পৰিবৰ্তী প্ৰবাহ

Alternating Current

Chapter 7


অনুশীলনী

7.1 100Ωৰ ৰোধক এটা 220V, 50 Hz পৰিবৰ্তী প্ৰবাহৰ উতস এটাৰ লগত সংযোগ কৰা হৈছে।

(a) বৰ্তলীটোত প্ৰবাহৰ গ.ব.ব.মূ. মান কিমান?

(b) এটা সম্পূৰ্ণ চক্ৰৰ বাবে মুঠ কিমান ক্ষমতা ক্ষয় (consumed)

উত্তৰঃ


7.2 (a) পৰবৰ্তী প্ৰবাহৰ উতস এটাৰ সৰ্ব্বোচ্চ বিভৱ 300V| বিভৱৰ গ.ব.ব.মূ. মান কিমান?

(b) পৰবৰ্তী প্ৰবাহ বৰ্তনী এটাত প্ৰবাহৰ গ.ব.ব.মূ. মান 10A| প্ৰবাহৰ সৰ্ব্বোচ্চ মান কিমান হ’ব?

উত্তৰঃ


7.3  44mHৰ আৱেশক এটা 220 V. 50Hz উতসৰ লগত সংযোগ কৰা হৈছে। বৰ্তনীটোত প্ৰবাহৰ গ.ব.ব.মূ.মান নিৰ্ণয় কৰা।

উত্তৰঃ


7.4  60µৰ ধাৰক এটা 110 V.60 Hz ৰ পৰবৰ্তী প্ৰবাহৰ উতসৰ লগত সংযোগ কৰা হৈছে।বৰ্তনীটোত প্ৰবাহৰ গ.ব.ব.মূ মান নিৰ্ণয় কৰা।

উত্তৰঃ


7.5 7.3 আৰু 7.4অনুশীলনীত প্ৰতিটো বৰ্তনীৰে এটা সম্পূৰ্ণ চক্ৰৰ বাবে শোষিত মুঠ ক্ষমতা কিমান হতোমাৰ উত্তৰটো ব্যাখ্যা কৰা।

উত্তৰঃ


7.6  LCRশ্ৰেণীবদ্ধ বৰ্তনী এটাৰ L= 2.0H,C=32 µআৰু R=10অনুনাদী কম্পনাংক rউলিওৱা। এই বৰ্তনীটোৰ বাবে Q-ৰ মান কিমান হ’ব?

উত্তৰঃ


7.7  এটা আহিত 30µ F ৰ ধাৰক 27mH ৰ আৱেশকৰ লগত সংযোগ কৰা হৈছে। বৰ্তনীটোৰ মুক্ত দোলনৰ কৌণিক কম্পনাংক কিমান হ?

উত্তৰ


7.8 ধৰা 7.7  অনুশীলনীত উল্লেখ কৰা ধাৰকটোৰ প্ৰাৰম্ভিক আধান 6mC| বৰ্তনীটোত আৰম্ভণিতে জমা হোৱা মুঠ শক্তি কিমানপিছত সময়খিনিত মুঠ শক্তি কিমান হ?

উত্তৰঃ


7.9  R= 20Ω, L=1.5 H আৰু C=35 µF যুক্ত শ্ৰেণীবদ্ধ LCR বৰ্তনী এটা 200Vৰ পৰিবৰ্তনশীল কম্পনাংকৰ পৰবৰ্তী প্ৰবাহ উতস এটাৰ লগত সংযোগ কৰা হৈছে। উতসৰ কম্পনাংক যেতিয়া বৰ্তনীটোৰ স্বাভাৱিক কম্পনাংকৰ সমান হয় তেতিয়া এটা সম্পূৰ্ণ চক্ৰৰ বাবে বৰ্তনীটোলৈ ৰূপান্তৰিত হোৱা গড় ক্ষমতা কিমান হ’ব?
উত্তৰঃ

7.10 ৰেডিঅ’ এটা MW সম্প্ৰসাৰণ পটিৰ এটা অংশৰ কম্পনাংক পৰিসৰ (800KHz ৰ পৰা 1200 KHz) ৰ বাবে টিউনিং কৰিব পাৰি। যদি LC বৰ্তনীটোৰ কাৰ্যকৰী আৱেশক 200 µH হয়, তেন্তে পৰিবৰ্তনশীল ধাৰকৰ পৰিসৰ কিমান হ’ব?
[ইংগিতঃ টিউনিঙৰ বাবে স্বাভাৱিক কম্পনাংক অৰ্থাত LC বৰ্তনীটোৰ মুক্ত দোলনৰ কম্পনাংক ৰেডিঅ’ তৰংগৰ কম্পনাংকৰ সমান হোৱা উচিত]




7.11 চিত্ৰ7.21 ত LCR বৰ্তনী এটা পৰিবৰ্তনশীল কম্পনাংকৰ 230V উতসৰ লগত সংযোগ কৰা হৈছে। L=5.0H,C=80µF,  R=40Ω|

(a) বৰ্তনীটোত অনুনাদ সৃষ্টিৰ বাবে উতসৰ কম্পনাংক নিৰ্ণয় কৰা।
উত্তৰঃ

(b) বৰ্তনীটোৰ মুঠ প্ৰতিৰোধ উলিওৱা আৰু অনুনাদ কম্পনাংকত প্ৰবাহৰ বিস্তাৰ উলিওৱা।
উত্তৰঃ


© বৰ্তনীটোৰ তিনিটা উপাদানৰ মাজেৰে বিভৱ পতনৰ গ.ব.ব.মূ. মান নিৰ্ণয় কৰা। দেখুওৱা যে অনুনাদী কম্পনাংকত LC সজ্জাৰ মাজেৰে বিভৱ পতন শূন্য।
উত্তৰঃ

7.12 LC বৰ্তনী এটাত 20mHৰ এটা আৱেশক আৰু 10mC প্ৰাৰম্ভিক আধান বিশিষ্ট 50µF ৰ ধাৰক এটা আছে। বৰ্তনীটোৰ ৰোধ নগণ্য । ধৰা হ’ল, বৰ্তনীটো বন্ধ ৰখা মবহূৰ্তত t=0

(a) আৰম্ভণিতে জমা হোৱা মুঠ শক্তি কিমান? LC দোলনৰ সময়ত ই সংৰক্ষিত হ’বনে?

উত্তৰঃ

(b) বৰ্তনীটোৰ স্বাভাৱিক কম্পনাংক কিমান?

উত্তৰঃ

(c)কিমান সময়ত জমা হোৱা শক্তি

            (i)সম্পূৰ্ণভাৱে বৈদ্যুতিক (অৰ্থাত ধাৰকত জমা হোৱা) (ii( সম্পূৰ্ণভাৱে চৌম্বিক (অৰ্থাত আৱেশকত জমা হোৱা) হ?

উত্তৰঃ

(d) কিমান সময়ত মুঠ শক্তি আৱেশক আৰু ধাৰকত মাজত সমানে ভাগ হ?

উত্তৰঃ

(e) বৰ্তনীটোত যদি ৰোধ এটা সংযোগ কৰা হয় ঘটনাক্ৰমে তাপ হিচাপে কিমান শক্তি অপচয় হ?

উত্তৰঃ

7.13  240V. 50 H পৰবৰ্তী প্ৰবাহ উতসৰ লগত0.15H ৰ আৱেশক কুণ্ডলী আৰু 100ৰ ৰোধ এটা সংযোগ কৰা হৈছে।

(a) কুণ্ডলীটোৰ সৰ্ব্বোচ্চ প্ৰবাহৰ মান কিমান?

উত্তৰঃ

(b) বিভৱৰ আৰু প্ৰবাহৰ সৰ্ব্বোচ্চমানৰ বাবে সময়ৰ পাৰ্থক্য কিমান?

উত্তৰঃ

7.14 বৰ্তনীটো যদি কম্পনাংকৰ উতস (240V, 10kHz) ৰ লগত সংযোগ কৰা হয়, তেন্তে 7.13 নং অনুশীলনীৰ (a)আৰু (b) ৰ উত্তৰ দিয়া।

উত্তৰঃ

7.15 110V, 60Hz উতসৰ লগত 100µF ধাৰক আৰু 40ৰোধ এটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছ

(a) বৰ্তনীটোত সৰ্ব্বোচ্চ প্ৰবাহৰ মান কিমান?

উত্তৰঃ

(b) প্ৰবাহ আৰু বিভৱৰ সৰ্ব্বোচ্চ মানৰ বাবে সময়ৰ পাৰ্থক্য লিখা।

উত্তৰঃ

 7.16 যদিহে বৰ্তনীটো 110V, 12kHz উতসৰ লগত সংযোগ কৰা হয়, 7.15 নং অনুশীলনীৰ (a) আৰু (b) ৰ উত্তৰ দিয়া।

উত্তৰঃ

7.17 উতসৰ কম্পনাংক LCR শ্ৰেণীবদ্ধ বৰ্তনীৰ অনুনাদী কম্পনাংকৰ সমান্তৰালভাৱে সজালে দেখুৱা যে অনুনাদী কম্পনাংকত LCR সমান্তৰাল বৰ্তনীৰ মুঠ প্ৰবাহ নিম্নতম হব। এই কম্পনাংকৰ বাবে অনুশীলনী 7.11 ত উল্লেখ কৰা উতস ব্যৱহাৰ কৰি বৰ্তনীৰ প্ৰতিটো শাখাত এই উপাদানসমূহৰ বাবে প্ৰবাহৰ গ.ব.ব.মূ মান উলিওৱা।

উত্তৰঃ

7.18  80mHআৱেশক আৰু 60µধাৰক যুক্ত বৰ্তনী এটা 230V, 50Hz উতসৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে। বৰ্তনীৰ ৰোধ নগণ্য।

(a) প্ৰবাহৰ বিস্তাৰ আৰু গ.ব.ব.মূ মান উলিওৱা।

উত্তৰঃ

(b) প্ৰত্যেক উপাদানৰ বিপৰীতে বিভৱ পতনৰ গ.ব.ব.মূ মান উলিওৱা।

উত্তৰঃ

© আৱেশকলৈ ৰূপান্তৰ কৰা গড় ক্ষমতা কিমান?

উত্তৰঃ

(d) ধাৰকলৈ ৰূপান্তৰ কৰা গড় ক্ষমতা কিমান?

উত্তৰঃ

(e) বৰ্তনীটোৱে এটা সম্পূৰ্ণ চক্ৰৰ বাবে শোষণ কৰা মুঠ গড় ক্ষমতা কিমান?

উত্তৰঃ

7.19 ধৰা, অনুশীলনী 7.18 ত থকা বৰ্তনীটোত 15ৰ এটা ৰোধ সংযোগ কৰা হৈছে। বৰ্তনীটোৰ প্ৰত্যেক উপাদানলৈ হস্তান্তৰিত হোৱা গড় ক্ষমতা আৰু মুঠ শোষিত ক্ষমতা নিৰ্ণয় কৰা।

উত্তৰঃ

7.20  L= 0.12H, C=480 nFআৰু R=23যুক্ত LCR শ্ৰেণীবদ্ধ বৰ্তনী এটা 230V ৰ পৰিবৰ্তনশীল কম্পনাংকৰ উতলৰ লগত সংযোগ কৰা হৈছে।

(a) প্ৰবাহৰ বিস্তাৰৰ সৰ্ব্বোচ্চ মানৰ বাবে উতসৰ কম্পনাংক কিমান হ’বপ্ৰবাহৰ বিস্তাৰৰ সৰ্ব্বোচ্চ মান উলিওৱা।

উত্তৰঃ

(b) উতসৰ কি কম্পনাংকৰ বাবে বৰ্তনীটোৱে শোষণ কৰা গড় ক্ষমতা সৰ্ব্বোচ্চমানৰ হসৰ্ব্বোচ্চ ক্ষমতাৰ মান নিৰ্ণয় কৰা।

উত্তৰঃ

© উতসৰ কি কম্পনাংকৰ বাবে বৰ্তনীলৈ ৰূপান্তৰ হোৱা শক্তি অনুনাদী কম্পনাংকত পোৱা শক্তিৰ আধা হ?

উত্তৰঃ

(d) প্ৰদত্ত বৰ্তনীটোৰ বাবে Qৰ মান কিমান হ?

উত্তৰঃ

7.21 L= 3.0H, C=27µআৰু R=7.4যুক্ত LCR শ্ৰেণীবদ্ধ বৰ্তনী এটাৰ অনুনাদী কম্পনাংক আৰু Q নিৰ্ণয় কৰা। অনুনাদৰ তীক্ষ্নতাৰ আধাৰ (Full Width at half maximum) সম্পূৰ্ণ ৰোধৰ পৰিমাণ 2 গুণ কমাই অনুনাদী কম্পনাংকত তীক্ষ্নতা উন্নত কৰিবলৈ তুমি কেনে ধৰণৰ পৰামৰ্শ দিবা।

উত্তৰঃ

7.22 তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(a) যিকোনো পৰিবৰ্তী প্ৰবাহ বৰ্তনীত প্ৰয়োগ কৰা তাতক্ষণিক বিভৱ, বৰ্তনীটোত শ্ৰেণীবদ্ধভাৱে থকা উপাদান সমূহৰ মাজেৰে পোৱা তাতক্ষণিক বিভৱসমূহৰ বীজগণিতীয় যোগফলৰ সমান হবনেবিভৱৰ গ.ব.ব.মূ. মানৰ বাবে ই একে ধৰণে সত্যনে?

উত্তৰঃ

(b) প্ৰয়োগ কৰা এক বিভৱ সংকেত ডি.চি বিভৱ উচ্চ কম্পনাংকত এ.চি বিভৱৰ অধ্যাৰোপনৰে গঠিত। বৰ্তনীটোত এটা আৱেশক এৰু এটা Lৰ মাজেৰে এ.চি সংকেত পোৱা যায়।

উত্তৰঃ

© এটা লেম্পৰ লগত শ্ৰেণীবদ্ধভাৱে থকা এটা চ্চক্’ কুণ্ডলী [Choke coll] ডি.চি.লাইনৰ লগত সংযোগ কৰা হৈছে। লেম্পটো উজ্জ্বলভাৱে জ্বলি উঠা দেখা গল আৰু লোক মজ্জা এটা চ্চক্’ ৰ লগত অন্তৰ্ভুক্ত কৰিলে লেম্পৰ পোহৰৰ উজ্জ্বলতাৰ পৰিৱৰ্তন নহয়। যদি ইয়াক এ.চি. লাইনত সংযোগ কৰা হয়, তেন্তে অনুৰূ                                                   প পৰ্যবেক্ষণ কেনে ধৰণৰ হব তাৰ আভাষ দিয়া।                                

উত্তৰঃ

(d) এ.চি মেইনৰ লগত প্ৰতিপ্ৰভা নলী ব্যৱহাৰত চ্চোক’ কুণ্ডলীৰ আৱশ্যকতা কি? ‘চ্চোক’ কুণ্ডলীৰ পৰিবৰ্তে আমি কিয় সাধাৰণ ৰোধক ব্যৱহাৰ কৰিব নোৱাৰোঁ?

উত্তৰঃ

7.23 ক্ষমতা সৰবৰাহৰ লাইন এটাই হ্ৰাসক ৰূপান্তৰক এটালৈ 2300V যোগানধৰে ইয়াৰমুখ্যকুণ্ডলীতথকাপাকৰসংখ্যা 4000| গৌণ কুণ্ডলীত পাকৰ সংখ্যা কিমান হ’ব লাগিব?

উত্তৰঃ

7.24 এটা জলবিদ্যুত ক্ষমতা প্ৰকল্পত পানীৰ উচ্চতা 300m আৰু পানীৰ সোঁত 100 ms s-1যদি টাৰবাইন জেনেৰেটৰৰ দক্ষতা 60% হয়, তেন্তে প্ৰকল্পটোৰ পৰা পাব পৰা বৈদ্যুতিক ক্ষমতা নিৰূপণ কৰা।

উত্তৰঃ

7.25 সৰু নগৰ এখনক 220V ত 800kW বৈদ্যুতিক ক্ষমতাৰ আৱশ্যক। নগৰখন 440V ত বৈদ্যুতিক ক্ষমতা উতপাদন কৰা বৈদ্যুতিক প্ৰকল্পৰ পৰা 15Km দূৰত্বত অৱস্থিত। বৈদ্যুতিক ক্ষমতা বহনকাৰী দুডাল তাঁৰৰ লাইনৰ ৰোধ প্ৰতি কিলোমিটাৰত 0.5নগৰখনে 4000-220V হ্ৰাসক ৰূপান্তৰক এটাৰ মাজেৰে মগৰখনত থকা উপকেন্দ্ৰৰ পৰা যোৱা লাইনেৰে বৈদ্যুতিক ক্ষমতা পায়।

(a) তাপ শক্তি হিচাপে লাইনত অপচয় হোৱা ক্ষমতা নিৰূপন কৰা।

উত্তৰঃ

(b) ক্ষমতাৰ অপচয় নগণ্য বুলি ধৰিলে প্ৰকল্পটোৱে কিমান ক্ষমতা যোগান ধৰিব লাগিব?

উত্তৰঃ

© প্ৰকল্পটোত ব্যৱহৃত বৰ্ধক ৰূপান্তৰকটোৰ বৈশিষ্ট্য কি?

উত্তৰঃ

7.26 ওপৰৰঅনুশীলনীতআগৰৰূপান্তৰকটো 40,000-220V হ্ৰাসকৰূপান্তৰকৰদ্বাৰাসলনিকৰা(আগৰদৰেক্ষমতাৰঅপচয়নগণ্যবুলিবিবেচনাকৰা;যদিওউচ্চবিভৱৰসৰবৰাহজড়িতহোৱাবাবেএইবিবেচনাসঠিকনহয়) সেয়েহেবিদ্যুতসৰবৰাহতউচ্চবিভৱসৰবৰাহককিয়গুৰুত্বদিয়াহয়ব্যাখ্যা কৰা

উত্তৰঃ

 

DIKHA BORA