দশমিক ভগ্নাংশ 


    যিকোনো এটা অপ্ৰকৃত ভগ্নাংশৰ মান উলিয়াবলৈ গ'লে আমি দশমিক ভগ্নাংশ পাওঁ। ধৰি লোৱা হ'ল, ৰীমাই বজাৰলৈ যাওঁতে হাতত 49 টকা নিছিল। তাৰে আধা ভায়েক ৰাতুলক দিব লাগে। এতিয়া তাই 49 ক দুভাগ কৰিবলৈ 2 ৰে হৰণ কৰিলে। হৰণটো এনেধৰণৰ 一

 

   

= 24.5

    এনেধৰণৰ ভগ্নাংশক দশমিক ভগ্নাংশ বুলি কোৱা হয়।

উদাহৰণঃ দশমিকত প্ৰকাশ কৰা 一

(i) ন দশমাংশ

(ii) পাঁচ দহক আৰু সাত দশমাংশ

(iii) আঠ দহক, তিনি একক আৰু চাৰি দশমাংশ

(iv) পাঁচ শতাংশ

(v) চাৰি সহস্ৰাংশ

উত্তৰঃ 

(i) ন দশমাংশ




(ii) পাঁচ দহক আৰু সাত দশমাংশ



(iii) আঠ দহক, তিনি একক আৰু চাৰি দশমাংশ




(iv) পাঁচ শতাংশ




(v) চাৰি সহস্ৰাংশ




* আখৰেৰে লিখা 一

(i) 0.2 ⟶ শূণ্য় দশমিক দুই

(ii) 1.05 ⟶ এক দশমিক শূণ্য় পাঁচ

(iii) 0.003 ⟶ শূণ্য় দশমিক শূণ্য় শূণ্য় তিনি

(iv) 131.25 ⟶ এশ একত্ৰিছ দশমিক দুই পাঁচ

(v) 2175.439 ⟶ দুইহেজাৰ এশ পঁয়সত্তুৰ দশমিক চাৰি তিনি ন


* তলৰ সংখ্য়াবোৰ স্থানীয় মানৰ তালিকাত ভৰোৱা 一

(i) 0.71 (ii) 12.03 (iii) 135.049 (iv) 0.0101 (v) 4005.1025 (vi) 52175.25 (vii) 4982657.68 (viii) 14597382.2 (ix) 12574.159 (x) 4592.1475

উত্তৰঃ  









* তলৰ সংখ্য়াবোৰ বিস্তৃত ৰূপত লিখা 一

(i) 0.05 



(ii) 4.612 




(iii) 31.79 




(iv) 144.695




(v) 1458.25 




(vi) 582.46




(vii) 2560.06

- Hiru Moni Bora



Post ID : DABP004217