ৰোমান সংখ্য়া 


ৰোমান সংখ্য়া লিখাৰ নিয়মঃ 

(i) I, X, C আৰু M ক একেলগে তিনিবাৰলৈ লিখিব পাৰি, ইয়াক চাৰিবাৰ লিখিব নোৱাৰি।

(ii) V , L, আৰু D একেলগে দুবাৰ লিখিব নোৱাৰি।

(iii) যিকোনো এটা সংখ্য়াৰ পৰা 1 কমাবলৈ তাৰ বাওঁফালে I লিখিব লাগে আৰু 1 বঢ়াবলৈ সোঁফালে I লিখিব লাগ।


100 লৈ ৰোমান সংখ্য়াৰ নেওতা খনঃ
















আৰু 

500 = D

1000 = M


উদাহৰণঃ

তলৰ সংখ্য়া বোৰক ৰোমান সংখ্য়ালৈ নিয়া - 

67, 85, 92, 45

উত্তৰঃ 

67 

= 50 + 17

= L + ( 10 + 7 )

= L + X + ( 5 + 2 )

= LX + V + ( 1 + 1 )

= LXV + ( I + I )

= LXVII


85

= 50 + 35

= 50 + ( 10 + 10 + 10 + 5 )

= L + X + X + X + V

= LXXXV


92

= 90 + 2

= ( 100 - 10 ) + ( 1 + 1 )

= ( C - X ) + ( I + I )

= XCII


45

= 40 + 5

= ( 50 - 10 ) + 5

= ( L - X ) + V

= XLV


- Hiru Moni Bora