গোট ৫ (খ)

পৰিচালনা উত্থিত যুগান্তকাৰী বিষয়সমূহ Emerging Issues In Management 

অনুশীলনী

১ নং থকা প্ৰশ্নাৱলী 

ক) 一 হৈছে পৰিচালনাৰ উত্থিত প্ৰসংগসমূহৰ এটা কাৰক। 

উত্তৰঃ প্ৰযুক্তি।

খ) পৰিচালনাৰ যুগান্তকাৰী/উত্থিত বিষয়সমূহৰ মূল হেতু হৈছে一 লগত জড়িত কাৰকসমূহ।

উত্তৰঃ পৰিৱৰ্তনৰ।

গ) মেগাট্ৰেগু (Megatrend) নামৰ গ্ৰন্থখনৰ লিখক তলৰ কোনজন ব্যক্তিক অভিহিত কৰা হয়ঃ-

১। জন নেইচবিট             ২। বাৰটেগু ৰাচেল

৩। জন মেয়ো                 ৪। ওপৰৰ এটাও নহয়।

উত্তৰঃ ১। জন নেইচবিট।

ঘ) পৰিচালনা উত্থিত দিশৰ প্ৰসংগসমূহৰ বিতৰত তলৰ কোনটো প্ৰসংগ অতি প্ৰয়োজনীয়ঃ

১। জনসংখ্যা                      ২। প্ৰযুক্তিৰ বিকাশ

৩। অৰ্থনৈতিক কাৰক       ৪। ওপৰৰ আটাইবোৰ।

উত্তৰঃ ৪। ওপৰৰ আটাইবোৰ।

ঙ) ৰাষ্ট্ৰীয় অৰ্থনীতি এতিয়াও বীব্ৰ গতিত বিশ্ব অৰ্থনীতিলৈ ধাবিত হোৱা নাই। (শুদ্ধ নে অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

২ নং থকা প্ৰশ্নাৱলী

ক) পৰিচালনাৰ উত্থিত প্ৰসংগ বুলিলে কি বুজা?

উত্তৰঃ


খ) পৰিচালনাৰ উত্থিত প্ৰসংগ উদ্ভৱ হোৱাৰ দুটা কাৰক উল্লেখ কৰা।

উত্তৰঃ


গ) জন নেইচবিটৰ মতে পৰিচালনাই সন্মুখীন হোৱা দুটা বৃহৎ ধাৰা উল্লেখ কৰা।

উত্তৰঃ


ঘ) 'গুণগত চক্ৰ' (quality circle) বুলিলে কি বুজা তাৰ ধাৰণা লিখা।

উত্তৰঃ


ঙ) পৰিচালনাৰ উত্থিত প্ৰসংগ হিচাপে নবীনত্বকৰণৰ কৌশল তিনিটা কি?

উত্তৰঃ


৫ নং থকা প্ৰশ্নাৱলী

ক) গোলকীয়কৰণক কি কাণত পৰিচালনাৰ উত্থিত বিষয়ৰ অন্তৰ্ভুক্ত কৰা হৈছে লিখা।

উত্তৰঃ


খ) বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰই মুখামুখী হোৱা পাঁচটা বৃহৎ ধাৰা সংক্ষেপে লিখা।

উত্তৰঃ


গ) পৰিচালনাৰ যুগান্তকাৰী ৫টা কাৰক সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰা।

উত্তৰঃ


ঘ) সম্পূৰ্ণ গুণগত প্ৰবন্ধন কি? গুণগত প্ৰবন্ধনৰ কৌশলসমূহ উল্লেখ কৰা।

উত্তৰঃ


ঙ) উত্থিত প্ৰসংগ হিচাপে কৰ্ম শক্তিৰ বিবিধতাৰ পৰা লাভ কৰা উপকাৰসমূহ কি কি লিখা।

উত্তৰঃ


১০ নং থকা প্ৰশ্নাৱলী

১। জন নেইচবিটৰ প্ৰসংগক্ৰমে বিশ্বৰ সন্মুখত আহি পৰা শেহতীয়া ধাৰাসমূহৰ সন্দৰ্ভত এটি আলোচনা যুগুত কৰা।

উত্তৰঃ


২। পৰিচালকৰ উত্থি/যুগান্তকাৰী প্ৰসংগ সমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ




Type : Priyam Jyoti Patar