গোটঃ ১

সূচনা / আৰম্ভণি INTRODUCATION


অনুশীলনী

১নং থকা প্ৰশ্ন

(শুদ্ধ/অশুদ্ধ/খালি ঠাই পূৰণ কৰা)  

১। ২০০৩ চনৰ অসম ভ্যাট আইনখন               চনৰ               তাৰিখৰ পৰা বলৱৎ হয়।  

উত্তৰঃ 


২। ভাৰতবৰ্ষৰ পৰোক্ষ কৰসংস্কাৰৰ স্থাপত্যবিদ হিচাপে               ক বিবেচনা কৰা হয়।  

উত্তৰঃ 

৩। কেন্দ্ৰীয় আৱকাৰী শুল্ক, কেন্দ্ৰীয় ভ্যাট নামেৰে                 চনৰ পৰা বলৱৎ কৰা হয়।  

উত্তৰঃ 


৪। ভ্যাট বিনিয়োগ কাৰ্যত উৎসাহিত কৰে। (সঁচানে মিছা)  

উত্তৰঃ 


৫। ভ্যাট প্ৰচলনৰ সময়ত দেশৰ ভিতৰত কৰৰ হাৰ আৰু গাঁথনি সমজাতীয় নাছিল। (সঁচা নে মিছা।)  

উত্তৰঃ 


৬। পৰোক্ষ কৰ হৈছে এনে এবিধ কৰ য'ত কৰ আৰোপনৰ ভাৰ আৰু প্ৰভাৱ একে সত্তাৰ ওপৰত পৰে। (সঁচা নে মিছা)  

উত্তৰঃ     


৭। ভ্যাট পৰোক্ষ কৰৰ বাহিৰে আন একো নহয়। (সঁচা নে মিছা)  উত্তৰঃ 

৮। ভাৰতবৰ্ষত দ্ৰব্য আৰু সেৱা কৰ আইন                 ৰ পৰা প্ৰৱৰ্তন কৰা হয়।  

উত্তৰঃ


৯।                 কৰৰ ক্ষেত্ৰত কৰৰ ভাৰ, কৰ পৰিশোধ কৰোতাইঅন্য শক্তিলৈ ঠেলি দিয়ে।  

উত্তৰঃ 


১০। ভাৰতীয় সংবিধানৰ ২৪৫ অনুচ্ছেদ হৈছে সংসদ আৰু ৰাজ্যিক বিধান পৰিষদ সকলো ধৰণৰ বিধায়িনী ক্ষমতাৰ উৎস। (সঁচা/মিছা নিৰ্ণয় কৰা)  

উত্তৰঃ 


১১। জি এজ টিৰ প্ৰচলনে পৰোক্ষ কৰৰ পৰিকাঠামোত উৎকৃষ্টতা কঢ়িয়াই আনিন পৰা নাই। (সঁচা / মিছা)  

উত্তৰঃ     


১২। মূল্য সংযোজনা কৰ ব্যাৱস্থা বলৱৎ কৰা প্ৰথম ৰাষ্ট্ৰ হৈছে            (খালী ঠাই পূৰণ কৰা)  

উত্তৰঃ          


১৩। দ্ৰব্য আৰু সেৱা কৰৰ পূৰ্বে বস্তু বিক্ৰীৰ ওপৰত কৰ আৰোপ কৰাৰ চূড়ান্ত কৰ্তৃত্ব আছিল কেন্দ্ৰৰ হাৰত। (সঁচা / নে মিছা)

উত্তৰঃ


১৪। কেন্দ্ৰীয় আৱকাৰী আইন প্ৰস্থত কৰা হয়              চনত।

উত্তৰঃ


১৫। দ্ৰব্য সেৱা কৰ আইন ২০১৭ৰ              টা অধ্যায় আছে।

উত্তৰঃ


১৬।            নং অধ্যায়ত দ্ৰব্য আৰু সেৱা কৰ আইন ২০১৭ৰ হিচাপে পৰীক্ষৰণ কাৰ্য জড়িত।

উত্তৰঃ


১৭। জি এটি পৰিষদখন ২৭৯-এ অনুচ্ছেদ অধীনৰ গঠিত। (সঁচা/মিছা নিৰ্ণয় কৰা)

উত্তৰঃ


১৮। এখন ৰাষ্ট এখন আইনৰ নীতিৰে জিএচিটি গঠন কৰা হৈছে। (সঁচা / মিছা নিৰ্ণয়  কৰা)

উত্তৰঃ


১৯। সংহত দ্ৰব্যআৰু সেৱা কৰ আইন-২০১৭ প্ৰত্যেকখন কেন্দ্ৰীয়শাসিত অঞ্চলতে জাৰি কৰা হৈছে। (সঁচা/মিছা)

উত্তৰঃ


২০। কেন্দ্ৰীয় জি এছ টি আইন-২০১৭ খন ভাৰতৰ চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে প্ৰণয়ন কৰে (সঁচা/মিছা)

উত্তৰঃ 


২ নং থকা প্ৰশ্ন

১। ভ্যাটৰ সূত্ৰৰ দিয়া।

উত্তৰঃ


২। পৰোক্ষ কৰ বুলিলে কি বুজা?

উত্তৰঃ


৩। অসম মূল্য সংযোজনা কৰ আিন-২০০৩ৰ দ্বাৰা স্থলাভিযিক্ত আইন দুখনৰ নাম লিখা।

উত্তৰঃ


৪। 'ভ্যাট'ৰ প্ৰকাৰ কেইবিধ উল্লেখ কৰা ।

উত্তৰঃ


৫। আৰাম্ভণিতেই আয় সম্পৰ্কীয় ভ্যাট ব্যৱহাৰ কৰা দুখন ৰাষ্ট্ৰ নাম লিখা।

উত্তৰঃ


৬। 'ভ্যাট'ৰ পৰিধিৰ বাহিৰত থকা কেইবিধমান দ্ৰব্য সামগ্ৰীৰ নাম উল্লেখ কৰা।

উত্তৰঃ


৭। জি এছ টিৰ প্ৰচলনে বিতাৰিত কৰা দুখন আইনৰ নাম লিখা।

উত্তৰঃ


৮। ভ্যাটৰ ২টা সুবিধা লিখা।

উত্তৰঃ


৯। ভ্যাট়ৰ দুটা অসুবিধা উল্লেখ কৰা।

উত্তৰঃ


১০। দ্ৰব্য আৰু সেৱা কৰৰ দুটা উপকাৰ উল্লেখ কৰ।

উত্তৰঃ


৫ নং থকা প্ৰশ্নাৱলীো

১। কোটিল্যৰ অস্ত্ৰশাস্ত্ৰত থকা কৰৰ ব্যৱস্থলীত ওপৰত এটি টোকা প্ৰস্তুত কৰা।

উত্তৰঃ


২। মূল্য সংযোজন কৰ আইনৰ উৎপত্তি বিষয়ে কি জানা লিখা।

উত্তৰঃ


৩। মূল্য সংযোজন কৰৰ অৰ্থ দিয়া।

উত্তৰঃ


৪। মূল্য সংযোজন কৰৰ প্ৰকাৰ তিনিটা উল্লেখ কৰা।

উত্তৰঃ


৫। অসম মূল্য সংযোজনি কৰ আইনৰ ওপৰত সংক্ষেপে আলোক পাত কৰা।

উত্তৰঃ


৬। ভ্যাট প্ৰক্ৰিয়াৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ


৭। ভ্যাট আৰোপনৰ উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ


৮। মূল্য সংযোজন পদ্ধতিৰ তিনিটা সুবিধা আৰু তিনিটা সীমাবন্ধতা লিখা।

উত্তৰঃ


৯।  ভ্যাটৰ অধীনত অন্তৰ্ভুক্ত সামগ্ৰীৰ ক্ষেত্ৰত মন কৰিবলগীয় দিশসমূহ উল্লেখ কৰা।

উত্তৰঃ


১০। দ্ৰব্যআৰু সেৱা কৰ কমিটী লগতে সংসদে অনুমোদন জনোৱা দ্ৰব্যআৰু সেৱা কৰৰ বিধান দুখন উল্লেখ কৰা।

উত্তৰঃ


১১। কেন্দ্ৰীয় দ্ৰব্য আৰু সেৱা কৰ আইনৰ অনুচ্ছেদ তিনিটা ইয়াৰ বিষয়বস্তুৰ সৈতে উল্লেখ কৰা।

উত্তৰঃ 


১২। অসম দ্ৰব্য আৰু সেৱা কৰ আইনৰ অনুচ্ছেদ তিনিটা ইয়াৰ বিষয়বস্তুৰ সৈতে উল্লেখ কৰ।

উত্তৰঃ


১৩। দ্ৰব্য আৰু সেৱা কৰৰ পাঁচটা বৈশিষ্ট লিখা।

উতত্ৰঃ


১৪। দ্ৰব্য আৰু সেৱনা কৰে প্ৰদান কৰা চৰকাৰৰ প্ৰতি সুবিধাকেইটা লিখা। 

উত্তৰঃ


১৫। দ্ৰব্য আৰু সেৱা কৰে আগবঢ়োৱা ব্যৱসায়ীৰ প্ৰতি আগবঢ়োৱা সুবিধাকেইটা লিখা।

উত্তৰঃ


১০ নং থকা দীৰ্ঘ প্ৰশ্নৱালী

 ১। পৰোক্ষ কৰ বুলিলে কি বুজা? ভাৰতবৰ্ষ পৰোশ্ৰ কৰৰ ইতিহাস সংক্ষেপে বৰ্ণনা কৰা।

উত্তৰঃ


২। ভাৰতবৰ্ষ মূল্য সংযোজনা কৰ আিন বা 'ভ্যট' প্ৰৱৰ্তনৰ ইতিহাস চমুকৈ লিখা।

উত্তৰঃ


৩। মূল্য সংযোজন কৰৰ অৰ্থ লিখি এই আইনৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা।

উত্তৰঃ


৪। ভ্যাটৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ


৫। মূল্য সংযোজন কৰ আিনৰ লক্ষ্য সমূহ উল্লেখ কৰি এই আইনখনৰ সুবিধাসমূহ লিখা।

উত্তৰঃ


৬। মূল্য সংযোজন আইন পদ্ধতিৰ সুবিধা আৰু সীমাবদ্ধতাসমূহ লিখা।

উত্তৰঃ


৭। এটা কাল্পনিক উদাহৰণৰ সৈতে ভ্যাটৰ কাৰ্য পদ্ধতি বৰ্ণনা কৰা।

উত্তৰঃ

৮। ভাৰতবৰ্ষ দ্ৰব্য আৰু সেৱা কৰ (GST)ৰ ইতিহাস চমুকৈ আলোচনা কৰা।

উত্তৰঃ


৯। অসম দ্ৰব্য আৰু সেৱা কৰ আইন ২০১৭ বলৱৎকৰণৰ ওপৰত এটি টোকা লিখি এই আইনৰ প্ৰধান বৈশিষ্টসমূহ দহটা উল্লেখ কৰা।

উত্তৰঃ


১০। দ্ৰব্য আৰু সেৱা কৰ আইন ২০১৭ৰ বৈশিষ্টসমূহ সংক্ষেপে লিখা।

উত্তৰঃ


১১। দ্ৰব্য আৰু সেৱা কৰে প্ৰদান কৰা সুবিধাসমূহ বৰ্ণনা কৰা।

উত্তৰঃ


১২। চৰকাৰৰ প্ৰতি লগতে ব্যৱসায়ৰ প্ৰতি দ্ৰব্য আৰু ,সেৱা কৰে আগবঢ়োৱা লাভ বা সুবিধাসমূহ উল্লেখ কৰা।

উত্তৰঃ


১৩। দ্ৰব্য আৰু সেৱা কৰ ব্যৱস্থাৰ প্ৰচলনে ব্যৱসায়ী আৰু ভোক্তৰ কেনেদৰে সহায় কৰে উল্লেখ কৰা।

উত্তৰঃ


১৪। তলত দিয়া পশ্ৰসমূহ দ্ৰব্য আৰু সেৱা কৰ আইন ২০১৭ই কেনেদৰে উপকাৰ কৰে তাৰ অভাস দিয়া।

উত্তৰঃ


১৫। দ্ৰব্য আৰু সেৱা কৰ আইন ২০১৭ৰ আৰু বৈশিষ্ট্যসমূহ আলোক পাত কৰ। 

(ক) অন্তঃৰাজজ্যিক লেনদেনে আৰু সংহত দ্ৰব্য আৰু সেৱা কৰৰ কাৰ্য কৌশল।

(খ) উত্থান-পতনৰ প্ৰভাবহীনতা (গ) প্ৰযুক্তিৰ চিনাক্তকৰণ।

উত্তৰঃ


Type: Ankur Raj Deka




Post ID :DABP003937