্ৰণ এটা আহিলা নহয়?

১। বিক্ৰীৰ আগজাননী            ২। বাজেটীয় নিয়ন্ত্ৰণ

৩। অনুপাত বিশ্লেণ                ৪। লাভালাভ বিশ্লেণ

উত্তৰঃ ১। বিক্ৰীৰ আগজাননী।

চ) তলৰ কোনটো পৰম্পৰাগত নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়া নহয়ঃ

১। ব্যক্তিগত পৰিদৰ্শন আৰু পৰ্যবেক্ষণ  ২। পৰিসাংখ্যিকীয়                                                                                       প্ৰতিবেদন 

৩। পৰিচালনাৰ হিচাপে পৰীক্ষণ            ৩। সংকটপূৰ্ণ পদ্ধতি/                                                                                কাৰ্যধাৰা

ক) (১) আৰু (২)                                     (খ) (২) আৰু (৩)

গ) (৩) আৰু (৪)                                     (ঘ) (১) আৰু (৪)

উত্তৰঃ  গ) (৩) আৰু (৪) ।

ছ) পৰিকল্পনা আৰু নিয়ন্ত্ৰণ一দুয়োটা অতীত জোখমাখৰ লগত জড়িত। (সঁচা নে মিছা)

উত্তৰঃ সঁচা।

জ) এচিড টেষ্ট ৰেচিঅ' বা তাৰল্যতাৰ অনুপাতৰ সূত্ৰটো উল্লেখ কৰা।

উত্তৰঃ 


ঝ) লাভালাভ সমতা বিন্দুৰ সূত্ৰটো লিখা।

উত্তৰঃ


ঞ) বিনিয়োগৰ ওপৰত প্ৰত্যাৰ্পণ বৃদ্ধিৰ এটা উপায় দাঙি ধৰা।

উত্তৰঃ


ট) পাৰ্ট পদ্ধতিৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰত্যাশিত সময় গণনাৰ সূত্ৰটো লিখা।

উত্তৰঃ


ঠ) পৰিচালনা তথ্য পদ্ধতিৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ


ড) সামাজিক হিচাপ পৰীক্ষণ পদ্ধতিটো প্ৰথমে কোনে সূত্ৰপাত কৰে। (Howard R. Bowen)

উত্তৰঃ


ঢ) সাংগঠনিক হাতপুথিৰ এটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ


ণ) বিশেষ প্ৰতিবেদন প্ৰস্তুতকৰণ পদ্ধতিটো পৌনঃপৌনিক। (সত্য নে অসত্য) 

উত্তৰঃ অসত্য।

২ নং থকা প্ৰশ্নাৱলী

ক) নিয়ন্ত্ৰণৰ ধাৰণা দিয়।

উত্তৰঃ 


খ) নিয়ন্ত্ৰণৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ


গ) নিয়ন্ত্ৰণ কাৰ্যক কিয় কাৰ্যধৰ্মী বুলি কোৱা হয়?

উত্তৰঃ


ঘ) নিয়ন্ত্ৰণৰ দুটা পৰম্পৰাগত পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ


ঙ) নিয়ন্ত্ৰণত ব্যৱহৃত দুটা মানদণ্ড উল্লেখ কৰা।

উত্তৰঃ


চ) নিয়ন্ত্ৰণৰ মানদণ্ড কাৰ্যক্ষণ কৰা দুটা চৰ্ত লিখা।

উত্তৰঃ


ছ) চলিত দেনা আৰু দীৰ্যম্যাদী দেনা বুলিলে কি বুজালে কি বুজা উদাহৰণেৰে সৈতে লিখা।

উত্তৰঃ


জ) লাভালাভ সমতা বিশ্লেষণ বুলি কি বুজা?

উত্তৰঃ 


ঝ) কাৰ্যক্ৰম মূল্যায়ন আৰু পুনঃপৰীক্ষণ কৌশল বুলিলে কি বুজা লিখা।

উত্তৰঃ


ঞ) সংকটপূৰ্ণ কাৰ্যধাৰা পদ্ধতি কি?

উত্তৰঃ


ট) সামাজিক হিপাপ পৰীক্ষাৰ দুটা সুবিধা উল্লেখ কৰা।

উত্তৰঃ


৫ নং থকা প্ৰশ্নাৱলী

১। নিয়ন্ত্ৰণকৰণৰ ৫টা বৈশিষ্ট্য লিখা।

উত্তৰঃ


২। নিয়ন্ত্ৰণকৰণৰ ৫টা উদ্দেশ্য লিখা।

উত্তৰঃ


৩। নিয়ন্ত্ৰণকৰণৰ পদক্ষেপ/প্ৰক্ৰিয়াসমূহ চমুকৈ লিখা।

উত্তৰঃ


৪। নিয়ন্ত্ৰণকৰণৰ ৫টা নীতি উল্লেখ কৰা।

উত্তৰঃ


৫। নিয়ন্ত্ৰণকৰণ ৫টা সীমাবদ্ধতা উল্লেখ কৰা।

উত্তৰঃ


৬। নিয়ন্ত্ৰণকৰণ আৰু পৰিকল্পনা 一 ইটোৰ লগত সিটো সম্পৰ্কযুক্ত। কথাফাকিৰ তাৎপৰ্য লিখা।

উত্তৰঃ


৭। বাজেটীয় নিয়ন্ত্ৰণৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ


৮। লিখিত প্ৰতিবেদনৰ সীবাবদ্ধতাসমূহ লিখা।

উত্তৰঃ


৯। অনুপাত বিশ্লেষণৰ অসুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ


১০। আৰ্থিক মূল্য সংযোজনৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ


১১। পৰিচালনা তথ্য পদ্ধতিৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ


১২। সামাজিক হিচাপ পৰীক্ষাৰ সুবিধাসমূহ কি কি?

উত্তৰঃ


১৩। পৰিচালনীয় হিচাপে পৰীক্ষাই সামৰি লোৱা দিশসমূহ কি কি?

উত্তৰঃ


১০ নং থকা প্ৰশ্নাৱলী

১। নিয়ন্ত্ৰণকৰণৰ ধাৰণা আৰু সংজ্ঞা লিখা। নিয়ন্ত্ৰণকৰণৰ প্ৰধান বৈশিষ্ট্যসমূহ চমুকৈ উল্লেখ কৰা।

উত্তৰঃ


২। নিয়ন্ত্ৰণকৰণ বৰ্তমান সময়ত কিবা গুৰুত্ব থকা বুলি তুমি ভাবানে? যদি ভাভা, ইয়াৰ গুৰুত্বৰ ওপৰত যুক্তি প্ৰদৰ্শন কৰা।

উত্তৰঃ


৩। নিয়ন্ত্ৰণকৰণ কি? নিয়ন্ত্ৰণকৰণৰ পদক্ষেপ/প্ৰক্ৰিয়া কেইটা কৰা।

উত্তৰঃ


৪। নিয়ন্ত্ৰণকৰণ নীতি সম্পৰ্কে বিশ্লেষণ কৰা।

উত্তৰঃ


৫। নিয়ন্ত্ৰণকৰণ কি? ইয়াৰ সীমাবদ্ধতা সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


৬। নিয়ন্ত্ৰণকৰণ বিভিন্ন কৌশলসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ


৭। বাজেটীয় নিয়ন্ত্ৰণ কৰা বাজেটীয় নিয়ন্ত্ৰণৰ সুবিধা আৰু অসুবিধাসমূহ লিখা।

উত্তৰঃ


৮। অনুপাত বিশ্লেষণ কি? অনুপাতৰ ব্যৱহাৰ কোন ক্ষেত্ৰত হোৱা দেখা যায়? অনুপাত বিশ্লেষণৰ সীমাবদ্ধতাসমূহ লিখা। (২+২+৬)

উত্তৰঃ


৯। চিত্ৰৰ সহায়ত লাভালাভ সমতা বিশ্লেষণ বিন্দুটো উপস্থাপন কৰা।

উত্তৰঃ


১০। লাভালাভ সমতা বিশ্লেষণ কি? ইয়াৰ সুবিধা আৰু অসুবিধাবোৰ উল্লেখ কৰা।

উত্তৰঃ


১১। বিনিয়োগৰ ওপৰত প্ৰত্যৰ্পণ কি? কোনবোৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰা হয়? ইয়াৰ বৃদ্ধিৰ উপায়বোৰ লিখা।

উত্তৰঃ


১২। কাৰ্যক্ৰম মূল্যায়ন আৰু পুনঃপৰীক্ষণ কৌশল কি? চিত্ৰৰ সহায়ত উপস্থাপন কৰা।

উত্তৰঃ


১৩। সংকটপূৰ্ণ কাৰ্যধাৰা পদ্ধতি কি? সুবিধা-অসুবিধাসমূহ উল্লেখ কৰা।

উত্তকঃ


১৪। পৰিচালনা তথ্য পদ্ধতি কি? ইয়াৰ বৈশিষ্ট্যৰ লগত পৰিচালকে বিভিন্ন স্তৰত ইয়াৰ ব্যৱহ্যৰ সম্পৰ্কে কি জানা লিখা।

উত্তৰঃ




Type : Priyam Jyoti Patar