গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণ আৰু স্থানীয় চৰকাৰ

প্ৰশ্নাৱলী

১। নগৰাঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন মানে কি? ভাৰতত নগৰপালিকাৰ সংক্ষিপ্ত ইতিহাসৰ বিষয়ে এক পৰ্যালোচনা কৰা।

২। ৭৪ তম সংবিধান সংশোধনীৰ বিষয়ে এখন ৰচনা লিখা।

৩। কি পৰিস্থিতিত ৭৪ তম সংবিধান সংশোধনী গ্ৰহণ কৰা হৈছিল? ইয়াৰ উদ্দেশ্য কি কি? এই সংশোধনীৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

৪। ১২নং অনুসূচীৰ বিষয়ে আলোচনা কৰা।

৫। চমুটোকা লিখাঃ

(ক) জিলা পৰিকল্পনা সমিতি।

(খ) প্ৰধান মহানগৰী পৰিকল্পনা সমিতি।

(গ) নগৰপালিকাৰ ক্ষমতা আৰু কাৰ্য।

(ঘ) পৌৰনিগম

Type Himanku Bora