অনুমান
সমাধানসহ অনুশীলনী
👉MCQs Online Exam
👉Click Here YouTube Video
👉Click Here Book PDF Free
👉Short Question Answer
👉Paid Answer (Buy Now)
1. তলত উল্লেখ কৰা বচনবোৰৰ প্ৰতিবৰ্তন কৰাঃ
(a) মানুহ মাত্ৰেই মৰণশীল।
(b) কিছুমান মানুহ জ্ঞানী।
(c) কিছুমান চকচকীয়া বস্তু সোণ নহয়।
সমাধানঃ
(a) A- সকলো মানু হয় মৰণশীল
(প্ৰতিবৰ্তনীয় বচন)
∴ E- কোনো মানুহ নহয় মৰণশীল
(প্ৰতিবৰ্তিত বচন)
(b) I- কিছুমান মানুহ হয় জ্ঞানী
(প্ৰতিবৰ্তনীয় বচন)
∴ O- কিছুমান মানুহ নহয় অজ্ঞানী
(প্ৰতিবৰ্তিত বচন)
(c) O- কিছুমান চকচকীয়া বস্তু নহয় সোণ
(প্ৰতিবৰ্তনীয় বচন)
∴ I- কিছুমান চকচকীয়া বস্তু হয় অসোণ
(প্ৰতিবৰ্তিত বচন)
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Type: Sri Chinmay Kakati.