ভাৰতীয় যুক্তৰাষ্ট্ৰবাদ

প্ৰশ্নাৱলী

১। ভাৰতীয় যুক্তৰাষ্ট্ৰবাদৰ প্ৰকৃতি আলোচনা কৰা।

২। ভাৰতবৰ্ষক কিয় অৰ্দ্ধযুক্তৰাষ্ট্ৰ বোলা হয়?

৩। ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা আৰু ইয়াৰ এককেন্দ্ৰিক নীতিসমূহ উল্লেখ কৰা।

৪। ভাৰতবৰ্ষত কেন্দ্ৰ শক্তিশালী হোৱাৰ কাৰকসমূহ আলোচনা কৰা।

৫। ভাৰতীয় যুক্তৰাষ্ট্ৰবাদত কেন্দ্ৰ-প্ৰৱণতাসমূহ বিচাৰ কৰা।

৬। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ উত্তেজক দিশসমূহ ব্যাখ্যা কৰা।

৭। ভাৰতীয় সমবিধান ক্ষমতাৰ বিভাজন সম্পৰ্কে এখন ৰচনা লিখা।

৮। জৰুৰী অৱস্থা মানে কি? ভাৰতীয় সংবিধানে কেইপ্ৰকাৰৰ জৰুৰী অৱস্থা প্ৰদান কৰিছে? জৰুৰী অৱস্থাৰ ঘোষণা ন্যায়ালয়ে বিচাৰ কৰিব পাৰেনে?

৯। জাতীয় জৰুৰী অৱস্থাৰ বিষয়ে আলোচনা কৰা।

১০। ৰাষ্ট্ৰপতিৰ শাসন মানে কি? ৰাষ্ট্ৰপতি শাসনৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা।

১১। চমুটোকা লিখাঃ

(ক) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য

(খ) সংঘ সূচী

(গ) ৰাজ্যিক সূচী

(ঘ) সমৱৰ্তী সূচী

(ঙ) বিত্তীয় জৰুৰী অৱস্থা

(চ) ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ

১২। "ভাৰত এখন অৰ্ধ-যুক্তৰাষ্ট্ৰ।" কোনে কৈছিল?

১৩। ভাৰতীয় সংবিধানৰ কোনটো সূচীয়ে (Schedule) কেন্দ্ৰ আৰু ৰাজ্যৰ কাৰ্যাৱলীক সন্নিৱিষ্ট কৰে?

Type Himanku Bora